• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

অবৈধ সুৰাৰ বিৰুদ্ধে তামিলনাডু চৰকাৰে আনিছে নতুন সংশোধিত আইন

বিক্ৰী কৰিলেই হ'ব আজীৱন কাৰাদণ্ড আৰু লক্ষাধিক টকাৰ জৰিমনা

Nation NE by Nation NE
June 30, 2024
in ৰাষ্ট্ৰীয়
0 0
অবৈধ সুৰাৰ বিৰুদ্ধে তামিলনাডু চৰকাৰে আনিছে নতুন সংশোধিত আইন

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন

Share on FacebookShare on TwitterWhatsApp

তামিলনাডুৰ শাসকীয় দল দ্ৰাবিড় মুন্নেত্ৰা কাঝাগমে (ডিএমকে) শনিবাৰে তামিলনাডু নিষিদ্ধকৰণ আইন ১৯৩৭ সংশোধন কৰি মানুহৰ জীৱন বিপদাপন্ন কৰিব পৰা অবৈধ সুৰা তৈয়াৰ কৰা আৰু বিক্ৰীৰ দৰে ভয়ানক অপৰাধৰ বাবে শাস্তি আৰু জৰিমনা বৃদ্ধি কৰিছে। উল্লেখ্য যে তামিলনাডু চৰকাৰে সুৰাৰ চোৰাং ব্যৱসায়ীসকলৰ বিৰুদ্ধে এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কাল্লাকুৰিচি জিলাৰ সুৰা ট্ৰেজেডীত ৬০জনকৈও অধিক লোকৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ চৰকাৰে শনিবাৰে অবৈধ সুৰা ব্যৱসায়ীৰ শাস্তি বৃদ্ধি কৰিবলৈ এই আইন ততাতৈয়াকৈ সংশোধন কৰিছে। সংশোধনী আইনৰ ধাৰা ৪,৫,৬,৭ আৰু ১১ৰ অধীনত এতিয়াৰে পৰা অবৈধ সুৰা ব্যৱসায়ীসকলক আজীৱন কাৰাদণ্ডৰ শাস্তি বিহাৰ লগতে জৰিমনাও বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে। এই সংশোধিত আইন-২০২৪ চৰকাৰে অধিসূচনা জাৰি কৰাৰ দিনাৰে পৰা কাৰ্যকৰী হ’ব আৰু এই আইনখনৰ লক্ষ্য হৈছে ৰাজ্যখনৰ পৰা অবৈধ সুৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰা।

সংশোধিত আইন অনুসৰি অবৈধ সুৰাপানৰ ফলত এজন ব্যক্তিৰ মৃত্যু হ’লে সেই চোৰাং ব্যৱসায়ীসকলক আজীৱন কাৰাদণ্ডৰ লগতে ১০ লাখ টকালৈকে জৰিমনা বিহা হ’ব।

লক্ষণীয়ভাৱে কংগ্ৰেছ বিধায়িনী দলৰ নেতা কে চেলভাপেৰুন্থাগাই বিধেয়কখন সমৰ্থন জনাই আৰু ব্যৱস্থাটোত নিয়ন্ত্ৰণ তথা ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ দি কয় যে আৰক্ষীক সকলো ক্ষমতা দিয়াৰ পৰিৱৰ্তে এখন নিৰ্বাচিত সমিতি গঠন কৰিব লাগে। ইয়াৰ বিপৰীতে পাট্টালি মাক্কাল কাচ্চি (পিএমকে)ৰ নেতা জি কে মণিয়ে দাবী কৰিছে যে চৰকাৰে সুৰা দুৰ্ঘটনাৰ বাবে আৰক্ষী আৰু সংশ্লিষ্ট বিষয়াসকলক দোষী সাব্যস্ত কৰাৰ উপৰিও ৰাজ্যখনত অবৈধ সুৰা সম্পূৰ্ণ নিষেধাজ্ঞা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগে।

কাল্লাকুৰিচি সুৰা ট্ৰেজেডী কি?

তামিলনাডুৰ কাল্লাকুৰিচি জিলাত বিষাক্ত সুৰা পান কৰি বিগত ১৮ জুনত ৬১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২২৫ জন লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। ইয়াৰ ভিতৰত ৮৮ জন লোক এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। একে সময়তে বাকী ৭৪ জন লোকক চিকিৎসাৰ পিছত অব্যাহতি দিয়া হৈছে। কাল্লাকুৰিচি জিলাৰ কৰুণাপুৰম গাঁৱত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।

Tags: #tamilnadu #mkstalin #liquor

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 21, 2026

March 20, 2026

March 18, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 18, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 17, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 17, 2026

শীৰ্ষ সংবাদ

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025