• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

বিশ্বজিৎ দৈমাৰীক অধ্যক্ষ পদৰ পৰা আঁতৰাই বিটিচি দখলৰ ব্লুপ্ৰিণ্ট বিজেপিৰ!

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে লাভ কৰিব নতুন দায়িত্ব

Nation NE by Nation NE
June 15, 2024
in অসম, Top News
0 0
বিশ্বজিৎ দৈমাৰীক অধ্যক্ষ পদৰ পৰা আঁতৰাই বিটিচি দখলৰ ব্লুপ্ৰিণ্ট বিজেপিৰ!

বিশ্বজিৎ দৈমাৰীৰ ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

১৫ আগষ্টৰ পূৰ্বে ৰদ বদল তথা সম্প্ৰসাৰণ হ’ব হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ তথা ৰদ বদলৰ ইংগিত দিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰৰ মন্ত্ৰীসভাত নতুন মুখে স্থান পাব বুলি কৰা ঘোষণাৰ পিছতেই চৰ্চাত আহিছে বিজেপি দলৰ কেইবাজনো শীৰ্ষ নেতাৰ নাম।

বৰ্তমানৰ বিজেপি অধ্যক্ষ ভৱেশ কলিতা, লোকসভাৰ প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসৰ সমান্তৰালকৈ এইবাৰ চৰ্চালৈ আহিছে বড়ো ৰাজনীতিৰ অন্যতম চিনাকি মুখ বিশ্বজিৎ দৈমাৰীৰ নাম।

ৰাজ্যসভাৰ লগতে বিধানসভাৰ আসন শুৱনি কৰি অহা দৈমাৰীৰ জৰিয়তে বড়ো অধ্যুষিত বিটিচিৰ শাসনভাৰ দখলৰ ব্লুপ্ৰিণ্ট ৰচিছে বিজেপিয়ে। আগন্তুক বিচিটি নিৰ্বাচনত ইউপিপিএল-বিপিএফক সাৰথি কৰি শাসনভাৰ দখল কৰিব বিচৰা নাই বিজেপিয়ে। যাৰ বাবে বিজেপিয়ে বিশ্বজিত দৈমাৰীক মন্ত্ৰিত্ব প্ৰদান কৰি বিটিএডিত দলটোৰ সাংগঠনিক ভেটি মজবুট কৰাৰ পৰিকল্পনা যুগুত কৰিছে।

যদিহে বিশ্বজিৎ দৈমাৰীয়ে মন্ত্ৰিত্ব লাভ কৰে তেন্তে তেওঁ এৰিব লাগিব বিধানসভাৰ অধ্যক্ষৰ পদ।

অধ্যক্ষ পদত কাক অধিষ্ঠিত কৰাব তাক লৈও নিখুট পৰিকল্পনা কৰিছে বিজেপিয়ে। বিজেপিৰ ভিতৰচ’ৰাৰ খবৰ অনুসৰি অধ্যক্ষ পদৰ বাবে বাছনি কৰা হৈছে বৰ্তমানৰ মন্ত্ৰীসভাৰ বন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বত থকা চন্দ্ৰমোহন পাটোৱাৰীৰ নাম।

ধৰ্মপুৰৰ পৰা কেইবাবাৰো বিধানসভালৈ নিৰ্বাচিত হৈ অহা চন্দ্ৰমোহন পাটোৱাৰীক মন্ত্ৰী পদৰ পৰা আঁতৰাই বিধানসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত কৰোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

Tags: #AssamBiswajit DaimaryBJPHimanta Biswa Sarma

Related Posts

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025