• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 19, 2025
19 °c
Guwahati
19 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা! পিছুৱাই দিয়া হ’ল ছমহীয়া পৰীক্ষা

    ‘জুবিনৰ মৃত্যুত কোনো ফাউল প্লে’ নাই’, ছিংগাপুৰ আৰক্ষীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

    শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

মাংকি পক্সে আতংকিত কৰিছে সকলোকে, জানো আহক কি এই ৰোগ

Nation NE by Nation NE
August 19, 2024
in ৰাষ্ট্ৰীয়
0 0
মাংকি পক্সে আতংকিত কৰিছে সকলোকে, জানো আহক কি এই ৰোগ
Share on FacebookShare on TwitterWhatsApp

মাংকি পক্সে আতংকিত কৰিছে বিশ্বৱাসীক। ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই বৰ্তমান ঘোষণা কৰিছে ‘স্বাস্থ্য জৰুৰীকালীন অৱস্থা’। এনে পৰিস্থিতিত ভাৰতবৰ্ষইয়ো অধিক সতৰ্ক হোৱাটো প্ৰয়োজন। অন্য দেশসমূহৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানটো যথেষ্টসংখ্যক লোকে মংকি পস্কত আক্ৰান্ত হোৱা ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে কংগ্ৰেছ নেতা পৃথ্বীৰাজ চাভানে।

শনিবাৰে চাভানে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেলৈ পত্ৰ লিখি মুম্বাই বিমানবন্দৰত কঠোৰ পৰীক্ষা আৰু কোৱাৰেণ্টাইনৰ নিয়ম কাৰ্যকৰী কৰাৰ বাবে দাবী জনায়।

আক্ৰান্ত ব্যক্তিৰ সৈতে দীৰ্ঘদিনীয়া ঘনিষ্ঠ সংস্পৰ্শ, যেনে- যৌন সংস্পৰ্শ, দূষিত কাপোৰৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শ, বেডশ্বীট ব্যৱহাৰ বা শৰীৰৰ কোনো ঘাঁৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শ হ’লেও এনে ৰোগ বিয়পে বুলি বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰে।

ভাৰতত এই ৰোগৰ আশংকা কেনেধৰণৰ?

কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ে শনিবাৰে জানিবলৈ দিয়ে যে, বর্তমান ভাৰতত মাংকি পস্কৰ কোনো ৰোগী ধৰা পৰা নাই যদিও এই ৰোগৰ সংক্রমণ, প্রতিৰোধ আৰু নিয়ন্ত্রণৰ বাবে সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে৷ পুনৰীক্ষণ বৈঠকত অনাগত সপ্তাহত কিছু আমদানিকৃত ৰোগী ধৰা পৰাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰিছে ।

মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, ২০২২ চনত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰথমবাৰৰ বাবে স্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ পাছৰেই পৰা ভাৰতত মুঠ ৩০ টা ভিন্ন ধৰণৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বিষয়ে ধৰা পৰিছিল। লগতে ইয়াকো উল্লেখ কৰে যে, বৰ্তমান ভাৰতত মাংকি পস্কৰ কোনো ৰোগী ধৰা পৰা নাই যদিও বৰ্তমানৰ সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি মন্ত্ৰালয়ে সম্পূৰ্ণ নিৰীক্ষণ কৰি আছে।

১৪ আগষ্টত বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই ইয়াত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত এই ৰোগৰ পৰিস্থিতি আৰু প্ৰস্তুতিৰ বিতং পৰ্যালোচনা কৰে। বৈঠকত সিদ্ধান্ত লোৱা হয় যে, সকলো বিমানবন্দৰ, সাগৰীয় বন্দৰ আৰু সীমান্ত প্ৰৱেশ স্থানত স্বাস্থ্য ইউনিটসমূহক অধিক সতৰ্ক কৰা হ’ব । লগতে সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি মুঠ ৩২ টা পৰীক্ষাগাৰ প্ৰস্তুত কৰা হব। যদিহে কোনো ব্যক্তিৰ দেহত এই ৰোগ ধৰা পৰে, তেওঁলোকক যাতে কোৱাৰেণ্টাইন কৰা হয় তাৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ।

ইয়াৰ পূৰ্বে ২০২২ চনৰ জুলাই মাহত বিশ্ব স্বাস্থ্য সংস্থাই এই ৰোগক জৰুৰীকালিন হিচাপে ঘোষণা কৰিছিল আৰু পিছত ২০২৩ চনৰ মে’ মাহত ইয়াক বাতিল কৰিছিল। বিশ্বজুৰি ২০২২ চনৰ ভিতৰত এই সংস্থাটোৱে ১১৬খন দেশৰ পৰা ৯৯,১৭৬ গৰাকী ৰোগী চিনাক্ত কৰে আৰু ইয়াৰে ২০৮ গৰাকী মাংকি পক্সৰ ফলত লোক মৃত্যু হোৱা বুলি ৰিপ’ৰ্ট জাৰি কৰে।

Tags: Health NewsMonkey PoxWHO

Related Posts

বংগত বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি টকা সংগ্ৰহ, হুমায়ুন কবীৰে ক’লে – ‘উচ্চতা হ’ব ৬৫ ফুট’
Top News

বংগত বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি টকা সংগ্ৰহ, হুমায়ুন কবীৰে ক’লে – ‘উচ্চতা হ’ব ৬৫ ফুট’

December 18, 2025
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

December 18, 2025
শীতত আপুনিও ৭ দিনলৈ নকৰে নেকি স্নান?  ভুলতো নকৰিব এই কাম…
Top News

শীতত আপুনিও ৭ দিনলৈ নকৰে নেকি স্নান? ভুলতো নকৰিব এই কাম…

December 17, 2025
ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…
Top News

ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…

December 16, 2025
আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী
Top News

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

December 13, 2025
গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…
Top News

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

December 10, 2025

শীৰ্ষ সংবাদ

‘জুবিনৰ মৃত্যুত কোনো ফাউল প্লে’ নাই’, ছিংগাপুৰ আৰক্ষীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

পুনৰ হিংসাত জৰ্জৰিত বাংলাদেশ! ওছমান হাদী কোন?, জানক সবিশেষ…

‘শুল্ক মোৰ প্ৰিয়, ১০ মাহৰ পিছত মই…’, ড’নাল্ড ট্ৰাম্প ডাঙৰ দাবী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

ইৰাণৰ হৰমুজ দ্বীপৰ ডাঙৰ ৰহস্য, নিশাৰ ভিতৰতে ৰঙা হৈ পৰে পানী; জানক এই গোপন কথা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025