• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ

বৰডুমছাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ৰেগিং; জ্যেষ্ঠ শিক্ষাৰ্থীৰ প্ৰহাৰত আহত কেইবাজনো!

Nation NE by Nation NE
June 26, 2024
in উত্তৰ পূৱ
0 0
বৰডুমছাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ৰেগিং; জ্যেষ্ঠ শিক্ষাৰ্থীৰ প্ৰহাৰত আহত কেইবাজনো!
Share on FacebookShare on TwitterWhatsApp

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমছাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত এক ভয়াৱহ ৰেগিং কাণ্ড সংঘটিত হৈছে। মঙলবাৰে পুৱা বিদ্যালয়খনৰ ল’ৰা হোষ্টেলত জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীয়ে ১৫ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীক নৃশংসভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে বিদ্যালয়খনৰে অষ্টম শ্ৰেণীত অধ্যয়ণৰত কনিষ্ঠ শিক্ষাৰ্থীসকলক লক্ষ্য কৰি শাৰীৰিক আৰু মানসিকভাৱে আক্ৰমণ সংঘটিত কৰা বুলি জানিব পৰা গৈছে।

বৰ্ডিং স্কুলখনত ৫৩০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ১৮ গৰাকী শিক্ষক আছে। ঘটনা সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ ৰঞ্জনে কয় যে বিদ্যালয় চৌহদত সংঘটিত হোৱা ভয়ানক ঘটনাৰ পিছত বৈঠকত মিলিত হোৱা অনুশাসন সমিতিৰ সিদ্ধান্ত অনুসৰি এতিয়ালৈকে ৫ গৰাকী ছাত্ৰ-ছাত্ৰীক নিলম্বন কৰা হৈছে।

শাৰীৰিক আৰু মানসিক উভয় অত্যাচাৰৰ সন্মুখীন হোৱা আহত ছাত্ৰ-ছাত্ৰীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে লগতে এই বিষয়ত অধিক ব্যৱস্থা গ্ৰহণৰ বাবে বিদ্যালয়খনৰ অভিভাৱক শিক্ষক পৰিষদৰ এখন সভা আহ্বান কৰা হৈছে বুলিও অৱগত কৰে।

তেওঁ লগতে জনাইছে যে আজি পুৱা নিলম্বিত ছাত্ৰ-ছাত্ৰী কেইজনক অভিভাৱকৰ হাতত গতাই দিব কৰ্তৃপক্ষই।

ইফালে আঘাত প্ৰাপ্ত শিক্ষাৰ্থীসকলৰ অভিভাৱক সকলেও উচিত ন্যায়ৰ দাবী জনাইছে।

Tags: #Arunachal Pradesh#Bordumsa#JNV#Ragging

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

January 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 23, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 22, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025