Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Language -
অসমীয়া
  • English

Tag: America

ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ঘোষণা ট্ৰাম্পৰ

ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ পদক্ষেপ, এইবাৰ লেবাৰ ষ্টেটিষ্টিকছৰ মুৰব্বীক বৰ্খাস্ত, কিয় এই পদক্ষেপ?

শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ব্যুৰো অৱ লেবাৰ ষ্টেটিষ্টিকছ (বিএলএছ)ৰ আয়ুক্ত এৰিকা মেকএণ্টাইৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। ট্ৰাম্পে তেওঁৰ বিৰুদ্ধে ...

অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…

অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…

তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰদোগানে (খালিফা) ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া আমেৰিকাই তুৰস্কক এফ-৩৫ যুদ্ধ বিমান বিক্ৰী কৰিবলৈ সম্পূৰ্ণৰূপে ...

নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

ভয়ত কঁপিছে পাকিস্তান! ভাৰতলৈ আমেৰিকাই বিশেষ ইঞ্জিন প্ৰদান…

আমেৰিকাৰ পৰা ভাৰতে লাভ কৰিছে এক সু-খবৰ। জেট ইঞ্জিন নিৰ্মাতা কোম্পানী জি’ইয়ে ভাