• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাজনীতি

আমাৰ সংবিধান কেৱল বৃহত্তম নহয়, সুন্দৰো : লোকসভাত কিৰেন ৰিজুজি

Nation NE by Nation NE
December 14, 2024
in ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
আমাৰ সংবিধান কেৱল বৃহত্তম নহয়, সুন্দৰো : লোকসভাত কিৰেন ৰিজুজি
Share on FacebookShare on TwitterWhatsApp

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে শুকুৰবাৰে ভাৰতৰ সংবিধানক কেৱল বৃহত্তম নহয়, বিশ্বৰ ভিতৰতে আটাইতকৈ উল্লেখযোগ্য আৰু সুন্দৰ বুলি অভিহিত কৰে।

ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষ্যে হোৱা আলোচনাৰ সময়ত লোকসভাত ভাষণ দি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, ‘মই এনে এটা অঞ্চলৰ পৰা আহিছো য’ত মই প্ৰথমে বিমান আৰু পিছতহে গাড়ী দেখিছো কাৰণ মই সাংসদ হোৱাৰ পিছতহে গাড়ীৰ বাবে ৰাস্তা-পথ নিৰ্মাণ হৈছিল। বাবা চাহেব আম্বেদকাৰে যিখন আসনত বহিছিল সেই আসনত বহাৰ সুযোগ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।’

‘যেতিয়া মই এই দেশৰ আইন মন্ত্ৰী হৈছিলো। আইন মন্ত্ৰী পদ গ্ৰহণ কৰাৰ পূৰ্বে মই প্ৰথমে বুজিবলৈ চেষ্টা কৰিছিলো যে বাবা চাহেব আম্বেদকাৰে কি বিচাৰিছিল আৰু তেওঁ কৰিব নোৱাৰা সকলো কথা আৰু চিন্তা তেওঁৰ মনত কি আছিল। আমাৰ সংবিধান কেৱল বিশ্বৰ আটাইতকৈ ডাঙৰ সংবিধান নহয় বিশ্বৰ আটাইতকৈ সুন্দৰ সংবিধানো,’ তেওঁ লগতে এইদৰে কয়।

ৰিজিজুৱে লগতে বি আৰ আম্বেদকাৰৰ মৃত্যুৰ পিছত তেওঁৰ ধাৰণা আৰু লিখনীৰ ভুল ব্যাখ্যা কৰা হৈছিল বুলিও সদনত উল্লেখ কৰে।

উল্লেখ্য যে, ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষ্যে সদনত ১৩ ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ আলোচনা চলি আছে।

Related Posts

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Top News

March 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

March 12, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025