• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

হায় গৰম! গলি গ’ল আব্ৰাহাম লিংকনৰ মমৰ প্ৰতিমূৰ্তি

মেৰামতিৰ কাম আৰম্ভ কৰি দিলে প্ৰশাসনে

Nation NE by Nation NE
June 27, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
হায় গৰম! গলি গ’ল আব্ৰাহাম লিংকনৰ মমৰ প্ৰতিমূৰ্তি

গলি গ'ল আব্ৰাহাম লিংকনৰ মমৰ প্ৰতিমূৰ্তি (ছ'চিয়েল মিডিয়াৰ পৰা সংগৃহীত ফটো)

Share on FacebookShare on TwitterWhatsApp

হায় এই প্ৰচণ্ড গৰম। বিশ্বৰ বহু ৰাষ্ট্ৰ দহিছে উৎকট গৰমত। মানৱৰ পৰা জীৱ-জন্তুলৈ প্ৰচণ্ড গৰম সহিব নোৱাৰি মৃত্যুমুখতো পৰিছে। ইয়াৰ মাজতে আহিছে এটা খবৰ।

প্ৰচণ্ড গৰমত গলিবলৈ ধৰিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ মূৰ্তি। আচলতে মমেৰে নিৰ্মিত মূৰ্তি গলিবলৈ ধৰাত হাহাকাৰ লাগিছে প্ৰশাসনৰ মাজত। বিবিচিৰ এক ৰিপৰ্ট অনুসৰি আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত স্থাপন কৰা মমৰ প্ৰতিমূৰ্তি গলিবলৈ ধৰিছে। ৱাশ্বিংটন ডিচিত আছে ৬ ফুট উচ্চতাৰ মমেৰে নিৰ্মিত প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ প্ৰতিমূৰ্তি। ৱাশ্বিংটন ডিচিত এতিয়া ভয়ানক উষ্ণতা। যাৰ প্ৰভাৱ পৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতিৰ মমেৰে নিৰ্মিত প্ৰতিমূৰ্তিত।

গলি গলি শেষ হৈ যাব নেকি লিংকন মেম’ৰিয়েল নামেৰে জনাজাত আব্ৰাহাম লিংকনৰ প্ৰতিমূৰ্তি। আমেৰিকাত পৰা প্ৰচণ্ড গৰমৰ বাবে মমৰ প্ৰতিমূৰ্তি গলিবলৈ আৰম্ভ কৰিছে। ইয়াৰ লগে লগে প্ৰতিমূৰ্তিৰ আকাৰ সলনি হৈ পৰিছে। প্ৰথম অৱস্থাত প্ৰতিমূৰ্তিটোৰ মূৰৰ অংশ গলিবলৈ ধৰাত বিকৃত হৈ পৰে প্ৰতিমূৰ্তিটো। সমগ্ৰ প্ৰতিমূৰ্তিটো গলিবলৈ ধৰাত বিকৃত আকাৰ হৈ পৰে। ইয়াৰ পিছতে প্ৰশাসনৰ লোকে পুনৰ মেৰামতিৰ কাম আৰম্ভ কৰে প্ৰতিমূৰ্তিটোৰ।

Tags: #abraham lincoln #america

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 21, 2026
লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত
Top News

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

March 18, 2026
আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

শীৰ্ষ সংবাদ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025