• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বহিঃৰাষ্ট্ৰত পাকিস্তানৰ কুৎসিত ষড়যন্ত্ৰ ওফৰাবলৈ যাব ভাৰতৰ ৭টা দল; তালিকাত নাম নাই গৌৰৱ গগৈৰ

Nation NE by Nation NE
May 18, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান সাংসদ গৌৰৱ গগৈৰ

সাংসদ গৌৰৱ গগৈৰ ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে অপাৰেশ্যন সিন্দূৰৰ জৰিয়তে পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটি কেনেকৈ ধ্বংস কৰিলে? ভাৰতৰ এই কাৰ্যত ক্ষুব্ধ হৈ পাকিস্তানে যেতিয়া ভাৰতক আক্ৰমণ কৰিছিল, তেতিয়া ইয়াৰ প্ৰত্যুত্তৰ কেনেকৈ দিয়া হৈছিল?

অপাৰেশ্যন সিন্দূৰৰ লগতে পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ সম্পূৰ্ণ কাহিনী বৰ্ণনা কৰিবলৈ বিদেশলৈ যাবলগীয়া ভাৰতীয় সাংসদৰ প্ৰতিনিধি দলৰ সম্পূৰ্ণ তালিকা প্ৰকাশ পাইছে। ভাৰতৰ পৰা যাবলগীয়া এই প্ৰতিনিধি দলত প্ৰতিটো ৰাজনৈতিক দলৰ সাংসদৰ ৭ খন তালিকা প্ৰস্তুত কৰা হৈছে। য’ত শাসকীয় দলৰ লগতে বিৰোধী দলৰ সাংসদ আৰু কূটনৈতিক বিষয়াও আছে।

এই আটাইকেইটা গোটে অনাগত দিনত বিভিন্ন দেশ ভ্ৰমণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতি আৰু পাকিস্তানৰ কুৎসিত ষড়যন্ত্ৰ উদঙাই দিব।

অপাৰেশ্যন সিন্দূৰৰ সম্পূৰ্ণ কাহিনী জনাবলৈ তথা সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া পাকিস্তানৰ প্ৰকৃত স্বৰূপ উদঙাবলৈ যাবলগীয়া প্ৰতিনিধি দল কেইটা

গ্ৰুপ-১: নেতা- বৈজয়ন্ত পাণ্ডা (বিজেপি সাংসদ)

সদস্য- নিশিকান্ত ডুবে, ফাংনন কন্যাক, ৰেখা শৰ্মা, আছাদুদ্দিন ওৱেইছি, সতনম সিং সন্ধু, গুলাম নবী আজাদ, হৰ্ষ শৃংলা

ভ্ৰমণ কৰিবলগীয়া দেশ- চৌদি আৰব, কুৱেইট, বাহৰেইন আৰু আলজেৰিয়া।

গ্ৰুপ- ২: নেতা- ৰবিশংকৰ প্ৰসাদ (বিজেপি, সাংসদ)

সদস্য- ডগ্গুবাটি পুৰন্দেশ্বৰী, প্ৰিয়ংকা চতুৰ্বেদী, গুলাম আলী খাটানা, অমৰ সিং, সমীক ভট্টাচাৰ্য, এম জে আকবৰ, পংকজ সাৰণ

ভ্ৰমণ কৰিবলগীয়া দেশ- ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, ইউৰোপীয়ন ইউনিয়ন, ইটালী আৰু ডেনমাৰ্ক।

গ্ৰুপ- ৩: নেতা- সঞ্জয় ঝা, (জেডিইউ, সাংসদ)

সদস্য- অপৰাজিতা সাৰংগী, ইউছুফ পাঠান, ব্রিজ লাল, ডাঃ জন ব্রিটাছ, প্রদান বৰুৱা, হেমাং যোশী, ছলমান খুৰছিদ, মোহন কুমাৰ

ভ্ৰমণ কৰিবলগীয়া দেশ- ইণ্ডোনেছিয়া, মালয়েছিয়া, কোৰিয়া ৰিপাব্লিক, জাপান আৰু ছিংগাপুৰ।

গ্ৰুপ- ৪: নেতা- শ্ৰীকান্ত সিন্দে, (শিৱ সেনা, সাংসদ)

সদস্য- বাঁসুৰী স্বৰাজ, ই টি মহম্মদ বছিৰ, অতুল গাৰ্গ, ডাঃ সমীত পাঠক, সুমন কুমাৰী মিশ্ৰা, এছ এছ আহলুৱালিয়া, ৰাষ্ট্ৰদূত সুজান চিনয়

ভ্ৰমণ কৰিবলগীয়া দেশ- ইউ এ ই, লাইবেৰিয়া, কংগো, ছিয়েৰা লিঅ’ন।

গ্ৰুপ-৫: নেতা- শশী থাৰুৰ, কংগ্ৰেছৰ সাংসদ

সদস্য- ছৰফৰাজ আহমেদ, জি এম হৰিশ বালযোগী, শশাংক মণি ত্ৰিপাঠী, ভুৱনেশ্বৰ কলিতা, মিলিন্দ মুৰলী দেওৰা, তৰণজিৎ সিং সন্ধু, তেজস্বী সূৰ্য্য

ভ্ৰমণ কৰিবলগীয়া দেশ- আমেৰিকা, পানামা, কানাডা, ব্ৰাজিল, কলম্বিয়া।

গ্ৰুপ-৬: নেতা- কানিমোঝি কৰুণানিধি, (ডি এম কেৰ সাংসদ)

সদস্য- ৰাজীৱ ৰায়, মিঞা আলতাফ আহমেদ, কেপ্তেইন ব্রিজেশ চৌটালা, প্ৰেম চান্দ গুপ্তা, ড০ অশোক কুমাৰ মিট্টল, ৰাষ্ট্ৰদূত মঞ্জীৱ এছ পুৰী, ৰাষ্ট্ৰদূত জাভেদ আশ্ৰফ

ভ্ৰমণ কৰিবলগীয়া দেশ- শ্লোভেনিয়া, গ্ৰীচ, লাটভিয়া, ৰাছিয়া।

গ্ৰুপ-৭: নেত্ৰী- সুপ্ৰিয়া চুলে (এন চি পি, শাৰদ পাৱাৰ ফৈদৰ সাংসদ)

সদস্য- ৰাজীৱ প্ৰতাপ ৰুডী, বিক্ৰম জিত সিং সহায়, মনীষ তিৱাৰী, অনুৰাগ সিং ঠাকুৰ, লৱ শ্ৰীকৃষ্ণ দেৱৰায়লু, আনন্দ শৰ্মা, ভি মুৰালিধৰণ, ৰাষ্ট্ৰদূত চৈয়দ আকবৰুদ্দিন

ভ্ৰমণ কৰিবলগীয়া দেশ- ইজিপ্ত, কাটাৰ, ইথিওপিয়া, দক্ষিণ আফ্ৰিকা।

অহা ২৩ মে’ত ৰাষ্ট্ৰসমূহলৈ যাত্ৰা কৰিব প্ৰতিনিধি দলসমূহে।

উল্লেখ্য যে এই সাতটা প্ৰতিনিধিতৰ দলত নাম নাই অসমৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈৰ। প্ৰথম অৱস্থাত গৌৰৱ গগৈৰ নাম চৰ্চা হৈছিল যদিও পাকিস্তানৰে লিংক থকাৰ অভিযোগৰ পিছতেই এই তালিকাৰ পৰা নাম কটা গ’ল সাংসদ গগৈৰ।

Tags: DelegationIndiaMPPakistan

Related Posts

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026
অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026

শীৰ্ষ সংবাদ

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025