Tuesday, January 27, 2026
20 °c
Guwahati
20 ° Wed
21 ° Thu
Language -
অসমীয়া
  • English

ভৱনগৰৰ এটা কমপ্লেক্সত ভয়ংকৰ অগ্নিকাণ্ড, উদ্ধাৰ অভিযান অব্যাহত

গুজৰাটৰ ভৱনগৰৰ এটা কমপ্লেক্সত অগ্নিকাণ্ড। খবৰ অনুসৰি এই কমপ্লেক্সত তিনি-চাৰিখনকৈ চিকিৎসালয় আছে। এই চিকিৎসালয়কেইখন জুইৰ লেলিহান শিখাই আগুৰি ধৰে। তাত...

Read moreDetails

হিন্দু ধৰ্ম পৰা অন্য ধৰ্ম গ্ৰহণ কৰা লোকে নাপাব SC-STৰ মৰ্যাদা, উচ্চ ন্যায়ালয়ৰ ডাঙৰ ৰায়

খ্ৰীষ্টান ধৰ্ম বা আন কোনো ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা ব্যক্তিয়ে  নাপাব অনুসূচিত জাতি (SC) বা অনুসূচিত জনজাতি (ST)ৰ সুবিধা। এলাহাবাদ উচ্চ...

Read moreDetails

তেলেংগানা চাইবাৰ ছিকিউৰিটি ব্যুৰোৰ কৃতিত্ব! উদ্ধাৰ ৩৫০ কোটি টকা

হায়দৰাবাদত চাইবাৰ অপৰাধৰ গোচৰত তেলেংগানা চাইবাৰ আৰক্ষীয়ে এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। তেলেংগানা চাইবাৰ ছিকিউৰিটি ব্যুৰোৱে এতিয়ালৈকে চাইবাৰ জালিয়াতিৰ বলি...

Read moreDetails

সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

পুনৰ বুলড'জাৰৰ শব্দত কঁপিব মধ্য অসম। এইবাৰ ৩৮ বিঘা চৰকাৰী ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ। ৰূপহীহাটৰ ভকতগাঁৱত উচ্ছেদৰ বাবে সাজু হৈছে...

Read moreDetails

দিল্লী বিস্ফোৰণৰ গোচৰৰ ডাঙৰ তথ্য, সন্ত্ৰাসবাদী ডেনিছৰ ফোনত উদ্ধাৰ ড্ৰ’ন আৰু অস্ত্ৰ-শস্ত্ৰৰ সৈতে জড়িত প্ৰমাণ

দিল্লী বিস্ফোৰণৰ তদন্তৰ সময়ত সন্ত্ৰাসবাদী ডেনিছৰ ফোনৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য ওলাই পৰিছে। ডিলিট কৰা ফটো, ভিডিঅ’, আৰু এপৰ ডাটা...

Read moreDetails

অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

ৰাজ্যত পুনৰ সংঘটিত হয় মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। বিদ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ পথত কিশোৰীগৰাকীৰ সৈতে অপকৰ্ম কৰাৰ অভিযোগ...

Read moreDetails

বিমানত মহিলা ক্ৰু মেম্বাৰক শাৰিৰীকভাৱে অপদস্থ এগৰাকী যাত্ৰীৰ, এয়াৰ ইণ্ডিয়াৰ ব্যৱস্থা গ্ৰহণ

বৰ্তমান সময়ত বিমানতো মহিলাৰ ওপৰত অত্যাচাৰৰ ঘটনা বৃদ্ধি পাইছে। ডুবাইৰ পৰা হায়দৰাবাদ অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত এগৰাকী মহিলা কেবিন ক্ৰু...

Read moreDetails

DELETE বা DISABLE কৰিব নোৱাৰিব এই এপ! চৰকাৰৰ নতুন নিৰ্দেশনা

ভাৰতত মোবাইলৰ সুৰক্ষা শক্তিশালী কৰাৰ লগতে অনলাইন জালিয়াতি ৰোধৰ বাবে দূৰসংযোগ বিভাগে জাৰি কৰিছে এক নতুন নিৰ্দেশনা। এই নিৰ্দেশনাৰ অধীনত...

Read moreDetails
Page 27 of 476 1 26 27 28 476

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist