Saturday, February 7, 2026
20 °c
Guwahati
21 ° Sun
21 ° Mon
Language -
অসমীয়া
  • English

দেশপ্ৰেমৰ বীজ ৰোপণৰ উদ্দেশ্যে প্ৰথম শ্ৰেণীৰ পৰাই সামৰিক প্ৰশিক্ষণ প্ৰদানৰ সিদ্ধান্ত এইখন চৰকাৰৰ

মহাৰাষ্ট্ৰ চৰকাৰৰ বৃহৎ ঘোষণা। শিশুৰ মনোজগতত দেশপ্ৰেমৰ বীজ ৰোপণৰ উদ্দেশ্যে বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক সামৰিক প্ৰশিক্ষণ প্ৰদানৰ পদক্ষেপ গ্ৰহণ...

Read moreDetails

ফাইনেলৰ পূৰ্বে বিৰাট কোহলীলৈ বিশেষ বাৰ্তা ভিলিয়াৰ্ছৰ… কি ক’লে প্ৰাক্তন সতীৰ্থই?

চলিত আই পি এল ছিজনৰ আজি চূড়ান্ত মেচ। এই হাইভল্টেজ ফাইনেল মেচখন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত...

Read moreDetails

শৰীৰত পূৰ্বতে থকা ৰোগবোৰেই ক’ৰোণাৰ বাবে হ’ব পৰা ক্ষতিত অৰিহণা যোগায় নেকি?

বিশ্বৰ বহু দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা। ভাৰততো এই ভাইৰাছৰ নতুন ভিন্নতাত আক্ৰান্ত লোকৰ সংখ্যা অহৰহ বাঢ়িছে।...

Read moreDetails

বি এইচ ইউত ‘বুদ্ধি-শুদ্ধি যজ্ঞ’, অব্যাহত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

উত্তৰ প্ৰদেশৰ বাৰাণসীস্থিত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ মেডিকেল ইনষ্টিটিউট এণ্ড ট্ৰমা চেণ্টাৰত কৰ্মচাৰীসকলৰ অসুবিধা আৰু আচৰণৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ অব্যাহত আছে।...

Read moreDetails

ব্ৰহ্মপুত্ৰৰ পানী সন্দৰ্ভত পাকিস্তানক সঠিক উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

ভাৰতে সিন্ধু জল সন্ধি আংশিকভাৱে স্থগিত ৰখাৰ বাবেই পাকিস্তানৰ আতংক স্পষ্টকৈ দেখা গৈছে। পাকিস্তানে ভাৰতক লৈ অহৰহ উচটনিমূলক বক্তব্য দি...

Read moreDetails

কেতিয়াৰ পৰা মুকলি হ’ব ৱাকফ উমিদ পৰ্টেল? জানক কি হয় ইয়াৰ নিয়মাবলী…

ৱাকফৰ সম্পত্তি সন্দৰ্ভত মোদী চৰকাৰে লৈছে এক ডাঙৰ সিদ্ধান্ত। সূত্ৰ অনুসৰি অহা ৬ জুনৰ পৰা ৱাকফ উমিদ পৰ্টেল মুকলি কৰা...

Read moreDetails

আজি আপোনাৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

মেষ- আজিৰ আপোনাৰ শৰীৰত কিছু ক্লান্তি আৰু দুৰ্বলতা থাকিব পাৰে। ব্যৱসায়ত ভাল হ’ব। কৰ্মস্থলীত শান্তি থাকিব। প্ৰেমৰ সম্পৰ্কত কিছু জটিলতা...

Read moreDetails

গ্ৰীষ্মকালত কিদৰে ল’ব চকুৰ যতন? জানক সবিশেষ…

গ্ৰীষ্মকালত যদি আপুনি আপোনাৰ শৰীৰৰ যত্নৰ প্ৰতি গুৰুত্ব নিদিয়ে, তেন্তে বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে। গ্ৰীষ্মকালত চকুৰ যত্ন লোৱাটো অতি...

Read moreDetails

অবৈধ অনুপ্ৰৱেশকাৰীৰ ওপৰত ভাৰত চৰকাৰৰ এক্সন!২০০০ৰো অধিকক ওভোতাই পঠিওৱা হৈছে নিজগৃহলৈ

অপাৰেচন সেন্দুৰৰ পাছত ভাৰত চৰকাৰে দেশত বাস কৰা অবৈধ অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ ওভোতাই পঠিওৱাৰ অভিযান আৰম্ভ কৰিছে। এই পৰ্যন্ত ২০০০ৰো অধিক...

Read moreDetails

অন্তহীন ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ! ১১৭খন ড্ৰ’নেৰে ৰাছিয়াত বিমান আক্ৰমণ

বৰ্তমানেও অন্ত পৰা নাই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ। এতিয়া ইউক্ৰেইনে লক্ষ্য কৰি লৈছে ৰাছিয়াৰ সামৰিক ঘাটিসমূহক। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ...

Read moreDetails
Page 174 of 481 1 173 174 175 481

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist