• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
22 °c
Guwahati
23 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

DELETE বা DISABLE কৰিব নোৱাৰিব এই এপ! চৰকাৰৰ নতুন নিৰ্দেশনা

Nation NE by Nation NE
December 2, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
DELETE বা DISABLE কৰিব নোৱাৰিব এই এপ! চৰকাৰৰ নতুন নিৰ্দেশনা
Share on FacebookShare on TwitterWhatsApp

ভাৰতত মোবাইলৰ সুৰক্ষা শক্তিশালী কৰাৰ লগতে অনলাইন জালিয়াতি ৰোধৰ বাবে দূৰসংযোগ বিভাগে জাৰি কৰিছে এক নতুন নিৰ্দেশনা। এই নিৰ্দেশনাৰ অধীনত ভাৰতত নিৰ্মিত বা বহিঃৰাজ্যৰ পৰা আমদানি কৰা প্ৰতিটো নতুন স্মাৰ্টফোন এতিয়া সঞ্চাৰ সাথী এপৰ সৈতে প্ৰি-ইনষ্টল কৰা হ’ব। সকলো মোবাইল নিৰ্মাতা আৰু আমদানিকাৰকক এই নিৰ্দেশনা অনতিপলমে কাৰ্যকৰী কৰিবলৈ কোৱা হৈছে।

সঞ্চাৰ সাথী এপটোৱে মোবাইল ব্যৱহাৰকাৰীক সুৰক্ষা প্ৰদান কৰে। যদি কোনো ফোন হেৰাই যায় বা চুৰি হয়, তেন্তে মিনিটৰ ভিতৰতে ৰিপৰ্ট আৰু ব্লক কৰা হ’ব পাৰে। ইয়াৰ উপৰিও ই মোবাইল ফোনত ভুৱা লিংক, স্পেম কল, সন্দেহজনক বাৰ্তা, আৰু চলি থকা সংযোগসমূহ নিৰীক্ষণ কৰাত সহায় কৰে। এপটোৰ বিশেষ বৈশিষ্ট্য হ’ল ব্যৱহাৰকাৰীয়ে আৰু IMEI নম্বৰ মনত ৰখাৰ অসুবিধাৰ সন্মুখীন হ’ব নালাগে।

এই এপটোৱে সমগ্ৰ দেশৰ লাখ লাখ লোকক মোবাইল সুৰক্ষা সেৱা আগবঢ়াইছে। লাখ লাখ ফোন ব্লক কৰি বৃহৎ সংখ্যক চুৰি হোৱা মোবাইল ফোনৰ স্থানৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে। ইতিমধ্যে লাখ লাখ ব্যৱহাৰকাৰীয়ে এই প্লেটফৰ্মত নিজৰ নামত চলি থকা মোবাইল সংযোগ পৰীক্ষা কৰি বহু প্ৰৱঞ্চনামূলক কাৰ্যকলাপ ৰোধ কৰিছে। প্লে ষ্ট’ৰ আৰু এপ ষ্ট’ৰত ইয়াৰ ডাউনলোড ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, যিয়ে ইয়াৰ নিৰ্ভৰযোগ্যতা আৰু জনপ্ৰিয়তাক প্ৰতিফলিত কৰিছে।

চৰকাৰে স্পষ্ট কৰি দিছে যে এতিয়া নিৰ্মিত সকলো মোবাইল ফোনত সঞ্চাৰ সাথী প্ৰি-ইনষ্টল কৰিব লাগিব, আৰু এই এপটো ফোনটোৰ পৰা আঁতৰাই বা নিষ্ক্ৰিয় কৰিব নোৱাৰিব। আনকি পুৰণি ষ্টক ফোনসমূহতো চফটৱেৰ আপডেটৰ জৰিয়তে এই এপটো অন্তৰ্ভুক্ত কৰিব লাগিব। এপল, চেমচাং, অ’প’, ভিভ’, আৰু ছাইঅ’মিৰ দৰে কোম্পানীয়ে ৯০ দিনৰ ভিতৰত এই আদেশ মানি চলি ১২০ দিনৰ ভিতৰত চৰকাৰক প্ৰতিবেদন দাখিল কৰিব লাগিব।

Tags: AppCentral GovermentMOBILE

Related Posts

যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026

শীৰ্ষ সংবাদ

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025