• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, October 27, 2025
25 °c
Guwahati
26 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

খেল খেলি থকা অৱস্থাতেই পুত্ৰৰ সন্মুখত মৃত্যু পিতৃৰ

Nation NE by Nation NE
July 6, 2024
in ক্ৰীড়া, আন্তঃ ৰাষ্ট্ৰীয়
0 0
খেল খেলি থকা অৱস্থাতেই পুত্ৰৰ সন্মুখত মৃত্যু পিতৃৰ
Share on FacebookShare on TwitterWhatsApp

ক্ৰীড়া ক্ষেত্ৰৰ পৰা আহিছে এক হৃদয় বিদাৰক খবৰ। খেল চলি থকাৰ মাজতেই মৃত্যু ঘটিল বাংলাদেশৰ শীৰ্ষ দবা খেলুৱৈৰ। ৫ জুলাইত বাংলাদেশৰ জনপ্ৰিয় দবা খেলুৱৈ জিয়াউৰ ৰহমানে মৃত্যুক সাৱটি লয়।

জানিব পৰা অনুসৰি, নেচনেল চেম্পিয়নশ্বিপৰ মেচ চলি থকাৰ সময়ত হৃদৰোগত আক্ৰান্ত হৈছিল জিয়াউৰ। আৰু ইয়াৰ পিছতেই তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫০ বছৰ।

জিয়াউৰ ৰহমানে নিজৰ প্ৰতিদ্বন্দ্বি ইনামুল হুছেইনৰ বিৰুদ্ধে চেম্পিয়নশ্বিপৰ ১২ সংখ্যক ৰাউণ্ড খেলি থকা অৱস্থাত হঠাতে ব’ৰ্ডত ঢলি পৰে। লগে লগে তেওঁক ঢাকাৰ এখন হাস্পতাললৈ লৈ যোৱা হৈছিল। কিন্তু হাস্পতাল পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।

উল্লেখ্য যে, জিয়াউৰ ৰহমানৰ পুত্ৰইও এই চেম্পিয়নশ্বিপখনত খেলি আছিল। পুত্ৰৰ সন্মুখতেই নিজৰ পিতৃয়ে মৃত্যুক সাৱটি লোৱাৰ এই খবৰে ক্ৰীড়া জগতত শোকৰ ছাঁ পেলাইছে।

দেশখনৰ শীৰ্ষ দবা খেলুৱৈৰ ভিতৰত এজন আছিল জিয়াউৰ । তেওঁ বহুবাৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ জয়ী হৈছে। শেহতীয়াকৈ ভাৰতত অনুষ্ঠিত হোৱা এখন সন্মানীয় প্ৰতিযোগিতাত তেওঁ নিজ দেশ বাংলাদেশক প্ৰতিনিধিত্ব কৰিছিল।

Tags: BangladeshChess GrandmasterDeath

Related Posts

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত
Top News

October 27, 2025
পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025

শীৰ্ষ সংবাদ

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025