• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

বৰষুণ-ভূমিস্খলনে লৈছে ভয়াৱহ ৰূপ; ১৪ জনৰ মৃত্যু, বহু সন্ধানহীন

Nation NE by Nation NE
June 27, 2024
in আন্তঃ ৰাষ্ট্ৰীয়, Top News
0 0
বৰষুণ-ভূমিস্খলনে লৈছে ভয়াৱহ ৰূপ; ১৪ জনৰ মৃত্যু, বহু সন্ধানহীন

সংগৃহীত ফটো।

Share on FacebookShare on TwitterWhatsApp

ভূমিকম্পই হওক বা ধাৰাসাৰ বৰষুণেই হওক, সদায় ইয়াৰ সৰ্বাধিক প্ৰভাৱ পৰা দেখা যায় নেপালত। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনত এইবাৰো প্ৰচণ্ড বৰষুণে লৈছে ভয়াৱহ ৰূপ।

ধাৰাসাৰ বৰষুণ, ভূমিস্খলন আৰু বিজুলী-ঢেৰেকণিৰ ফলত দেশখনত এইপৰ্যন্ত ১৪ গৰাকী লোকৰ মৃত্যু ঘটিছে। আনহাতে শ-শ লোক ঘৰ-বাৰী হেৰুৱাই আশ্ৰয় শিৱিৰত থাকিবলগীয়া হৈছে।

নেপালৰ দুৰ্যোগ প্ৰশমণ বিভাগে জানিব দিয়া অনুসৰি বিগত কিছুদিনৰ পৰা দেশখনৰ বিভিন্ন অঞ্চলত হৈছে প্ৰচুৰ বৰষুণ। ভূমিস্খলন আৰু বজ্ৰপাতৰ ফলত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ৮ জন ভূমিস্খলন আৰু ৫ জন ব্ৰজপাতৰ ফলত মৃত্যুক আকোৱালি লৈছে। আনহাতে বানে প্ৰাণ লৈছে এজনৰ।

ভূমিস্খলনৰ ফলত এতিয়াও দুজন লোক সন্ধানহীন হৈ থকাৰ বিপৰীতে ১০জন লোক গুৰুতৰভাৱে আহত হৈছে। নেপালৰ গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ১৭ দিনত ২৮ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ বাবেই ৩৩খন জিলা ক্ষতিগ্ৰস্ত হৈছে, য’ত ১৪৭টা ঘটনা সংঘটিত হৈছে। বজ্ৰপাতৰ ফলত ১৩ জন লোকৰ মৃত্যু। আনহাতে ১৪ জন লোকে ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুৱাইছে।

দেশখনৰ দুৰ্যোগ প্ৰশমণৰ মুখপাত্ৰ দীজনে জনোৱা মতে, ২৬ জুনত মুঠ ৪৪টা ঘটনা সংঘটিত হৈছে। সেই ঘটনাবোৰত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছিল, ইয়াৰে ৮ জন লোকৰ মৃত্যু হৈছিল ভূমিস্খলনৰ ফলত আৰু ৫ জন লোকৰ বজ্ৰপাতৰ ফলত মৃত্যু হৈছিল। একে সময়তে বানপানীৰ ফলত এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱালে।

Tags: #Landslide#NepalHeavy Rainfall

Related Posts

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025