• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

বিশ্ব চেম্পিয়ন ভাৰতক লৈ কি কয় এইসকল পাকিস্তানী তাৰকাই?

Nation NE by Nation NE
July 1, 2024
in আন্তঃ ৰাষ্ট্ৰীয়, ক্ৰীড়া
0 0
বিশ্ব চেম্পিয়ন ভাৰতক লৈ কি কয় এইসকল পাকিস্তানী তাৰকাই?
Share on FacebookShare on TwitterWhatsApp

ৱেষ্ট ইণ্ডিজৰ মাটিত দক্ষিণ আফ্ৰিকাক ৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্ব কাপৰ খিতাপ অৰ্জন কৰিলে ভাৰতে। ইয়াকে লৈ ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ মাজত উৎসাহ উদ্দীপনাৰ অন্ত নাই। কিন্তু এইবোৰৰ মাজতে ভাৰতৰ বিজয়ক লৈ পাকিস্তানৰ তৰফৰ পৰাও আহিছে প্ৰতিক্ৰিয়া। সম্প্ৰতি পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা সাংবাদিক সকলে এই ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে।

পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখটাৰে কি কয়?

ছোৱেইব আখটাৰে কয় যে এয়া বিশ্বকাপ জিকাৰ বাবে আটাইতকৈ ভাল উপায়। ৰোহিত শৰ্মাই যিদৰে চকুত চকুপানী লৈ আঁঠু কাঢ়ি মাটিত পৰি গৈছিল । সেইটোৱেই বুজাই দিয়ে যে ভাৰতৰ বাবে বিশ্বকাপৰ মূল্য কিমান! ভাৰতে আহমেদাবাদত যিটো ভুল কৰিছিল সেয়া দলটোৱে সংশোধন কৰিলে। হাৰ্দিক পাণ্ডিয়াৰ প্ৰয়াস আছিল আশ্চৰ্যজনক। বুমৰাহ এজন চমৎকাৰী বলাৰ। বুমৰাহে এটা অভাৰত মাত্ৰ দুই ৰান খৰচ কৰি এটা উইকেট দখল কৰিছিল। ফাইনেল মেচখন বলাৰৰ খেল আছিল আৰু বলাৰ সকলে সেই খেলখনত যথেষ্ট ভাল প্ৰদৰ্শন কৰিলে। মিলাৰে খেলি থকালৈকে মেচখন দক্ষিণ আফ্ৰিকাৰ হাতত আছিল কিন্তু ৰোহিত শৰ্মাৰ অধিনায়কত্বই দেখুৱাই দিলে যে এনে কঠিন মেচ কেনেদৰে জিকিব লাগে!

আকমলে কি কৈছে?

পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ কামৰান আকমলে কৈছে যে বিৰাট কোহলীয়ে আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁ কিয় বিশ্বৰ আটাইতকৈ ডাঙৰ খেলুৱৈ। বিৰাট কোহলীয়ে টি-২০ৰ পৰা অৱসৰ লৈছে। কিন্তু এয়া সেই ধৰণৰ প্ৰদৰ্শন যাৰ জৰিয়তে তেওঁ ক্ৰিকেটৰ মাত্ৰা সলনি কৰি দিছে। বিশ্ব ক্ৰিকেটত বিৰাট কোহলী এটা ডাঙৰ নাম। ফিটনেছৰ বিষয়ে হওঁক বা বিৰাট কোহলীৰ বেটিঙৰ ক্ষেত্ৰতে হওঁক, কোহলীয়ে সকলোবোৰ লৈহে খেল পথাৰলৈ আহিছে। পৃথিৱীত এনে কোনো ঠাই নাই য’ত বিৰাট কোহলীক স্বীকৃতি দিয়া হোৱা নাই। বিৰাট কোহলীয়ে তেওঁৰ প্ৰদৰ্শনেৰে বিশ্বক মোহিত কৰি পেলাইছে। যদি কোনো শিশুৱে ক্ৰিকেটাৰ হ’ব বিচাৰে তেন্তে বিৰাট কোহলীলৈ চোৱা উচিত। বিৰাট কোহলীৰ ইনিংছে ভাৰতক খিতাপ প্ৰদান কৰিছে। বিৰাট কোহলীয়ে প্ৰমাণ কৰিছে যে তেওঁ কেৱল এজন ডাঙৰ খেলুৱৈয়ে নহয় বৰঞ্চ তেওঁ এজন ডাঙৰ মেচৰ খেলুৱৈও।

পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ প্ৰাক্তন সঞ্চালক ৰমিজ ৰাজাই কি কয়?

