• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

পৰ্বতসম সম্পত্তিৰ গৰাকী পুটিন; ‘ঘোষ্ট ট্ৰেইন’ৰ বিষয়ে জানিলে হতবাক হ’ব আপুনি

Nation NE by Nation NE
July 9, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
পৰ্বতসম সম্পত্তিৰ গৰাকী পুটিন; ‘ঘোষ্ট ট্ৰেইন’ৰ বিষয়ে জানিলে হতবাক হ’ব আপুনি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন।

Share on FacebookShare on TwitterWhatsApp

১১ কোটি দৰমহা পোৱা এজন ৰাষ্ট্ৰপতি। বিশ্বৰ ধনী নেতাৰ তালিকাত প্ৰথমে নাম আহে ৰাষ্ট্ৰপতিজনৰ। নিজৰ আদৱ-কায়দাৰে বা দেশখনৰ আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে বিশ্বৰ ভিতৰতে এখন শক্তিশালী দেশৰ ৰাষ্ট্ৰপতি তেওঁ। ভাৰতৰ সৈতেও ৰাষ্ট্ৰপতিজনৰ পূৰ্বৰে পৰা এক বন্ধুত্ব সুলভ সম্পৰ্ক আছে।

তেওঁ হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন । পুটিনক বিশ্বৰ আটাইতকৈ ধনী নেতাসকলৰ ভিতৰত গণ্য কৰা হয়। কিয়নো পুটিনে বছৰি ১৪,০০০ ডলাৰ (ভাৰতীয় টকাৰ হিচাপত প্ৰায় ১১.৭ কোটি) দৰমহা লাভ কৰে। ২০০ বিলিয়ন ডলাৰ (১৬ লাখ কোটি টকা) সম্পত্তিৰ গৰাকী ৰাষ্ট্ৰপতিজন।

বিৰোধী নেতাৰ মতে, পুটিনৰ এটা বিলাসী প্ৰাসাদসদৃশ ঘৰ আছে। যিটো কৃষ্ণ সাগৰৰ পাৰত ১,৯০,০০০ বৰ্গফুটত নিৰ্মাণ কৰা হৈছে। বাংলোটোৰ মূল্য ১ বিলিয়ন আমেৰিকান ডলাৰ বুলি অনুমান কৰা হৈছে। পুটিনৰ এই ৰাজকীয় ঘৰটোত এটা ভূগৰ্ভস্থ বাংকাৰো আছে।

ইয়াৰ উপৰি পুল, জিম, চিনেমা হলৰ দৰে সুবিধাও আছে। পুটিনৰ ওচৰত কমেও ১৯ টা ঘৰ আছে। তেওঁৰ ৭০০ খন বাহন, ১২ খন ব্যক্তিগত জেট আৰু হেলিকপ্টাৰ আছে। অৱশ্যে, আনুষ্ঠানিকভাৱে পুটিনৰ নামত মাত্ৰ ৮০০ বৰ্গফুটৰ এপাৰ্টমেণ্ট, এটা ট্ৰেইলাৰ আৰু তিনিখন গাড়ী আছে।

তথ্য অনুসৰি, ভ্লাদিমিৰ পুটিনে বেছিভাগ তেওঁৰ ব্যক্তিগত ৰে’লৰ দ্বাৰা ভ্ৰমণ কৰিবলৈ ভাল পায়। যাক ‘ঘোষ্ট ট্ৰেইন’ বুলি কোৱা হয়। ২২ কোচৰ ৰে’লখন সম্পূৰ্ণৰূপে বুলেট প্ৰুফ। আনকি ইয়াৰ দুৱাৰ আৰু খিৰিকীবোৰ বুলেটপ্ৰুফ।

ফাইনেন্সিয়েল এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, ৰে’লখনত সাত তাৰকা হোটেলৰ দৰে সুবিধা আছে। ইয়াত বিলাসী শোৱনি কোঠা, ডাইনিং ৰুম, চিনেমা থিয়েটাৰ আদিৰ দৰে সুবিধা আছে।

ইয়াত আধুনিক জিম, পাৰ্লাৰৰ সুবিধা আছে। ৰে’লখনৰ দুটা ডবাত চিকিৎসালয়ৰ সুবিধা আছে। য’ত অস্ত্ৰোপচাৰৰ সুবিধা আছে। এই ৰে’লখনৰ ব্যয় আছিল ৭৪ নিযুত ডলাৰ। ইয়াৰ উপৰি, ৰে’লখনৰ তত্বাৱধানত প্ৰতি বছৰে প্ৰায় ১৫.৮ নিযুত ডলাৰ ব্যয় কৰা হয়।

Tags: Ghost TrainRussiaVladimir Putin

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025