• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

আজি SCO শীৰ্ষ সন্মিলনৰ একেখন মঞ্চত মোদী-জিনপিং-পুটিন

Nation NE by Nation NE
August 31, 2025
in ৰাষ্ট্ৰীয়, BIG BREAKING, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আজি SCO শীৰ্ষ সন্মিলনৰ একেখন মঞ্চত মোদী-জিনপিং-পুটিন
Share on FacebookShare on TwitterWhatsApp

সাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ বাবে শনিবাৰে চীনৰ টিয়ানজিনত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৭ বছৰৰ মূৰত অৰ্থাত ২০১৮ চনৰ পিছত প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী মোদী।

চীনৰ ইতিহাসত আটাইতকৈ বৃহৎভাৱে আয়োজন কৰা সাংহাই সহযোগিতা সংস্থা (এছ চি অ’) শীৰ্ষ সন্মিলনখনত ২০খনৰো অধিক দেশে অংশ ল’ব। এই দেশসমূহৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনসহ মধ্য প্ৰাচ্য, চেণ্ট্ৰেল এছিয়া, ছাউথ-ইষ্ট এছিয়া আৰু ছাউথ এছিয়াৰ শীৰ্ষ নেতাসকল উপস্থিত থাকিব।

টিয়ানজিন চহৰত অনুষ্টিত হ’বলগীয়া এই সন্মিলনখনৰ পিছত প্ৰধানমন্ত্ৰী মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ মাজ হ’ব দ্বিপাক্ষিক আলোচনা। ইয়াৰ উপৰি ১ ছেপ্তেম্বৰত পুটিনৰ সৈতেও বৈঠকত মিলিত হ’ব মোদী।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, ইজৰাইল-হামাছ সংঘৰ্ষৰ পৰা আৰম্ভ কৰি আমেৰিকাই বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা শুল্কযুদ্ধক লৈ চলি থকা চৰ্চা আৰু বিতৰ্কৰ মাজতেই আজিৰ পৰা অনুষ্ঠিত হ’বলগীয়া সাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনখনৰ ওপৰত আমেৰিকাৰ তীক্ষ্ণ দৃষ্টি নিৱদ্ধ আছে।

Tags: ChinaNarendra ModiSCO SummitVladimir PutinXi Jinping

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025