• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

ইউক্ৰেইনৰ শিশু হাস্পতালত ৰাছিয়াৰ মিছাইল আক্ৰমণ; মৃত্যুৰ সংখ্যা ৩৭লৈ বৃদ্ধি

Nation NE by Nation NE
July 9, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইউক্ৰেইনৰ শিশু হাস্পতালত ৰাছিয়াৰ মিছাইল আক্ৰমণ; মৃত্যুৰ সংখ্যা ৩৭লৈ বৃদ্ধি

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

এতিয়াও শেষ হোৱা নাই ৰাছিয়া-ইউক্ৰইনৰ যুদ্ধ। যুদ্ধৰ ধ্বংসলীলা হ্ৰাস পালেও হ্ৰাস হোৱা নাই ইয়াৰ ভয়াবহতা। সমগ্ৰ বিশ্বই অনুভৱ কৰিছে এই ধ্বংসলীলা।

সোমবাৰে ৰাছিয়াৰ মিছাইল আক্ৰমণে আংশিকভাৱে ধ্বংস কৰে কিয়েভৰ এখন শিশু চিকিৎসালয়। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ মতে, মস্কোৱে ৰাতিপুৱা ব্য়স্ত সময়ত সমগ্ৰ ইউক্ৰেইনৰ কেইবাখনো চহৰত আকাশী আক্ৰমণ আৰম্ভ কৰে, যাৰ ফলত কমেও ৩৭ জন লোক নিহত হয় আৰু আহত হয় প্ৰায় ১৭০ জন লোক।

ৰাজধানীৰ লগতে ডিনিপ্ৰো, ক্ৰিভি ৰিহ, স্লোভিয়ানস্ক আৰু ক্ৰামাটৰ্স্ক অঞ্চলত বৃহৎ পৰিমাণৰ বোমাবৰ্ষণে আঘাত কৰে। কিয়েভ মহানগৰ সামৰিক প্ৰশাসনে সোমবাৰে কয় যে মৃত্য়ু হোৱা লোকৰ ভিতৰত আছে তিনিটা শিশু।

ৰাজ্য়িক সংবাদ সংস্থা উক্ৰইনফ’ৰ্মৰ মতে, ৬০০ ৰো অধিক ৰোগীক  চিকিৎসালয়ৰ পৰা স্থানান্তৰ কৰা হয় আৰু ১০০ ৰো অধিক ৰোগীক অন্য়ান্য় স্বাস্থ্য়সেৱা সুবিধালৈ স্থানান্তৰ কৰা হয় ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডিনে এই আক্ৰমণক ৰাছিয়াৰ বৰ্বৰতাৰ এক ভয়ংকৰ স্মাৰক বুলি অভিহিত কৰিছে। তেওঁ কয় যে এই সময়ত বিশ্বই ইউক্ৰেইনৰ সৈতে থিয় হৈ থকাটো গুৰুত্বপূৰ্ণ। লগতে তেওঁ ইয়াকো কয় যে ইউক্ৰেইনৰ প্ৰতি আমেৰিকাৰ এই সমৰ্থন অটল। লগতে আমেৰিকাই ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষা শক্তিশালী কৰাৰ বাবে নতুন ব্য়ৱস্থা গ্ৰহণ কৰিব যাতে তেওঁলোকৰ চহৰ আৰু অসামৰিক লোকসকলক ৰাছিয়াৰ আক্ৰমণৰ পৰা সুৰক্ষিত কৰাত সহায় হয়।

ইফালে, সোমবাৰে কিয়েভৰ এডনিছ নেটৱৰ্কৰ এখন ব্য়ক্তিগত চিকিৎসা কেন্দ্ৰত ৰাছিয়াৰ আক্ৰমণত ৭ জন লোক নিহত হয়। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে সোমবাৰে দাবী কৰে যে মস্কোৱে দীৰ্ঘ দূৰত্বৰ, উচ্চ নিখুঁত অস্ত্ৰ ব্য়ৱহাৰ কৰি ইউক্ৰেইনৰ সামৰিক ঔদ্য়োগিক সুবিধা আৰু ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীৰ বিমান ঘাটিসমূহ আক্ৰমণ কৰে।

প্ৰত্য়ক্ষদৰ্শীয়ে চিকিৎসালয়ৰ বৰ্ণনা কৰে এই আক্ৰমণৰ কথা।

নাটালিয়া চাৰ্ডুডিনোভা নামৰ এগৰাকী জ্যেষ্ঠ নাৰ্চে শিশু চিকিৎসালয়ত হোৱা আক্ৰমণৰ বিষয়ে বৰ্ণনা কৰি কয় যে ই আছিল অত্য়ন্ত শিহৰণকাৰী। চাৰিওফালে দুৱাৰ-খিৰিকীবোৰ ভাঙি গৈছিল। খিৰিকীৰ কাঁচবোৰ ভাঙি গৈছিল। এলাৰ্ম বাজি থকাৰ লগে লগে শিশুসকলক কৰিডৰলৈ উলিয়াই অনা হৈছিল। বিস্ফোৰণৰ সময়ত দুটা শিশু অপাৰেটিং থিয়েটাৰত আছিল আৰু তেওঁলোকৰ প্ৰক্ৰিয়াবোৰ সম্পূৰ্ণ হোৱাৰ পিছত দুয়োকে বেচমেণ্ট আশ্ৰমলৈ স্থানান্তৰ কৰা হৈছিল। সকলোবোৰ ধোঁৱাত পৰিণত হৈ গৈছিল। উশাহ ল’বলৈ কোনো বায়ু নাছিল।

চিকিৎসালয়ৰ এগৰাকী  ১১ বছৰীয়া কৰ্কট ৰোগীৰ মাতৃ য়ুলীয়া ভাচিলেঙ্কোৱে কৈছে যে তেওঁৰ পুত্ৰ ডিয়ানেছক আক্ৰমণৰ পিছত বাহিৰলৈ উলিয়াই অনা হৈছিল। তেওঁৰ পুত্ৰ আছিল এক কৰ্কটৰোগী।

Tags: Missile attackRussia-UkraineWar

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025