• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছেবিৰ প্ৰাক্তন অধ্যক্ষসহ ৫ জনৰ বিৰুদ্ধে গোচৰৰ নিৰ্দেশ

Nation NE by Nation NE
March 3, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ছেবিৰ প্ৰাক্তন অধ্যক্ষসহ ৫ জনৰ বিৰুদ্ধে গোচৰৰ নিৰ্দেশ
Share on FacebookShare on TwitterWhatsApp

ষ্টক মাৰ্কেটত বৃহৎ জালিয়াতি আৰু নিয়ন্ত্ৰণ উলংঘাৰ অভিযোগত ছেবিৰ প্ৰাক্তন অধ্যক্ষ মাধবী পুৰী বুচ আৰু আন ৫ জনৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়নৰ নিৰ্দেশ দিছে মুম্বাইৰ এখন বিশেষ দুৰ্নীতি নিবাৰক আদালতে।

মাধবী পুৰী বুচ, সৰ্বকালৰ সদস্য অশ্বনী ভাটিয়া, অনন্ত নাৰায়ণ, কমলেশ চন্দ্ৰ বৰ্ষনেয়, বিএছইৰ চিইঅ’ সুন্দৰৰাম ৰামমূৰ্তি আৰু প্ৰাক্তন অধ্যক্ষ প্ৰমোদ আগৰৱালাৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিবলৈ আদালতে ৱৰ্লিৰ দুৰ্নীতি নিবাৰক ব্যুৰোক নিৰ্দেশ দিয়ে।

গৃহীত আদেশত মুম্বাইৰ দুৰ্নীতি নিবাৰক আদালতৰ বিশেষ ন্যায়াধীশ শশীকান্ত একনাথৰাও ভাংগৰে কয় যে, এই ব্যক্তিসকলৰ বিৰুদ্ধে জালিয়াতি অভিযোগ উত্থাপন হৈছে, সেয়েহে এই বিষয়ত ন্যায্য তদন্তৰ প্ৰয়োজন। আদালতে তদন্তৰ ওপৰত নজৰ ৰাখিব বুলি তেওঁ কয় আৰু লগতে তেওঁ ৩০ দিনৰ ভিতৰতেই এই গোচৰটোৰ ষ্টেটাছ ৰিপ’ৰ্ট বিচাৰে।

আদালতে কয় যে, আইন প্ৰয়োগকাৰী সংস্থা আৰু ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডৰ নিষ্ক্ৰিয়তাৰ বাবে ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ বিধানৰ অধীনত এই বিষয়টোৰ ওপৰত ন্যায়িক হস্তক্ষেপৰ প্ৰয়োজন।

অভিযোগ অনুসৰি, ১৯৯২ চনৰ ছেবি আইন আৰু ইয়াৰ অধীনত থকা নিয়ম-নীতিসমূহ মানি নচলি এটা কোম্পানী ষ্টক এক্সচেঞ্জত তালিকাভুক্ত কৰা হৈছিল। এই তালিকাভুক্তকৰণত নিয়ন্ত্ৰণকাৰী সংস্থা বিশেষকৈ ছেবিৰ সক্ৰিয় সহযোগিতা আছিল।

লগতে অভিযোগকাৰীয়ে দাবী কৰে যে. ছেবিৰ বিষয়াসকলে বিধিগত কৰ্তব্য পালনত ব্যৰ্থ হোৱাৰ লগতে আৰু নিৰ্ধাৰিত মাপকাঠী পূৰণ নকৰা কোম্পানী এটাকো তালিকাভুক্ত কৰাৰ অনুমতি দিছিল।

লগতে অভিযোগকাৰীয়ে কয় যে, থানা আৰু সংশ্লিষ্ট নিয়ন্ত্ৰক সংস্থাসমূহৰ সৈতে কেইবাবাৰো যোগাযোগ কৰাৰ পিছতো তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

ভাৰতৰ প্ৰথমগৰাকী মহিলা ছেবি অধ্যক্ষ বুচৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্বৰ্ট চেলাৰ হিণ্ডেনবাৰ্গে স্বাৰ্থৰ সংঘাতৰ অভিযোগ উত্থাপন কৰাৰ পিছত ৰাজনৈতিক হেঁচাত সন্মুখীন হৈছিল। শুকুৰবাৰে তিনি বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰি অৱসৰ গ্ৰহণ কৰে ছেবিৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে।

বুচে এই অভিযোগ অস্বীকাৰ কৰি কয় যে, তেওঁ নিয়ন্ত্ৰকত যোগদান কৰাৰ আগতেই এই বিনিয়োগ কৰা হৈছিল আৰু তেওঁ সকলো প্ৰয়োজনীয়তা মানি চলিছিল। শেহতীয়াকৈ হিণ্ডেনবাৰ্গে নিজৰ ব্যৱসায় বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

Tags: chiefFraudSebi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025