Tuesday, July 29, 2025
29 °c
Guwahati
28 ° Wed
29 ° Thu
Language -
অসমীয়া
  • English

দিল্লীত “শ্বাসৰুদ্ধকৰ” বতাহ, বতৰে কৰিছে প্ৰতাৰণা, কিমান হৈছে দিল্লীৰ AQI?

দিল্লীত দিনৰ ভাগত প্ৰচণ্ড সূৰ্যৰ পোহৰৰ বাবে গৰমৰ সন্মুখীন হ’বলগীয়া হৈছে। আজিকালি দিল্লীবাসীয়ে কাহ, চৰ্দি, জ্বৰ, উশাহ-নিশাহৰ সমস্যা আদি গুৰুতৰ...

Read more

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অন্তৰ্ভূক্ত হ’ব পাৰে এইকেইগৰাকী খেলুৱৈৰ নাম

ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী আৰম্ভ হোৱাৰ দিন ওচৰ চাপি অহাৰ লগে লগে ইয়াক লৈ উত্তেজনাও বৃদ্ধি পাইছে। পিছে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল,...

Read more

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক ভাৰতৰত্ন দিবলৈ দাবী, চৰকাৰলৈ প্ৰেৰণ কৰিলে পত্ৰ

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিখ্যাত অৰ্থনীতিবিদ ড০ মনমোহন সিঙক ভাৰতৰত্ন দিবলৈ পুনৰবাৰ দাবী কৰা উত্থাপন হৈছে। শিখ সংগঠন “নামধাৰি সংগত...

Read more

ছত্তীশগড়ত সৰ্বভাৰতীয় বন ক্ৰীড়া মহোৎসৱত অসম বন বিভাগৰ দমনীয় প্ৰদৰ্শন

ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত যোৱা ১৬ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ ৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা ২৭ তম সৰ্বভাৰতীয় বন ক্ৰীড়া মহোৎসৱত বন...

Read more

পুনে টেষ্টৰ পূৰ্বে নিউজিলেণ্ডৰ বাবে বেয়া খবৰ; দ্বিতীয় টেষ্টৰ পৰাও বাহিৰ এইগৰাকী বেটাৰ

নিউজিলেণ্ডে জয়েৰে আৰম্ভ কৰিছে টেষ্ট শৃংখলা। তিনিখন মেচৰ শৃংখলাত আলহী দলটোৱে বেংগালুৰু টেষ্টত ভাৰতক পৰাস্ত কৰি ১-০ৰ অগ্ৰগতি লাভ কৰিছে।...

Read more

বাতৰি কাকত বিলাই বাতৰিৰ শিৰোণামত আজি নলবাৰীৰ গৌৰৱ

আৰ্থিক দুৰৱস্থাৰ পিছতো নিজেই কষ্ট কৰি আজুৰি আনিলে ভাল খবৰ। এসময়ত নলবাৰীত বাতৰি কাকতৰ হকাৰ হৈও NEET পৰীক্ষাত উত্তীৰ্ণ হৈ...

Read more

নেৰানেপেৰা বৰষুণৰ মাজতে খহি পৰিল নিৰ্মাণাধীন অট্টালিকা; ১৭ জন শ্ৰমিক আৱদ্ধ

পূব বাংগালুৰুৰ বাবু সাপল্যা অঞ্চলত বিগত কিছুদিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ মাজতে ভাঙি পৰিল এটা নিৰ্মাণাধীন অট্টালিকা। ১৭ জন শ্ৰমিক...

Read more

প্ৰাৰ্থীৰ তালিকাক লৈ অসন্তুষ্ট বিজেপি; কেইবাজনো নেতাই ত্যাগ কৰিলে দল

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে অথন্তৰত পৰিছে বিজেপি। প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছতে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কেইবাজনো শীৰ্ষ নেতাই এৰিছে দল।...

Read more

ধনৰ অভাৱত গ্লাছগো কমনৱেলথৰ পৰা বাদ পৰিল হকী, ক্ৰিকেট, শ্বুটিঙৰ দৰে ইভেণ্ট

২০২৬ গ্লাছগো কমনৱেলথ গেমছৰ পৰা বাদি পৰিল হকীৰ লগতে আন কেইবাটাও জনপ্ৰিয় খেল। আয়োজক চহৰ গ্লাছগোৱে ব্যয় সংকোচনৰ উপায় হিচাপে...

Read more
Page 261 of 354 1 260 261 262 354

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist