Friday, January 30, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Language -
অসমীয়া
  • English

ৰাষ্ট্ৰীয়

FSSAIৰ নতুন নিৰ্দেশ, ফল-মূলত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰকাৰীৰ বিৰুদ্ধে এক্সন ল’ব চৰকাৰে…

কেতিয়াবা কিছুমান দুষ্ট ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি ফল সোনকালে পকাব পাৰি। কিন্তু এতিয়াৰ পৰা যদি বজাৰত বিক্ৰী হোৱা ফল-মূল ৰাসায়নিক...

Read moreDetails

এটা এন্দুৰৰ কাহিনী শুনি আচৰিত হ’ব আপুনি! খাই শেষ কৰিলে ৰোগীৰ ৪টাকৈ আঙুলি…

চিকিৎসালয়লৈ গ'লে ৰোগীয়ে সদায় চাফ-চিকুণতা বিচাৰে, কিন্তু বিহাৰৰ পাটনাৰ নালন্দা চিকিৎসালয়ত দেখা গ’ল ইয়াৰ বিপৰীত ছবি। যাৰ পৰিণাম ভোগ কৰিবলগীয়া...

Read moreDetails

ভাৰতত পুনৰ কোভিড; হাই এলাৰ্ট জাৰি কেন্দ্ৰীয় চৰকাৰৰ

দেশত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে কৰ’না ভাইৰাছৰ সংক্ৰমণ। বিগত কিছু দিনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো লোক ক’ভিডত আক্ৰান্ত হোৱাৰ...

Read moreDetails

ভাৰতে প্ৰেৰণ কৰা আম বিমান বন্দৰৰ পৰাই ওভতাই পঠিয়ালে আমেৰিকাই; কিন্তু কিয়?

পশ্চিমীয়া বিশ্বত ভাৰতৰ সুস্বাদু আমৰ আছে বিপুল চাহিদা। প্ৰতি বছৰে বৃহৎ পৰিমাণৰ আম আমেৰিকালৈ ৰপ্তানি কৰা হয়। অৱশ্যে শেহতীয়াকৈ আমেৰিকাই...

Read moreDetails

বাইক আৰোহীক বচাবলৈ গৈ খাৱৈত বাগৰিল পৰ্যটকেৰে ভৰা বাছ; ৪ জনৰ মৃত্যু, কেইবাজনো আহত

হাৰিয়ানাৰ কাইথালৰ সমীপত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। যাত্ৰীৰে ভৰা এখন বাছ দুৰ্ঘটনাত পতিত হোৱাত থিতাতে ৪ জন লোকৰ মৃত্যু...

Read moreDetails

হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড; ১৭ জনৰ মৃত্যু, প্ৰধানমন্ত্ৰীৰ আৰ্থিক সাহায্য ঘোষণা

হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপৰ এটা অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এই অগ্নিকাণ্ডত ১৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো...

Read moreDetails

কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড; ৩ গৰাকীৰ মৃত্যু, কেইবাজনো আৱদ্ধ

মহাৰাষ্ট্ৰৰ সোলাপুৰ চহৰৰ আক্কলকোট ৰোডৰ এম আই ডি চি এলেকাৰ এটা কাৰখানাত ব্যাপক অগ্নিকাণ্ড সংঘটিত হৈছে। তথ্য অনুসৰি পুৱা প্ৰায়...

Read moreDetails

কেজৰিৱাল নেতৃত্বাধীন আপত মোক্ষম আঘাত; একেলগে ১৫ পাৰিষদৰ দল ত্যাগ

দিল্লীৰ মচনদ হেৰুওৱা অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টিত মোক্ষম আঘাত। শনিবাৰে দলটোৰ ১৫ গৰাকী পাৰিষদে দলত্যাগ কৰে। শেহতীয়াকৈ অনুষ্ঠিত...

Read moreDetails

বহিঃৰাষ্ট্ৰত পাকিস্তানৰ কুৎসিত ষড়যন্ত্ৰ ওফৰাবলৈ যাব ভাৰতৰ ৭টা দল; তালিকাত নাম নাই গৌৰৱ গগৈৰ

পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে অপাৰেশ্যন সিন্দূৰৰ জৰিয়তে পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটি কেনেকৈ ধ্বংস কৰিলে? ভাৰতৰ এই কাৰ্যত ক্ষুব্ধ হৈ পাকিস্তানে...

Read moreDetails

ৰাজধানীত প্ৰচণ্ড ধুমুহা-বৰষুণ; ৩ জন লোকৰ মৃত্যু, কেইবাজনো আহত

শনিবাৰে বিয়লি দিল্লীত অহা প্ৰচণ্ড বতাহ-বৰষুণৰ ফলত যথেষ্ট ক্ষয়-ক্ষতি হোৱাৰ খবৰ লাভ কৰা গৈছে। এই প্ৰচণ্ড ধুমুহাৰ ফলত উৰি গৈছে...

Read moreDetails
Page 68 of 205 1 67 68 69 205

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist