Wednesday, March 18, 2026
23 °c
Guwahati
23 ° Fri
20 ° Sat
Language -
অসমীয়া
  • English

উত্তৰ পূৱ

গংগাৰ নাম উচ্চাৰণ কৰিলেই খণ্ডন হয় পাপৰ; কিমানবাৰ উচ্চাৰণ কৰিব লাগে গংগাৰ নাম?

ভাৰতীয় সংস্কৃতিত গংগা নদীক বিশেষ গুৰুত্ব দিয়া হৈছে। এইটো বিশ্বাস কৰা হয় যে, কেৱল গংগাৰ নাম ললেই পাপ ধ্বংস হয়...

Read moreDetails

ৰিলছ নোচোৱাকৈ খাদ্য নাখাই নেকি আপোনাৰ শিশুৱে ? হ’ব পাৰে অনাকাংক্ষিত বিপদ, এতিয়াই হওঁক সাৱধান

আপোনাৰ সন্তানে ঘন্টা-ঘন্টা ধৰি মোবাইল ফোনত ব্যস্ত হৈ থাকে নেকি? ইনষ্টাগ্ৰাম বা ইউটিউবত ভিডিঅ চাই ভাত খাই নেকি?  যদি এনেকুৱা...

Read moreDetails

আজি জগতগুৰুৰ পৱিত্ৰ তিৰোভাৱ তিথি, দেৱবাদ্য ধ্বনিৰে কঁপি উঠিছে ৰাজ্যৰ সত্ৰ নামঘৰ

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ তিৰোভাৱ তিথি। হৰিনামৰ ধ্বনীৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে গুৰুজনাৰ জন্মস্থান...

Read moreDetails

আমিনগাঁৱত মুন্নাভাইৰূপী চিকিৎসক; স্থানীয় লোকৰ মাজত চাঞ্চল্য

আমিনগাঁও আয়ুক্ত কাৰ্যালয়ৰ নাতি দূৰৈত বিগত ২৫ বছৰৰ পৰা এগৰাকী ভুৱা ডিগ্ৰীধাৰী চিকিৎসকে চিকিৎসা চলাই অহাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।...

Read moreDetails

আপোনাৰ আজিৰ দিনটো: জানক কোন কেইটা ৰাশিৰ ফুলিব ভাগ্য

মেঘঃ ধন লাভৰ যোগ। ব্যৱসায়িকসকলৰ বাবে ভাল। সকলো কাম বিবেচনাৰ মাজেৰে কৰিবলৈ চেষ্টা কৰিব। চাকৰি লাভৰ যোগ। শুভ ৰং- নীলা,...

Read moreDetails

প্ৰকৃতিৰ কালৰূপ! ধাৰাসাৰ বৰষুণৰ ফলত ১৯ গৰাকীৰ মৃত্যু, শিক্ষানুষ্ঠান বন্ধ, বাতিল ৰেল সেৱা

গুজৰাটৰ পিছত অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। বিগত কিছু দিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানত...

Read moreDetails

খালী পেটত পান কৰক এইবিধ ফলৰ ৰস, সঞ্জীৱনীৰ দৰে কাম কৰিব আপোনাৰ দেহত

স্বাস্থ্যৱান হৈ থাকিবলৈ মানুহে বিভিন্ন ধৰণৰ ফলৰ ৰস পান কৰে। ইয়াৰ ভিতৰত এবিধ ৰস হৈছে আমলাৰ ৰস। কিয়নো আমলা ৰসত...

Read moreDetails

চাপৰত ভয়ংকৰ দুৰ্ঘটনা; হাস্পতালৰ বাহনেৰে হোৱা সংঘৰ্ষত এজনৰ মৃত্যু, কেইবাজনো আহত

শনিবাৰে নিশা ধুবুৰী জিলাৰ চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী চাৰিচকীয়া বাহন আৰু ধুবুৰী...

Read moreDetails

কমলপুৰত হৃদয় বিদাৰক ঘটনা; জেচিবিৰে খন্দা পুখুৰীত পৰি সলিল সমাধি তিনি শিশুৰ

ৰাজ্যত পুনৰ সংঘটিত হৈছে এক কৰুণ ঘটনা। জে চি বি ৰে খন্দা পুখুৰীত মাছ ধৰিবলৈ গৈ মৃত্যুক সাৱটি ল’লে তিনিজন...

Read moreDetails
Page 133 of 154 1 132 133 134 154

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist