• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

কৰুণ! কাছাৰৰ উধাৰবন্ধত ঘৰৰ দেৱাল খহি পিতা-পুত্ৰৰ মৃত্যু

Nation NE by Nation NE
July 2, 2024
in অসম, BIG BREAKING, Top News
0 0
কৰুণ! কাছাৰৰ উধাৰবন্ধত ঘৰৰ দেৱাল খহি পিতা-পুত্ৰৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

কাছাৰৰ চলতাকান্দিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বিগত কিছুদিনৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত এটা ঘৰৰ মাটিৰ দেৱাল খহি পৰাৰ ফলত এটি ৬ মহীয়া শিশুসহ দুজনৰ মৃত্যু হৈছে।

মৃত ৬ মহীয়া শিশুটিৰ নাম আশিফ উদ্দিন আৰু আনজন মৃতকক আজিৰ উদ্দিন বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা অনুসৰি আজি পুৱতি নিশা এই কৰুণ ঘটনাটো সংঘটিত হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰটোত আছিল শিশু আৰু মহিলাসহ ৯ জনীয়া এটা পৰিয়াল। পুৱা শুই থকা অৱস্থাত হঠাৎ ঘৰৰ মাটিৰ দেৱাল খহি পৰাৰ ফলত মাটিৰ তলত আৱদ্ধ হৈ পৰে ৯ জনীয়া পৰিয়ালটো।

এই ঘটনাত থিতাতে মৃত্যু হয় ৬ মহীয়া শিশু আৰু ৩৫ বছৰীয়া এজন লোকৰ। কৰুণ ঘটনাটোত মৃত্যু হোৱা দুয়োজন আছিল পিতা-পুত্ৰ। ইফালে আহত হয় পৰিয়ালৰ আন সদস্যসকল।

ঘটনা সংঘটিত হোৱাৰ পাছত স্থানীয় লোকসকলে ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। অৱশ্যে স্থানীয় লোকসকলে দুজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল যদিও পৰিয়ালটোৰ আন সদস্যসকলৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

ইফালে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ লগতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

Tags: #Cachar#HeavyRain#WallCollapsed

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025