• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 14, 2025
29 °c
Guwahati
27 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

    প্ৰেমে শেষ কৰিলে অভিনেতাৰ জীৱন, প্ৰকৃততে কি হৈছিল মৃগাংকৰ সৈতে, আৰক্ষীৰ তদন্তত ফাদিল নতুন তথ্য

    যুদ্ধবিৰতি ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত হাইভ’ল্টেজ বৈঠক

    যুদ্ধবিৰতি ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত হাইভ’ল্টেজ বৈঠক

    ভোটগণনাৰ মাজতেই ঠায়ে ঠায়ে অপ্ৰীতিকৰ ঘটনা…

    ভোটগণনাৰ মাজতেই ঠায়ে ঠায়ে অপ্ৰীতিকৰ ঘটনা…

    পঞ্চায়ত নিৰ্বাচন ২০২৫: কোন জিলাত কাৰ অগ্ৰগতি, সকলো আপডেট….

    পঞ্চায়ত নিৰ্বাচন ২০২৫: কোন জিলাত কাৰ অগ্ৰগতি, সকলো আপডেট….

    আজি ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, নিৰ্ধাৰণ হ’ব প্ৰাৰ্থীৰ ভাগ্য

    আজি ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, নিৰ্ধাৰণ হ’ব প্ৰাৰ্থীৰ ভাগ্য

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home ৰাষ্ট্ৰীয়

      সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত বিশ্বাস অটুট ৰখাৰ বাবে দেশবাসীক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ

      দীঘলীয়া বিৰতিৰ অন্তত আহিল 'মন কী বাত'

      Nation NE by Nation NE
      June 30, 2024
      in ৰাষ্ট্ৰীয়
      0 0
      সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত বিশ্বাস অটুট ৰখাৰ বাবে দেশবাসীক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ

      প্ৰতিনিধিত্বমূলক ফটো

      Share on FacebookShare on TwitterWhatsApp

      আজি চাৰি মাহৰ দীঘলীয়া বিৰতিৰ অন্তত জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান মন কী বাতৰ মাধ্যমেৰে দেশবাসীক সম্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ্য তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত আজি প্ৰথমবাৰৰ বাবে মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰি নৰেন্দ্ৰ মোদীয়ে যোগ দিৱস আৰু পেৰিছ অলিম্পিককে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰে। মন কী বাতৰ ১১১তম সংস্কৰণত অংশ লৈ প্ৰথমতেই সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত বিশ্বাস অটুট ৰখাৰ বাবে দেশবাসীক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰী গৰাকীয়ে। ৬৫ কৌটি ভোটাৰৰ অংশগ্ৰহণেৰে ২০২৪ৰ লোকসভা নিৰ্বাচনক বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ নিৰ্বাচন বুলি দাবী কৰি তেওঁ কয় যে মই নিৰ্বাচনী প্ৰক্ৰিয়াটো সুকলমে পৰিচালনা কৰাৰ বাবে নিৰ্বাচন আয়োগ আৰু তাৰ লগত জড়িত সকলো ব্যক্তিকে অভিনন্দন জনাইছোঁ। ইয়াৰ লগতে বৃক্ষ ৰোপণৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশৰ ধনী কিম্বা দুখীয়া সকলো স্তৰৰ জনতাক নিজৰ মাতৃৰ নামত একোডালকৈ গছপুলি ৰোপণৰ আহ্বান জনায়। তদুপৰি পেৰিছ অলিম্পিকত ভাৰতে উচ্চ মানৰ প্ৰদৰ্শন কৰিব বুলিও আশাবাদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। যোগ দিৱসত দেশ বিদেশৰ জনতাৰ অভূতপূৰ্ব অংশগ্ৰহণ আৰু কুৱেইটৰ ৰেডিঅ’ত হিন্দী ভাষাৰ অনুষ্ঠানৰ প্ৰচাৰক লৈ গৌৰৱান্বিত বুলি দাবী কৰি তেওঁ কয় যে ভাৰতৰ বাবে এয়া এটা শুভ লক্ষণ। প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে অৰাকু কফী আৰু জম্মু কাশ্মীৰৰ বৰফৰ বাদাম ইতিমধ্যেই বিদেশলৈ ৰপ্তানি আৰম্ভ হৈছে বুলিও ঘোষণা কৰে। অনুষ্ঠানৰ শেষত বাংগালোৰৰ এখন বিশেষ উদ্যানৰ বিষয়ে দেশবাসীক অৱগত কৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে। বাংগালোৰৰ কব্বন উদ্যানত দেওবাৰৰ দিনটোত শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে সংস্কৃত ভাষাত কথা পাতে বুলি উল্লেখ কৰি তেওঁ লগতে আজিৰ দিনটোতেই সংস্কৃত বুলেটিন প্ৰচাৰৰ ৫০ বছৰ পূৰ্ণ হোৱাৰ বাবে আকাশবাণী পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰে। এনেদৰেই দেশৰ ভিন্ন প্ৰান্তৰ ভিন্ন প্ৰসংগৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দেশবাসীক প্ৰথমবাৰৰ বাবে সম্বোধন কৰে নৰেন্দ্ৰ মোদীয়ে।

