• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

শ্বেখ হাছিনাক মৃত্যুদণ্ড দিয়া হ’ব নে ক্ষমা কৰা হ’ব? ভাৰতৰ ওপৰত কিয় ক্ষুব্ধ বাংলাদেশ?

Nation NE by Nation NE
November 13, 2025
in আন্তঃ ৰাষ্ট্ৰীয়, Top News
0 0
শ্বেখ হাছিনাক মৃত্যুদণ্ড দিয়া হ’ব নে ক্ষমা কৰা হ’ব? ভাৰতৰ ওপৰত কিয় ক্ষুব্ধ বাংলাদেশ?
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ আদালতে দিব চূড়ান্ত ৰায়। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মৃত্যুদণ্ড দিয়া হ’ব নে ক্ষমা দান দিয়া হ’ব সেই সন্দৰ্ভত ১৭ ৰায় দিব ন্যায়ালয়ে।

শ্বেখ হাছিনাৰ বিৰুদ্ধে দাখিল কৰা মানৱীয়তা উলংঘা কৰা গোচৰৰ শুনানি আজি ঢাকাৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত অনুষ্ঠিত হ’ব। চৰকাৰী অধিবক্তাই শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ দাবী কৰিছে। শ্বেখ হাছিনাৰ বিৰুদ্ধে ভাষ্য দিব ৮৪ গৰাকী লোকে।

শ্বেখ হাছিনাৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপিত হৈছে(হত্যা, অপৰাধ প্ৰতিৰোধত ব্যৰ্থ হোৱা, মানৱীয়তা উলংঘা কৰা, ১৪০০ লোকৰ প্ৰাণ লোৱা ইত্যাদি)। যাৰ বাবে শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ দাবী উত্থাপন কৰিছে।

অৱশ্যে এই দাবীৰ বিৰুদ্ধে শ্বেখ হাছিনাৰ দল আৱামী লীগেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বৃহস্পতিবাৰে পুৱাৰে পৰা সন্ধিয়ালৈ দেশজুৰি লকডাউন ঘোষণা কৰিছে আৱামি লীগে। ইয়াৰ পৰিপ্ৰেক্ষিতত বাংলাদেশত জাৰি কৰা হৈছে হাই এলাৰ্ট। বিমান বন্দৰৰ লগতে বহু গুৰুত্বপূৰ্ণ স্থানত সেনা-আৰক্ষী মোতায়েন কৰা হৈছে। পৰিস্থিতি অধিক বেয়া হোৱাৰ সম্ভাৱনা বিবেচনা কৰি ন্যায়াধিকৰণে সিদ্ধান্তৰ তাৰিখ পিছুৱাই দিব পাৰে বুলিও ধাৰণা কৰা হৈছে।

দৰাচলতে ২০২৪ চনৰ জুলাই মাহত শ্বেখ হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে বাংলাদেশত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল। এই সময়ছোৱাত চৰকাৰে প্ৰতিবাদৰ বিৰুদ্ধে দমনমূলক ব্যৱস্থা গ্ৰহণ কৰে। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক গ্ৰেপ্তাৰ, নিৰ্যাতন, গুলীচালনাৰ অভিযোগ উত্থাপন হোৱাৰ ফলত কেইবাজনো প্ৰতিবাদকাৰীৰ মৃত্যু হয়। ২০২৪ চনৰ ৫ আগষ্টত হাছিনাৰ চৰকাৰ উৎখাত হয়। শ্বেখ হাছিনাই দেশ এৰি পলায়ন কৰি ভাৰতত আশ্ৰয় লয়।

বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে বুধবাৰে ঢাকাত ভাৰতৰ উপ-উচ্চায়ুক্তক চমন কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মূলসুঁতিৰ ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে হোৱা আদান-প্ৰদানক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে। সূত্ৰ অনুসৰি, বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতৰ উপ-উচ্চায়ুক্ত পৱন বাধেক চমন কৰি ভাৰত চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মূলসুঁতিৰ ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিবলৈ অনুমতি দিয়াক লৈ বাংলাদেশে ভাৰতৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে উদ্বেগ প্ৰকাশ কৰে।

Tags: BangladeshSheikh Hasina

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025