• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেশপ্ৰেমৰ বীজ ৰোপণৰ উদ্দেশ্যে প্ৰথম শ্ৰেণীৰ পৰাই সামৰিক প্ৰশিক্ষণ প্ৰদানৰ সিদ্ধান্ত এইখন চৰকাৰৰ

Nation NE by Nation NE
June 3, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
দেশপ্ৰেমৰ বীজ ৰোপণৰ উদ্দেশ্যে প্ৰথম শ্ৰেণীৰ পৰাই সামৰিক প্ৰশিক্ষণ প্ৰদানৰ সিদ্ধান্ত এইখন চৰকাৰৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মহাৰাষ্ট্ৰ চৰকাৰৰ বৃহৎ ঘোষণা। শিশুৰ মনোজগতত দেশপ্ৰেমৰ বীজ ৰোপণৰ উদ্দেশ্যে বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক সামৰিক প্ৰশিক্ষণ প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে।

চৰকাৰৰ এই পদক্ষেপৰ বিষয়ে ঘোষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰৰ শিক্ষামন্ত্ৰী দাদা ভূছে। এই উদ্দেশ্যে বিদ্যালয়সমূহত আঢ়ৈ লাখ প্ৰাক্তন সেনা-কৰ্মীক নিযুক্তি প্ৰদানৰ চিন্তা-চৰ্চা কৰা হৈছে বুলিও উল্লেখ কৰে।

ইতিমধ্যে এই সম্পৰ্কীয় এক প্রস্তাব ৰাজ্যখনৰ মুখ্যমন্ত্রী দেবেন্দ্র ফড়ণবিশৰ হাতত দাখিল কৰা হৈছে। শিক্ষামন্ত্ৰী দাদা ভূছেৰ এই প্ৰস্তাৱৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ফড়ণবিশে।

ৰাজ্যখনৰ সকলো স্তৰৰ বিদ্যালয়তে এই শিক্ষা বাধ্যতামূলক কৰাৰ পক্ষপাতী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। শিক্ষাৰ্থীৰ মনত দেশভক্তি, নিয়মানুবর্তিতা আৰু শাৰীৰিক অনুশীলনৰ অভ্যাস গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰথম শ্ৰেণীৰ পৰাই সামৰিক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

প্ৰাথমিক সামৰিক প্ৰশিক্ষণৰ ক্ষেত্ৰত যাতে কোনো ত্ৰুটি নৰয় তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব চৰকাৰে। এই আঁচনিখন ফলপ্ৰসূ কৰিবলৈ প্ৰয়োজনত ক্রীড়া শিক্ষক, এনচিচি, স্কাউটছৰ ব্যৱস্থা কৰা হ’ব।

Tags: Basic Military TrainingMaharashtraStudents

Related Posts

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

April 28, 2026
অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026

শীৰ্ষ সংবাদ

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025