• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

কোনে জয়ী হ’ব হোয়াইট হাউছৰ দৌৰত? আমেৰিকাত আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে হ’ব ভোটদান

Nation NE by Nation NE
November 5, 2024
in আন্তঃ ৰাষ্ট্ৰীয়, Top News
0 0
কিছুঘণ্টাৰ পিছতেই আমেৰিকাত লোৱা হ’ব আটাইতকৈ ডাঙৰ সিদ্ধান্ত, কি হ’ব ইয়াৰ প্ৰভাৱ?
Share on FacebookShare on TwitterWhatsApp

আজি আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে হ’ব ভোটগ্ৰহণ। ভাৰতীয় সময় অনুসৰি আজি বিয়লি ৪ বজাৰ পৰা আমেৰিকাত ভোটদান আৰম্ভ হ’ব। এই প্ৰতিদ্বন্দ্বিতা হ’ব ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী কমলা হেৰিছ আৰু ৰিপাব্লিকান পাৰ্টিৰ ড’নাল্ড ট্ৰাম্পৰ মাজত।

যদিহে ট্ৰাম্প জয়ী হয়, তেন্তে তেওঁ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হ’ব। একে সময়তে কমলা হেৰিছ জয়ী হ’লে তেওঁ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি হ’ব। আজি আমেৰিকাৰ সকলো ৫০খন ৰাজ্যত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

আমেৰিকাৰ ২৬ কোটি ভোটাৰে নিৰ্বাচিত কৰিব নতুন ৰাষ্ট্ৰপতি। বিজয়ৰ বাবে এতিয়া প্ৰয়োজন ৫৩৮টা নিৰ্বাচনী ভোটৰ ভিতৰত ২৭০টা ভোট।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত কেইটামান ডাঙৰ আপডেট-

  • ৭.৫ কোটিৰো অধিক ভোটাৰে প্ৰাক ভোটদান কৰিছে।
  • ভাৰতীয় মূলৰ ২৬ লাখ ভোটাৰেও কৰিব আজি ভোটদান।
  • ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা কমলা হেৰিছ।
  • কমলা হেৰিছ ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী।
  • ড’নাল্ড ট্ৰাম্পে একেৰাহে তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে।

কোন হ’ব ৰাষ্ট্ৰপতি?

আজি আমেৰিকাৰ কোটি কোটি লোকে ভোট দি নিজৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব। অহা ৪ বছৰলৈ আমেৰিকাত ক্ষমতাত থাকিব হয়তো ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্প অথবা ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী কমলা হেৰিছ। আজি সিদ্ধান্ত লোৱা হ’ব কোনে সৃষ্টি কৰিব নেকি আমেৰিকাত ইতিহাস, এগৰাকী মহিলাই প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ব নে ড’নাল্ড ট্ৰাম্পে আটাইতকৈ ডাঙৰ কামবেক কৰি ৪ বছৰৰ পাছত পুনৰবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ব।

ইফালে আমেৰিকাৰ ৫০খন ৰাজ্যতে কৰা হ’ব ভোটদান। নিৰ্বাচনত ভোটদানৰ পূৰ্বে এফ বি আইৰ সতৰ্কতা। নিৰ্বাচনৰ সম্ভাব্যপৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এফ বি আইয়ে এটা কমাণ্ড পোষ্টৰ সৃষ্টি কৰিছে। ৱাশ্বিংটন ডি চিৰ নিৰ্বাচনী কমাণ্ড পোষ্ট প্ৰস্তুত কৰা হৈছে।

৮০ জনীয়া কৰ্মচাৰীয়ে ২৪ ঘণ্টাই নিৰ্বাচনী কাৰ্যকলাপ নিৰীক্ষণ কৰিব। ভোটদানৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে জয়ৰ দাবী কৰিছে। নিৰ্বাচনৰ দুদিন পূৰ্বে এক নতুন সমীক্ষাত দেখা গৈছে যে, উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে আইঅ’ৱাৰ সম্ভাৱ্য ভোটাৰৰ ভিতৰত ৪৭ শতাংশৰ পৰা ৪৪ শতাংশ ভোটাৰৰ ভিতৰত প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক নেতৃত্ব দিছে। ৰিপাব্লিকান পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ট্ৰাম্পে এই সমীক্ষাক ভুৱা আৰু বিভ্ৰান্তিকৰ বুলি নাকচ কৰে।

Tags: AmericaElectionPresident

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025