• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

ড্ৰেগনৰ সৈতে মিত্ৰতা বাংলাদেশৰ! মেগা প্ৰজেক্টত ঋণ বিচাৰি চীনৰ শৰণাপন্ন শ্বেখ হাছিনা

Nation NE by Nation NE
July 8, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
ড্ৰেগনৰ সৈতে মিত্ৰতা বাংলাদেশৰ! মেগা প্ৰজেক্টত ঋণ বিচাৰি চীনৰ শৰণাপন্ন শ্বেখ হাছিনা
Share on FacebookShare on TwitterWhatsApp

শেহতীয়াকৈ ৰঙা চীনৰ সৈতে ঘনিষ্ঠতা বাঢ়িছে বাংলাদেশৰ। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই চীনৰ সৈতে অৰ্থনৈতিক-কূটনীতিক সম্পৰ্ক মজবুত কৰাৰ বাবে অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে।

সেই উদ্দেশ্য আগত ৰাখি পুনৰ ৮ জুলাইত চীনলৈ উৰা মাৰিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। এই ভ্ৰমণৰ জৰিয়তে শ্বেখ হাছিনাই চীনৰ সৈতে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিব। লগতে, বাংলাদেশে চীনৰ পৰা ২০ আৰৱ আমেৰিকান ডলাৰৰ ঋণ বিচাৰিব বুলি সূত্ৰত প্ৰকাশ পাইছে।

উল্লেখ্য যে, বিগত ১৫ বছৰৰ পৰা চীনৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক বজাই ৰাখিছে বাংলাদেশে। বাংলাদেশৰ কেইবাটাও মেগা প্ৰজেক্টত বিনিয়োগ কৰিছে চীনে। বাংলাদেশৰ পদ্মা নদীৰ ওপৰত দলং নিৰ্মাণ, কৰ্ণফুলি সুৰংগ প্ৰজেক্টত চীনে বিনিয়োগ কৰাৰ পিছত শেহতীয়াকৈ তীস্তা নদীৰ সৰ্ববৃহ প্ৰজেক্টত বিনিয়োগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে চীনে।

১৫ বছৰত চীনে বাংলাদেশৰ ১০ টাতকৈ অধিক প্ৰজেক্টত বিনিয়োগ কৰিছে। বাংলাদেশৰ বিত্ত মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বিগত চাৰি বছৰত চীনে ৩ আৰৱ আমেৰিকা ডলাৰৰ বিনিয়োগ কৰিছে।

সমান্তৰালকৈ ৱাছিংটনত থকা আমেৰিকান এন্টাৰপ্ৰাইজ ইনষ্টিটিউটৰ তথ্য মতে, চাৰিবছৰত চীনে ৭ আৰৱ আমেৰিকান ডলাৰ বিনিয়োগ কৰিছে।

উল্লেখ্য যে, ২০১২ চনতে বিশ্ব বেংকে পদ্মা নদীৰ ওপৰত নিৰ্মাণৰত দলঙৰ ওপৰত দুৰ্নীতিৰ অভিযোগ তুলি নিৰ্মাণকাৰ্য স্থগিত কৰিছিল। তেতিয়াৰ পৰাই চীনৰ সৈতে বাংলাদেশৰ সম্পৰ্ক ঘনিষ্ঠ হৈছে।

ইয়াৰ পিছতে বাংলাদেশ চৰকাৰে নিজা প্ৰচেষ্টাত দলংখন সম্পূৰ্ণ কৰাৰ বাবে চেষ্টা কৰিছিল আৰু ২০১৪ চনত ‘চাইনা মেজৰ ব্ৰীজ’ কোম্পানীক দলং নিৰ্মাণৰ দায়িত্ব অৰ্পন কৰিছিল। ইয়াৰ পিছতে ২০১৬ চনত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিংয়ে বাংলাদেশ ভ্ৰমণ কৰি ২১ আৰৱ আমেৰিকান ডলাৰৰ ঋণ দিয়াৰ কথা ঘোষণা কৰিছিল।

Tags: BangladeshChinaSheikh Hasina

Related Posts

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ
Top News

December 8, 2025
ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…
Top News

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

December 7, 2025
ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?

December 4, 2025
২৫ বছৰৰ অন্তত এইখন দেশত দিলে চিলা উৰুওৱাৰ অনুমতি
Top News

২৫ বছৰৰ অন্তত এইখন দেশত দিলে চিলা উৰুওৱাৰ অনুমতি

December 4, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025