Saturday, August 2, 2025
28 °c
Guwahati
26 ° Sun
25 ° Mon
Language -
অসমীয়া
  • English

মুম্বাইৰ ৱাংখেড়েত জাদেজাৰ যাদু; ঈশান্ত-জাহিৰ খানৰ অভিলেখ ভংগ কৰি বিশেষ কৃতিত্ব

ভাৰত আৰু নিউজিলেণ্ডৰ শৃংখলাৰ অন্তিমখন খেল মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে। টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা...

Read more

দীপাৱলী উদযাপন কৰি থকা সময়তে খুড়া-ভতিজাৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ কাণ্ড

দীপাৱলীৰ নিশা দিল্লীৰ ফৰ্শ বজাৰ থানা এলেকাৰ শ্বাহদৰাত কোনো দুৰ্বৃত্তই এজন খুড়া আৰু ভতিজাক গুলীয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ...

Read more

দেশৰ নতুন প্ৰতিৰক্ষা সচিবৰ দায়িত্বত ৰাজেশ কুমাৰ সিং; জানো আহক তেওঁ কোন?

জ্যেষ্ঠ আই এ এছ বিষয়া ৰাজেশ কুমাৰ সিঙক দেশৰ নতুন প্ৰতিৰক্ষা সচিব হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজেশ কুমাৰ সিঙে ১...

Read more

শৰীৰৰ এবিধ ৰোগ, অৱহেলা কৰিলে বিপদত পৰিব আপুনি

আমাৰ অধিকাংশ লোকৰেই প্ৰায়েই হাত-ভৰি জিনজিনাই থাকে।আমি প্ৰায়েই এই সমস্যাক সাধাৰণ সমস্যা বুলি অৱজ্ঞা কৰো। প্ৰকৃততে, শৰীৰত পুষ্টিৰ অভাৱ হ’লে...

Read more

দীপাৱলীৰ নিশা ভয়ংকৰ ঘটনা; ব্যৱসায়ী আৰু পত্নীসহ তিনিজনৰ মৃত্যু

দীপাৱলীৰ নিশা কানপুৰৰ কাকদেৱ থানা এলেকাৰ এটা ঘৰত সংঘটিত হয় এক বৃহৎ অগ্নিকাণ্ড। এই ঘটনাত ৩জন লোকৰ মৃত্যু হয়। নিশা...

Read more

২৫ বছৰীয়া নাতিয়ে ৭৫ বছৰীয়া বৃদ্ধাৰ সৈতে কৰিলে অপকৰ্ম, শুনি আচৰিত হ’ব আপুনি

উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ২৫ বছৰীয়া এজন যুৱকে নিজৰ ৭৫ বছৰীয়া আইতাকৰ সৈতে অপকৰ্ম...

Read more

এখন সামূহিক স্বাস্থ্যকেন্দ্ৰৰ অৱস্থাই চকু কঁপালত তুলিছে সকলোৰে

সামূহিক স্বাস্থ্য কেন্দ্ৰত বিৰাজ কৰিছে অস্বাস্থ্যকৰ পৰিবেশে। যি দৃশ্যই  চকু কপালত  চকু কপালত তুলিছে সচেতন মহলৰ।চিকিৎসাৰ বাবে স্বাস্থ্য কেন্দ্ৰত নাই...

Read more

প্ৰধানমন্ত্ৰী মোদীৰ বিত্তীয় উপদেষ্টা পৰিষদৰ অধ্যক্ষ, বিশিষ্ট অৰ্থনীতিবিদ বিবেক দেৱৰয়ৰ পৰলোকপ্ৰাপ্তি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিত্তীয় উপদেষ্টা পৰিষদৰ অধ্যক্ষ তথা বিশিষ্ট অৰ্থনীতিবিদ বিবেক অৱৰয়ৰ পৰলোকপ্ৰাপ্তি ঘটিছে। তেওঁৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৯...

Read more

আচৰিত কাণ্ড! এগৰাকী মুখ্যমন্ত্ৰীৰ ৫ বছৰত বৃদ্ধি পালে ৭ বছৰ বয়স

বিধানসভা নিৰ্বাচনক লৈ চলি আছে ৰাজনীতি। এতিয়া মুখ্যমন্ত্ৰীক লৈ আন এক বৃহৎ ৰাজনৈতিক হুলস্থুলৰ সৃষ্টি হৈছে।  য’ত ৫ বছৰত মুখ্যমন্ত্ৰী...

Read more

দীপাৱলীৰ পিছত বিষাক্ত হৈ পৰে দিল্লীৰ বতাহ, AQI য়ে ভাঙিলে ৰেকৰ্ড অতিক্ৰম কৰে

বৃহস্পতিবাৰে সমগ্ৰ দেশতে উদযাপন কৰা দীপাৱলী উৎসৱৰ সময়ত অতিপাত আতচবাজীৰ ব্যৱহাৰৰ বাবে ইতিমধ্যে দিল্লীৰ বতাহ আৰু অধিক বিষাক্ত হৈ পৰিছে।...

Read more
Page 255 of 358 1 254 255 256 358

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist