• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

আদালতৰ পৰাই CBI-ৰ হাতত গ্ৰেপ্তাৰ হ’ল অৰবিন্দ কেজৰিৱাল

Nation NE by Nation NE
June 26, 2024
in ৰাষ্ট্ৰীয়, BIG BREAKING, Top News, ৰাজনীতি
0 0
আদালতৰ পৰাই CBI-ৰ হাতত গ্ৰেপ্তাৰ হ’ল অৰবিন্দ কেজৰিৱাল
Share on FacebookShare on TwitterWhatsApp

দিল্লীৰ সুৰা কেলেংকাৰীৰ অভিযোগত কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। গ্ৰেপ্তাৰৰ পূৰ্বে মুখ্যমন্ত্ৰী কেজৰিৱালক দিল্লীৰ ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হৈছিল।

শুনানিৰ সময়ত চিবিআইয়ে আদালতৰ পৰা কেজৰিৱালক জিম্মাৰ দাবী জনায়। তদন্তকাৰী সংস্থাটোৱে কয় যে জেৰা কৰিবলৈ কেজৰিৱালক জিম্মাত দিয়া উচিত।

অৱশ্যে কেজৰিৱালৰ অধিবক্তাই চিবিআইৰ এই দাবীৰ বিৰোধিতা কৰে। তেওঁ কয় যে আদালতে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিবলৈ অনুমতি দিব নালাগে।

আনহাতে চিবিআইয়ে কয় যে কেজৰিৱাল ন্যায়িক জিম্মাত আছিল। সেইবাবেই আমি এতিয়াও কেজৰিৱালক গ্ৰেপ্তাৰ কৰা নাছিলো। বিশেষ ন্যায়াধীশ অমিতাভ ৰাৱটৰ সন্মুখত হাজিৰ কৰোৱা হৈছিল কেজৰিৱালক।

মঙলবাৰে বিয়লি তিহাৰ কাৰাগাৰত আম আদমি পাৰ্টিৰ মুৰব্বীজনক জেৰা কৰিছিল চিবিআইয়ে।

ইফালে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাক লৈ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আম আদমী পাৰ্টিয়ে। আপৰ তৰফৰ পৰা কয়, ‘আজি যেতিয়া বিজেপিয়ে অনুভৱ কৰিলে যে কেজৰিৱালে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ সম্ভাৱনা আছে, তেতিয়া তেওঁলোকে পুনৰ ষড়যন্ত্ৰ কৰি মুখ্যমন্ত্ৰী কেজৰিৱালক ভুৱা গোচৰত চিবিআইৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হ’ল। বিজেপিৰ প্ৰতিটো ষড়যন্ত্ৰৰ উত্তৰ পোৱা যাব, সত্যই শেষত জয়লাভ কৰিব।’

Tags: #AAP#Arvind Kejriwal#CBI#Delhi

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025