• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 14, 2026
23 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

চাইনাইড নে আন কিবা; পৃথিৱীৰ আটাইতকৈ বিষাক্ত ৰাসায়নিক পদাৰ্থবিধ কি?

Nation NE by Nation NE
July 12, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
চাইনাইড নে আন কিবা; পৃথিৱীৰ আটাইতকৈ বিষাক্ত ৰাসায়নিক পদাৰ্থবিধ কি?

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

অধিকসংখ্যক লোকে চাইনাইডক পৃথিৱীৰ আটাইতকৈ বিপদজনক বিষ বুলি গণ্য কৰে। কিন্তু সঁচাকৈয়ে জানো চাইনাইড আটাইতকৈ বিপদজনক? কিয়নো আটাইতকৈ বিষাক্ত ৰাসায়নিক পদাৰ্থ বিচাৰি উলিওৱাটো একেবাৰেই সহজ কাম নহয়।

চাইনাইড হৈছে এক অতিকৈ বিপদজনক ৰাসায়নিক পদাৰ্থ যিয়ে তাৎক্ষণিক মৃত্যুৰ ছবি অংকন কৰে। চলচ্চিত্ৰ আৰু অপৰাধৰ কাহিনীত ইয়াৰ নাম প্ৰায়েই উল্লেখ কৰা হয় আৰু বহুতে বিশ্বাস কৰে যে, ই পৃথিৱীৰ আটাইতকৈ বিষাক্ত ৰাসায়নিক পদাৰ্থ।

কিন্তু সঁচাকৈয়ে চাইনাইড পৃথিৱীৰ আটাইতকৈ বিপদজনক ৰাসায়নিক পদাৰ্থ নে আন কোনো পদাৰ্থই ইয়াক চেৰ পেলাইছে এই সম্বন্ধে আমাৰ এক বিশেষ প্ৰতিবেদন-

চাইনাইডৰ উপৰি পৃথিৱীত আৰু অধিক বিষাক্ত ৰাসায়নিক পদাৰ্থ আছে। ইয়াৰ ভিতৰত এবিধ হৈছে বোটুলিনম-টক্সিন-ক্ল’ষ্ট্ৰিডিয়াম, যি বোটুলিনম নামৰ এক বেক্টেৰিয়াৰ পৰা উৎপন্ন হয়। ইয়াৰ প্ৰভাৱত স্নায়ুৱে সংকেত দিয়া বন্ধ কৰে, পেশীয়ে কাম কৰা বন্ধ কৰে অৰ্থাৎ পক্ষাঘাত হয়, যাৰ ফলত এজন ব্যক্তি মৃত্যুমুখত পৰে।

আকৌ, ব্ৰিটিছ সেনাই ৰাসায়নিক অস্ত্ৰ হিচাপে এক শক্তিশালী স্নায়ু এজেণ্ট ভিএক্সৰ সৃষ্টি কৰিছিল। ই পেশীবোৰ পক্ষাঘাতগ্ৰস্ত কৰে আৰু ব্যক্তি এগৰাকীক শ্বাসৰুদ্ধ কৰি তোলে।

ঠিক তেনেদৰে ক্ল’ৰিন ট্ৰাইফ্ল’ৰাইডো হৈছে এক অতি ক্ষয়কাৰী ৰঙবিহীন গেছ। ই ইমানেই প্ৰতিক্ৰিয়াশীল যে পানী, বালি আৰু আনকি পূৰ্বৰ পোৰা বস্তুৰ ছাঁইৰ দৰে ক্ষতিহীন পদাৰ্থৰ সংস্পৰ্শলৈ আহিলেও ই নিজে নিজে বিস্ফোৰণ হৈ যায়।

আকৌ চুইমিংপুলত বীজাণুনাশক হিচাপে ব্যৱহাৰ কৰা ক্ল’ৰিণকো এক বিষাক্ত ৰাসায়নিক পদাৰ্থ হিচাপে গণ্য কৰা হয়। ই মানৱ শৰীৰত শ্বাস-প্ৰশ্বাস সম্বন্ধীয় সমস্যাৰ সৃষ্টি কৰে।

Tags: ChemicalCyanidePoison

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

March 12, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025