• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

ছুটীৰ বাবে দৰ্খাস্ত লিখিব নাজানে, চাকৰি কেনেকৈ পালে?

উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন শিক্ষকক

Nation NE by Nation NE
June 28, 2024
in ৰাষ্ট্ৰীয়
0 0
ছুটীৰ বাবে দৰ্খাস্ত লিখিব নাজানে, চাকৰি কেনেকৈ পালে?

সৰ্বোচ্চ ন্যায়ালয়

Share on FacebookShare on TwitterWhatsApp

শিক্ষকক কঠোৰ ভাষাৰে সমালোচনা সৰ্বোচ্চ ন্যায়ালয়ৰ। শিক্ষক সংঘৰ ফালৰ পৰা দিয়া আবেদনৰ পিছতে এই কঠোৰ বাক্যবাণ ছুপ্ৰিম কৰ্টৰ।

বিহাৰৰ শিক্ষকক উদ্দ্যেশি সৰ্বোচ্চ ন্যায়ালয়ে কয় যে, ছুটীৰ বাবে এপলিকেশ্যন লিখিব নোৱাৰা ব্যক্তিয়ে কেনেকৈ চাকৰি পালে। ৰাষ্ট্ৰ নিৰ্মাণত শিক্ষকৰ অৰিহণা থাকে, যদিহে আপোনালোকে শিক্ষাৰ্থীক ভাল শিক্ষা দিব নোৱাৰে তেন্তে স্বইচ্ছাই পদত্যাগ কৰিব লাগে বুলি উচ্চতম ন্যায়ালয়ৰ সকীয়নি বিহাৰৰ শিক্ষকক। বিহাৰৰ শিক্ষকে কৰা আবেদনৰ ভিত্তিত এই মন্তব্য কৰে সৰ্বোচ্চ ন্যায়ালয়ে। পোষ্ট গ্ৰেজুৱেট হৈ ছুটীৰ এপলিকেশ্যন লিখিব নাজানে একাংশ শিক্ষকে।

বিহাৰ চৰকাৰে যদি শিক্ষকৰ এই আসোঁৱাহ সমূহ দূৰ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে তেন্তে শিক্ষক নামি পৰে প্ৰতিবাদদ। ভাল পদক্ষেপৰ বিৰুদ্ধে বিৰোধিতা কৰে এনে শিক্ষকে। যোগ্যতাৰ ভিত্তিত শিক্ষকৰ পৰীক্ষাৰ আয়োজন কৰিলে প্ৰতিবাদত বহি পৰে এনে একাংশ শিক্ষক। বিহাৰৰ শিক্ষকক কঠোৰ বাক্যবাণ প্ৰয়োগ কৰে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰি বিহাৰৰ শিক্ষকে কৰা আবেদন খাৰিজ কৰে।

বিহাৰৰ শিক্ষকসকলৰ এই আবেদন আছিল শিক্ষকৰ যোগ্যতা ভিত্তিক পৰীক্ষা বন্ধ কৰা। কিন্তু ওলোটাই সৰ্বোচ্চ ন্যায়ালয়ে একপ্ৰকাৰ ধমক দিয়ে বিহাৰৰ শিক্ষকসকলক। বিহাৰ চৰকাৰে শিক্ষকৰ যোগ্যতা ভিত্তিক পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব শিক্ষকসকল। চৰকাৰৰ নিয়ম পালন কৰিব লাগিব বিহাৰৰ শিক্ষকে।

Tags: #biharteacher #supremecourt

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 21, 2026

March 20, 2026

March 18, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 18, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 17, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 17, 2026

শীৰ্ষ সংবাদ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025