• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 7, 2026
26 °c
Guwahati
26 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি জগতগুৰুৰ পৱিত্ৰ তিৰোভাৱ তিথি, দেৱবাদ্য ধ্বনিৰে কঁপি উঠিছে ৰাজ্যৰ সত্ৰ নামঘৰ

Nation NE by Nation NE
September 4, 2024
in Top News, অসম
0 0
আজি জগতগুৰুৰ পৱিত্ৰ তিৰোভাৱ তিথি, দেৱবাদ্য ধ্বনিৰে কঁপি উঠিছে ৰাজ্যৰ সত্ৰ নামঘৰ
Share on FacebookShare on TwitterWhatsApp

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ তিৰোভাৱ তিথি। হৰিনামৰ ধ্বনীৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত পুৱাৰে পৰা নাম-প্ৰসংগৰে মুখৰিত হৈ পৰিছে।

ভক্তিৰসত মগন চৌদিশ। শংকৰদেৱৰ তিৰোভাৱ তিথি উৎসৱটি বটদ্ৰৱা থানত ‘গুৰু কীৰ্তন’ হিচাপে পালন কৰা হয়।

পৰম্পৰা অনুসৰি, শ শ বছৰ ধৰি দুদিনীয়া কাৰ্যসূচীৰে পালন হৈ আহিছে বটদ্ৰৱা থানৰ গুৰু কীৰ্তন উৎসৱ। ধৰ্মীয় পৰম্পৰাৰে আৰম্ভ হৈছে তিৰোভাৱ তিথিৰ এই কাৰ্যসূচী। শংখ, দবা তাল, মঞ্জিৰা নাম, আইৰ নাম, খোল আদি বিভিন্ন কাৰ্যসূচীৰে মুখৰিত হয় বটদ্ৰৱা থান।

ইফালে উষা কীৰ্তন কৰি হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰে বটদ্ৰৱাৰ চৌপাশ।গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকলে ঐতিহাসিক পীঠসমূহত উপস্থিত হৈ ধূপ-নৈবদ্য আগবঢ়াই নেদেখাজনৰ ওচৰত শৰণাপন্ন হয়।আশীষ লয় অক্ষয় বন্তিৰ।

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025