• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

ভাৰত-ৰাছিয়াৰ নতুন পৰিকল্পনা; চিন্তিত চীন-আমেৰিকা

Nation NE by Nation NE
July 10, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰত-ৰাছিয়াৰ নতুন পৰিকল্পনা; চিন্তিত চীন-আমেৰিকা
Share on FacebookShare on TwitterWhatsApp

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই ৰাছিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াক লৈ একপ্ৰকাৰ চিন্তিত হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীন।

দুয়োখন দেশৰ মাজত কেৱল ৰাজনৈতিক আৰু কূটনৈতিক সম্পৰ্কৰ বিষয়েই নহয়, অহা ৫ বছৰত ভাৰত-ৰাছিয়াৰ মাজত কেনেধৰণৰ  অৰ্থনৈতিক সম্পৰ্ক দেখা যাব সেই বিষয়ে আলোচনা কৰা হয়।

দৰাচলতে দুয়োখন দেশে ১০০ বিলিয়ন ডলাৰৰ পৰিকল্পনা কৰে। দুয়ো দেশৰ মুৰব্বীৰ এই পৰিকল্পনা দেখি আমেৰিকা, চীন আৰু ইউৰোপৰ দেশসমূহ হৈ পৰে বিচলিত।

২০২৩-২৪ বিত্তীয় বৰ্ষত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতৰ বাণিজ্য়িক আধিপত্য় ৩৬.৭৪ বিলিয়ন ডলাৰৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে ইউকে, বেলজিয়াম, ইটালী, ফ্ৰান্স আৰু বাংলাদেশকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

যাৰ বাবে চিন্তিত হৈ উঠিছে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। লোকসভা নিৰ্বাচনৰ পাছতেই ৰাছিয়াত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

১০০ বিলিয়ন ডলাৰৰ পৰিকল্পনা কি ?

ভাৰত আৰু ৰাছিয়াই কৰা ১০০ বিলিয়ন ডলাৰৰ পৰিকল্পনা প্ৰকৃততে দ্বিপাক্ষিক বাণিজ্য। তথ্য় অনুসৰি, দুয়োখন দেশে ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য় ১০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। দুয়ো দেশে বাণিজ্য়ৰ ভাৰসাম্য় বজাই ৰখা, শুল্ক বিহীন বাণিজ্য় প্ৰতিবন্ধকতা আঁতৰ কৰা আৰু ইউৰেচিয়ান ইকনমিক ইউনিয়ন (ইএইইউ)- ভাৰত মুক্ত বাণিজ্য় ক্ষেত্ৰৰ সম্ভাৱনা অন্বেষণ কৰাৰ লক্ষ্য় লৈছে। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত কেইবাটাও পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছিল।

মঙলবাৰে দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধানে এক যুটীয়া বিবৃতি জাৰি কৰে আৰু তেওঁলোকৰ পৰিকল্পনাৰ বিষয়ে সমগ্ৰ বিশ্বক অৱগত কৰে। লগতে দুয়োখন দেশে ৰাষ্ট্ৰীয় নীতি ব্য়ৱহাৰ কৰি দ্বিপাক্ষিক নিষ্পত্তি ব্য়ৱস্থা স্থাপন কৰা আৰু পাৰস্পৰিক নিষ্পত্তি প্ৰণালীত ডিজিটেল বিত্তীয় সঁজুলি অনাৰ পৰিকল্পনা কৰিছে।

দুদিনীয়া ৰাছিয়া ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শক্তি, ব্য়ৱসায়, উৎপাদন আৰু সাৰ খণ্ডত অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে দুয়োখন দেশে দ্বিপাক্ষিক ভাৰসাম্য় বাণিজ্য়ৰ বাবে ভাৰতৰ পৰা সামগ্ৰীৰ যোগান বৃদ্ধি আৰু বিশেষ বিনিয়োগ ব্য়ৱস্থাৰ অধীনত বিনিয়োগ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আকৌ মোদীয়ে শক্তি খণ্ডত ভাৰতক ৰাছিয়াৰ সহায়ৰ কথা উল্লেখ কৰি কয় যে, যেতিয়া বিশ্বই খাদ্য় সামগ্ৰী, ইন্ধন আৰু সাৰৰ অভাৱৰ সন্মুখীন হৈছিল, ভাৰতে কেতিয়াও তেনেধৰণৰ সমস্য়া কৃসকসকলৰ সন্মুখত আহিবলৈ আহিবলৈ দিয়া নাই। এইক্ষেত্ৰত ৰাছিয়াইও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মোদীয়ে লগতে কয় যে ৰাছিয়াৰ সহায়ত দেশখনত পেট্ৰ’ল আৰু ডিজেলৰ কোনো অভাৱ হোৱা নাই।

চীন আৰু আমেৰিকা কিয় চিন্তিত

প্ৰধানমন্ত্ৰী মোদী ৰাছিয়াৰ ভূমিত উপস্থিত হোৱাৰ পাছতেই অস্থিৰতা বৃদ্ধি পায় চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত। চীনৰ কথা ক’বলৈ গ’লে , চীনে ৰাছিয়াৰ সৈতে নিজৰ ঘনিষ্ঠতা বৃদ্ধিত নিয়োজিত হৈ আছে। গতিকে ভাৰতৰ সৈতে ৰাছিয়াৰ এই বন্ধুত্বক সহজভাৱে ল’ব পৰা নাই চীনে।

আনহাতে ৰাছিয়াৰ সৈতে আমেৰিকাৰ সম্পৰ্ক এতিয়াও সহজ নহয়। ইফালে আমেৰিকাই ভাৰতক দক্ষিণ এছিয়াৰ এক সৰ্ববৃহৎ কৌশলগত আৰু অৰ্থনৈতিক অংশীদাৰ হিচাপে গণ্য় কৰে। এনে পৰিস্থিতিত ভাৰত- ৰাছিয়াৰ বৰ্ধিত ঘনিষ্ঠতা সহজভাৱে ল’ব পৰা নাই আমেৰিকাই।

Tags: business relationIndo-RussiaNew Planningtrade

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025