      Tags: #mankibat #modi

      Related Posts

      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে
      Top News

      গ্ৰীষ্মকালত শৰীৰক পুষ্টি প্ৰদান কৰিবলৈ গ্ৰহণ কৰক এইসমূহ খাদ্য…

      May 14, 2025
      পাকিস্তানক সমৰ্থনৰ ফল ভুগিব তুৰ্কীয়ে! ভাৰত চৰকাৰে লব এক্সন
      Top News

      পাকিস্তানক সমৰ্থনৰ ফল ভুগিব তুৰ্কীয়ে! ভাৰত চৰকাৰে লব এক্সন

      May 14, 2025
      সুৰাপানে বিপদ ঘটাব পাৰে আপোনাৰ! সুৰা সেৱন কৰি প্ৰাণ গল ১৪ জনৰ, কিন্তু কিয়?
      Top News

      সুৰাপানে বিপদ ঘটাব পাৰে আপোনাৰ! সুৰা সেৱন কৰি প্ৰাণ গল ১৪ জনৰ, কিন্তু কিয়?

      May 14, 2025
      সম্ভলৰ শ্বাহী জামা মছজিদ গোচৰৰ শুনানি, পুনৰীক্ষণৰ আবেদন সম্পৰ্কে বিতৰ্কৰ সম্ভাৱনা
      Top News

      সম্ভলৰ শ্বাহী জামা মছজিদ গোচৰৰ শুনানি, পুনৰীক্ষণৰ আবেদন সম্পৰ্কে বিতৰ্কৰ সম্ভাৱনা

      May 13, 2025
      পাকিস্তানী অভিনেত্ৰীৰ মুখ বন্ধ কৰিলে বলীউড অভিনেতাই, কিয় খং উঠিল এইগৰাকী অভিনেতাৰ…
      Top News

      পাকিস্তানী অভিনেত্ৰীৰ মুখ বন্ধ কৰিলে বলীউড অভিনেতাই, কিয় খং উঠিল এইগৰাকী অভিনেতাৰ…

      May 12, 2025
      ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, ১৪ জনৰ প্ৰাহানিৰ লগতে আহত ৩০ জনতকৈও অধিক
      Top News

      ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, ১৪ জনৰ প্ৰাহানিৰ লগতে আহত ৩০ জনতকৈও অধিক

      May 12, 2025

      শীৰ্ষ সংবাদ

      সিন্ধুৰ পানীৰ বাবে আঁঠু ল’লে পাকিস্তানে; পত্ৰৰ জৰিয়তে কাতৰ অনুৰোধ ভাৰতক

      দিল্লী কেপিটেলছত চুক্তিবদ্ধ হ’ল বাংলাদেশৰ এগৰাকী ক্ৰিকেটাৰ

      গ্ৰীষ্মকালত শৰীৰক পুষ্টি প্ৰদান কৰিবলৈ গ্ৰহণ কৰক এইসমূহ খাদ্য…

      তুৰ্কিত পুটিনৰ সৈতে আলোচনাৰ পূৰ্বে ইউক্ৰেইনৰ কাণ্ড, যুদ্ধবিৰতিত ১২৪০ জন ৰাছিয়ান সৈনিকৰ প্ৰাণহানি

      পাকিস্তানক সমৰ্থনৰ ফল ভুগিব তুৰ্কীয়ে! ভাৰত চৰকাৰে লব এক্সন

      আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -

        No Result
        View All Result
        • অসম
        • উত্তৰ পূৱ
        • ৰাষ্ট্ৰীয়
        • আন্তঃ ৰাষ্ট্ৰীয়
        • বিনোদন
        • ক্ৰীড়া
        • ভিডিও

        © 2024 | Created and maintained by - Provibe Media LLP