• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতীয় ক্ৰিকেটাৰক ইতিকিং, বিপদত পাকিস্তানী বলাৰ!

Nation NE by Nation NE
March 8, 2025
in Top News, ক্ৰীড়া
0 0
ভাৰতীয় ক্ৰিকেটাৰক ইতিকিং, বিপদত পাকিস্তানী বলাৰ!
Share on FacebookShare on TwitterWhatsApp

চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰত আৰু পাকিস্তানৰ মাজৰ খেল ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল। এই খেলখত ভাৰতীয় দলটোৱে জয়লাভ কৰে। কিন্তু এই মেচত এজন পাকিস্তানী খেলুৱৈয়ে লোৱা উইকেট লৈ উদযাপন কৰে।

এই ঘটনাৰ পিছতেই খেলুৱৈগৰাকীক ছ’চিয়েল মিডিয়াত যথেষ্ট ট্ৰ’ল কৰা হয়। এনে পৰিস্থিতিত এইগৰাকী খেলুৱৈয়ে নিজৰ ব্যৱহাৰৰ বাবে ক্ষমা বিচাৰে।

ভাৰত-পাকিস্তানৰ খেলখনত  ৫২টা বলত ৪৬ ৰানৰ ইনিংছ খেলি আউট হৈছিল তাৰকা বেটছমেন শুভমন গীল। তেওঁক আউট কৰে পাকিস্তানৰ স্পিনাৰ আব্ৰাৰ আহমেদে। ইয়াৰ পিছতে আব্ৰাৰ আহমেদে উইকেট লোৱা মুহূৰ্ত উদযাপন কৰি ডিঙি ঘূৰাই বাৰে বাৰে গীলক বাহিৰলৈ যাবলৈ ইংগিত দিছিল। আব্ৰাৰৰ এই ব্যৱহাৰত ক্ষুন্ন হৈ পৰে ভাৰতীয় ক্ৰিকেটপ্ৰেমীসকল।

পিছে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শুভমন গীলৰ উইকেট উদযাপনৰ সন্দৰ্ভত আব্ৰাৰ আহমেদে কয় যে, এইয়া তেওঁৰ ষ্টাইল হয়। তেওঁ একো ভুল কৰা নাই। ইয়াৰ পিছতো যদি কোনোবাই আঘাত পাইছে তেন্তে ইয়াৰ বাবে তেওঁ ক্ষমা বিচাৰে। তেওঁৰ উদ্দেশ্য কাকো আঘাত দিয়া নহয়।

Tags: #cricketPakistanSports

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025