• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
22 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

Nation NE by Nation NE
September 8, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ
Share on FacebookShare on TwitterWhatsApp

ভাৰত আৰু আমেৰিকাৰ মাজত শুল্ক বিবাদৰ মাজতে ৰাজনৈতিক লবীষ্ট জেছন মিলাৰে ৱাশ্বিংটন ডিচিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰে। মিলাৰ সেই একেজন লবীষ্ট, যিজনক ভাৰত চৰকাৰে আমেৰিকা প্ৰশাসনৰ কূটনৈতিক প্ৰসাৰ সুদৃঢ় কৰিবলৈ কেইমাহমান পূৰ্বে নিযুক্তি দিছিল।

মিলাৰে হোৱাইট হাউছৰ পৰা ট্ৰাম্পৰ সৈতে নিজৰ ছবিখন শ্বেয়াৰ কৰিছে। এই সভাৰ আনুষ্ঠানিক কাৰ্যসূচী প্ৰকাশ কৰা হোৱা নাই যদিও সময় অতি গুৰুত্বপূৰ্ণ। দৰাচলতে এই সময়ত ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক আৰু শুল্ক পুনৰবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে আৰু দুয়োখন দেশৰ অৰ্থনৈতিক কৌশলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে।

দীৰ্ঘদিন ধৰি ট্ৰাম্পৰ ঘনিষ্ঠ জেছন মিলাৰ ২০১৬ চনৰ নিৰ্বাচনত তেওঁৰ মুখ্য সংবাদ মাধ্যমৰ মুখপাত্ৰ আছিল। তেওঁক হোৱাইট হাউছৰ যোগাযোগ সঞ্চালক নিযুক্তি দিব লাগিছিল যদিও ব্যক্তিগত বিবাদ আৰু অভিযোগৰ বাবে পদটো গ্ৰহণ কৰাৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল। তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিতৰ্কৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতো তেওঁ ট্ৰাম্পৰ ৰাজনৈতিক মহলত থাকিল আৰু ২০২০ আৰু ২০২৪ দুয়োটা নিৰ্বাচনী প্ৰচাৰতে মুখ্য উপদেষ্টা আছিল। ২০২০ চনত তেওঁ SHW Partners LLC প্ৰতিষ্ঠা কৰি বিদেশী লবীষ্ট হিচাপে পঞ্জীয়ন কৰে।

ৰাজহুৱা নথি অনুসৰি জেছন মিলাৰৰ কোম্পানী এছ এইচ ডব্লিউ পাৰ্টনাৰ্ছ এল এল চিক ভাৰত চৰকাৰে ২০২৫ চনৰ এপ্ৰিল মাহত এবছৰৰ চুক্তিত নিযুক্তি দিছিল।

  • এই চুক্তিৰ পৰিমাণ: ১৮ লাখ ডলাৰ (প্ৰায় ১৫ কোটি)
  • মাহিলী মাচুল: ১,৫০,০০০ ডলাৰ
  • আমেৰিকা চৰকাৰ, কংগ্ৰেছ, থিংক টেংক, শৈক্ষিক প্ৰতিষ্ঠান আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে ভাৰতৰ বাবে কৌশলগত পৰামৰ্শ আৰু চৰকাৰী সম্পৰ্কৰ সহায়।

বৰ্তমান ভাৰত আৰু আমেৰিকাৰ মাজত শুল্কক লৈ অব্যাহত আছে তীব্ৰ উত্তেজনা। এনে পৰিস্থিতিত ট্ৰাম্প আৰু ভাৰত চৰকাৰৰ সৈতে জেছন মিলাৰৰ বৈঠকত তেওঁক লবীষ্ট কৰি তোলাটো কূটনৈতিক দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

Tags: jason milllarTariffTrump

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025