• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

১০লাখ কাউৰীক সমাপ্ত কৰিবলৈ নিৰ্দেশ চৰকাৰৰ

এক আচৰিত খবৰে লগাইছে তোলপাৰ

Nation NE by Nation NE
June 21, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
১০লাখ কাউৰীক সমাপ্ত কৰিবলৈ নিৰ্দেশ চৰকাৰৰ

কাউৰীৰ উপদ্ৰৱৰ বাবে ডাঙৰ সিদ্ধান্ত চৰকাৰৰ

Share on FacebookShare on TwitterWhatsApp

এক খবৰে তোলপাৰ লগাইছে বিশ্ব। লাখ লাখ কাউৰীক নিধন কৰিবলৈ এক নিৰ্দেশ জাৰি কৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

কেনিয়া চৰকাৰে ২০২৪ৰ ডিচেম্বৰৰ পূৰ্বে ১০লাখ কাউৰীক নিধন কৰিবলৈ এক নিৰ্দেশ জাৰি কৰিছে। এক বিষাক্ত বিহ দি লাখ লাখ কাউৰীক সমাপ্ত কৰিবলৈ নিৰ্দেশ দিছে কেনিয়া চৰকাৰে। কেনিয়া চৰকাৰে এই বিহ নিউজিলেণ্ডৰ পৰা অনাৰ বাবে যো-জা চলাইছে। হোটেল চলোৱা সকলোকে প্ৰদান কৰিব এই দ্ৰব্য। এই বিহ মাংসত মিহলাই খাবলৈ দিব কাউৰীক। আফ্ৰিকাৰ কেনিয়া দেশে কাউৰীৰ পৰা সকাহ পাবলৈ এই ভয়ংকৰ নিৰ্দেশ জাৰি কৰিছে।

কেনিয়াৰ বাবে ভাৰতীয় কাউৰী এতিয়া হৈ পৰিছে সমস্যাৰ কাৰণ। কেনিয়াত লাখে লাখে কাউৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলতে এই সিদ্ধান্ত কেনিয়া চৰকাৰে লৈছে বুলি প্ৰকাশ পাইছে খবৰ। এইবৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত ১০লাখ কাউৰীক সমাপ্ত কৰাৰ বাবে আগবাঢ়িছে কেনিয়া চৰকাৰ। ভাৰতীয় কাউৰী কেনিয়াৰ জনজীৱনৰ বাবে সমস্যাৰ কাৰণ হৈ পৰিছে উল্লেখ কৰিছে কেনিয়াই। পৰ্যটনথলীত সমূহত হাজাৰ হাজাৰ কাউৰীৰ বাবে বাহিৰত খাদ্য পৰিৱেশন কৰিব নোৱাৰা হৈছে পৰ্যটক। কেনিয়াত থকা হোটেল সমূহত এতিয়া কেৱল কাউৰীৰ বাহ। লাখ লাখ কাউৰীৰ বাবে সমগ্ৰ কেনিয়া এতিয়া কদৰ্যময় হৈ পৰিছে বুলি উল্লেখ কৰিছে কেনিয়াই।

পানীৰ ফোৱাৰা আৰু ছুইমিং পুল সমূহতো কাউৰীৰ সন্ত্ৰাস চলাৰ বাবে পৰ্যটনৰ ক্ষেত্ৰত লোকচান ভৰিবলগীয়া হৈছে কেনিয়াই। আন আন সৰু সৰু বিদেশী পৰিভ্ৰমী চৰাই কাউৰীৰ বাবে প্ৰৱেশ নকৰে কেনিয়াত। সৰু সৰু প্ৰজাতিৰ চৰাইক কাউৰীয়ে ভক্ষণ কৰাৰ ফলত পৰিভ্ৰমী চৰাই হ্ৰাস পাইছে কেনিয়াত।

Tags: #crow #kenya

Related Posts

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?

December 4, 2025
২৫ বছৰৰ অন্তত এইখন দেশত দিলে চিলা উৰুওৱাৰ অনুমতি
Top News

২৫ বছৰৰ অন্তত এইখন দেশত দিলে চিলা উৰুওৱাৰ অনুমতি

December 4, 2025
ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Top News

ভ্ৰষ্টাচাৰৰ অভিযোগঃ বিচাৰৰ পূৰ্বে ৰাষ্ট্ৰপতি ক্ষমা বিচাৰি পত্ৰ বেঞ্জামিন নেত্যান্যাহুৰ

December 1, 2025
আত্মঘাতী আক্ৰমণে জোঁকাৰিছে পাকিস্তানক, এইবাৰ লক্ষ্য সামৰিক ঘাটি
Top News

আত্মঘাতী আক্ৰমণে জোঁকাৰিছে পাকিস্তানক, এইবাৰ লক্ষ্য সামৰিক ঘাটি

December 1, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ সিদ্ধান্ত, বন্ধ ঘোষণা এই দেশখনৰ আকাশমাৰ্গ

December 1, 2025
শ্ৰীলংকাত দিটৱাহাৰ প্ৰভাৱ, ১২৩ জনৰ প্ৰাণহানি, ভাৰতৰ আৰম্ভ অপাৰেচন সাগৰ বন্ধু
Top News

শ্ৰীলংকাত দিটৱাহাৰ প্ৰভাৱ, ১২৩ জনৰ প্ৰাণহানি, ভাৰতৰ আৰম্ভ অপাৰেচন সাগৰ বন্ধু

November 29, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025