ৰমিজ ৰাজাই টীম ইণ্ডিয়াক প্ৰশংসা কৰি কয় যে অভিনন্দন ভাৰত। ভাৰত দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হৈছে। দুখন খেল ভাৰতৰ বাবে কঠিন আছিল। কিন্তু ভাৰতে প্ৰতিখন মেচ জিকি চেম্পিয়ন হৈছে। নিজৰ ওপৰত থকা বিশ্বাস আৰু অধিনায়কৰ স্থিৰতাৰ পৰিপ্ৰেক্ষিতত ভাৰতে চাপত কেনেদৰে খেলিব লাগে জানে। ভাৰতে অসম্ভৱকো সম্ভৱ কৰি তুলিছে। কিন্তু খেলুৱৈ সকলক তৈয়াৰ কৰাত বহুতো কাৰকে কাম কৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল ৰাহুল দ্ৰাবিড়ৰ বাছনি প্ৰক্ৰিয়া। ভাৰতে পৰিস্থিতি অনুসৰি দল বাছনি কৰিছিল। পাকিস্তানে ভাৰতৰ পৰা বহুত শিকিব লাগিব। এই প্ৰতিযোগিতাখন ভাৰতৰ নামতেই আছিল।

পাকিস্তানৰ প্ৰাক্তন অধিনায়ক আৰু প্ৰশিক্ষক ৱাকাৰ ইউনিছে কি কয়?

ইউনিছে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে যে মহান খেলুৱৈসকল কঠিন পৰিস্থিতিৰ পৰা ওলাই আহে। বিৰাট কোহলীয়ে নিজৰ সৰ্বশ্ৰেষ্ঠ ইনিংছ খেলিছে। কিন্তু বুমৰাহৰ দুটা অভাৰে পাৰ্থক্য আনিছিল আৰু সেইবাবে বুমৰাহ এজন বিশ্বকাপ বিজেতা। টীম ইণ্ডিয়া আৰু ৰোহিত শৰ্মাক অভিনন্দন। টি-২০ বিশ্বকাপত পাকিস্তানৰ দলৰ প্ৰদৰ্শন সাধাৰণতে চমৎকাৰী হয়। যোৱাবাৰ পাকিস্তান ফাইনেলত উপনীত হ’বলৈ সক্ষম হৈছিল কিন্তু এইবাৰ দলটোৱে অনুৰাগীক যথেষ্ট হতাশ কৰিছিল। পাকিস্তান ভাৰতৰ সৈতে গ্ৰুপ ১ত আছিল। কিন্তু প্ৰথমখন খেলতে পাকিস্তানক আয়োজক আমেৰিকাই পৰাস্ত কৰিছিল।

সাংবাদিক সকলে কি কয়?

পাকিস্তানী সাংবাদিক চাদ চাদিকে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে যে সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰত অপৰাজিত হৈ আছে। তেওঁ লগতে কয় যে মহান অধিনায়কত্ব তথা দ্ৰুত বেটিং লাইনআপ, উইকেট লোৱা বলাৰ আছে। ভাৰত এজন বা দুজন খেলুৱৈৰ ওপৰত নিৰ্ভৰ কৰা দল নহয়। পাকিস্তানে ভাৰতৰ এই বিজয়ৰ পৰা শিকিব লাগে আৰু নিজৰ অগ্ৰাধিকাৰ স্পষ্ট কৰিব লাগে।

সামাজিক মাধ্যমত কোনে কি লিখিছে?

শ্বেৰ খান নামৰ পাকিস্তানৰ এজন এক্স ব্যৱহাৰকাৰীয়ে লিখিছে যে বিৰাট কোহলী সম্ভৱতঃ পাকিস্তানৰ মানুহে আটাইতকৈ বেছি পছন্দ কৰা ভাৰতীয় ক্ৰিকেটাৰ। ইয়াত বহুতে বিৰাটৰ বাবে ভাৰতৰ বিজয় উদযাপন কৰিছে।

হামজা চৌধুৰী নামৰ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে যদি ভাৰতে চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তান ভ্ৰমণ কৰে তেন্তে লাহোৰ দৰ্শকেৰে ভৰি পৰিব আৰু সমগ্ৰ পাকিস্তানৰ জনতাই কিং কোহলীৰ বাবে উল্লাস কৰিব।

Tags: #T20#WorldCupIndiaPakistan

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

March 12, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত
Top News

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025