• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

‘২৪ বছৰৰ কেৰিয়াৰত চৰকাৰৰ হেঁচাত মই কোনো দিনে কাম কৰা নাই’

সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ এটা মন্তব্য

Nation NE by Nation NE
July 22, 2024
in ৰাষ্ট্ৰীয়
0 0
‘২৪ বছৰৰ কেৰিয়াৰত চৰকাৰৰ হেঁচাত মই কোনো দিনে কাম কৰা নাই’

ছুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়াধীশ ডি ৱপাই চন্দ্ৰচূড়

Share on FacebookShare on TwitterWhatsApp

‘২৪ বছৰীয়া কেৰিয়াৰত মই চৰকাৰৰ হেঁচাত কোনো কাম কৰা নাই। চৰকাৰৰ হেঁচাত আজিলৈকে মই কোনো কাম কৰা নাই।’

এই মন্তব্য কৰিছে ছুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে। এক প্ৰতিবেদনত এই কথা উল্লেখ কৰি মুখ্য ন্যায়াধীশ গৰাকীয়ে মন্তব্য কৰে যে, ২৪ বছৰে কোনো চৰকাৰৰ হেঁচাত মই কাম কৰা নাই। ন্যাপালিকাসমূহৰ শক্তি বৃদ্ধি কৰাৰ বাবে চৰকাৰৰ সৈতে কাম কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে। ছুপ্ৰিম কৰ্ট, হাইকৰ্ট, জিলাস্তৰৰ আদালতসমূহত ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে চৰকাৰৰ সৈতে আলোচনা অব্যাহত ৰাখিছে বুলিও মন্তব্য কৰে দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে। ছুপ্ৰিম কৰ্টৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে সাংবিধানিক সংশোধনৰ প্ৰয়োজন। ভাৰতৰ জনসংখ্যাৰ অনুপাতে ন্যায়াধীশৰ সংখ্যা তেনেই তাকৰ বুলি উল্লেখ ডি ৱাই চন্দ্ৰচূড়ৰ। ভাৰতত বৃদ্ধি পোৱা ঘটনাপ্ৰবাহৰ বাবে আমাক আৰু অধিক ন্যায়াধীশৰ প্ৰয়োজন। যিমান সোনকালে পাৰি আদালত সমূহৰ পদসমূহৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে।

Tags: #cji #dychandrachud #india

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 21, 2026

March 20, 2026

March 18, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 18, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 17, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 17, 2026

শীৰ্ষ সংবাদ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025