Monday, September 8, 2025
30 °c
Guwahati
30 ° Tue
28 ° Wed
Language -
অসমীয়া
  • English

জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ

জম্মু-কাশ্মীৰৰ কঠুৱা জিলাত সোমবাৰে ভাৰতীয় সেনাৰ কনভয়ত হঠাৎ আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে। সন্ত্ৰাসবাদীৰ গুলীচালনাৰ পিছত ভাৰতীয় জোৱানেও প্ৰত্যুত্তৰত গুলীচালনা কৰে। দুয়োপক্ষৰ...

Read more

জয়ৰ আনন্দত আয়োজিত পাৰ্টীত বিতৰণ বিয়েৰ-হুইস্কী; বিজেপি সাংসদৰ কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া

লোকসভা নিৰ্বাচনত জয় লাভ কৰা এজন বিজেপি সাংসদে আয়োজন কৰা পাৰ্টীৰ এটা ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। জয়ৰ...

Read more

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ; মুখ্যমন্ত্ৰীৰ পৰিচালনা সমিতি গঠন

নৱেম্বৰত ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন পৰিচালনা কৰিবৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিছে সমিতি। জিলা পৰিষদ, আঞ্চলিক...

Read more

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিহপুৰীয়াৰ বাসগৃহত সংঘটিত হৈছে আক্ৰমণৰ ঘটনা। এটা অচিনাক্ত দুৰ্বৃত্তৰ দলে বৰাৰ বাসগৃহত...

Read more

বিকিনি পিন্ধা ফটো ছ’চিয়েল মিডিয়াত আপলোড তৃতীয় লিংগৰ শিক্ষাৰ্থীৰ; বিদ্যালয়ৰ পৰা বহিষ্কাৰ

ছ’চিয়েল মিডিয়াত ফটো আপলোড দিয়াৰ বাবে স্কুলৰ পৰা বহিষ্কাৰ হ’ল এগৰাকী তৃতীয় লিংগৰ ছাত্ৰী। একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীক বিদ্যালয়খনৰ অধ্যক্ষই বহিষ্কাৰ...

Read more

ধাৰাসাৰ বৰষুণৰ পিছতেই খহি পৰিল তিনিমহলীয়া অট্টালিকা; তিনিজনৰ মৃত্যু

দেওবাৰে ৰাতিপুৱা ঝাৰখণ্ডৰ দেওঘৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। দেওঘৰ নগৰ থানা এলেকাৰ সীতা হোটেলৰ সমীপৰ এটা তিনি মহলীয়া অট্টালিকা...

Read more

সন্ত্ৰাসবাদীৰে হোৱা এনকাউণ্টাৰত শ্বহীদ জোৱান, মাত্ৰ এবছৰ পূৰ্বে আৱদ্ধ হৈছিল বিবাহপাশত

জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ দুটা ভিন্ন স্থানত সন্ত্ৰাসবাদীৰে হোৱা এনকাউণ্টাৰত দুজন জোৱান শ্বহীদ হোৱাৰ খবৰ আহিছে। ইয়াৰ পিছতে ভাৰতীয় সেনাই চলোৱা...

Read more

নীলা জাৰ্চিৰ সপোন পূৰণ ৰিয়ানৰ; পিতৃ পৰাগ দাসে পিন্ধালে ভাৰতীয় কেপ

আজিৰ পৰা আৰম্ভ হ’ল ভাৰত আৰু জিম্বাব’ৱেৰ মাজত পাঁচখন মেচৰ টি-২০ শৃংখলা। হাৰাৰে ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ হোৱা শৃংখলাৰ প্ৰথমখন মেচত...

Read more

২০২৪-২৫ বৰ্ষৰ বাজেটৰ দিন ঘোষণা; বৃদ্ধি হ’ব কিষাণ কিস্তিৰ পৰিমাণ!

২২ জুলাইৰ ১২ আগষ্টলৈ চলিব সংসদৰ নতুন অধিৱেশন (সংসদ বাজেট অধিবেশন)। এক্সযোগে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এই তথ্য...

Read more

দুদিনলৈ ৰাজ্যত ৰেড এলাৰ্ট; পানীৰ তলত ২৯ জিলা, ৫০ৰো অধিক লোকৰ মৃত্যু

বিগত কিছু দিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমত জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। উজনিৰ লগতে নামনিৰ ৩০...

Read more
Page 389 of 395 1 388 389 390 395

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist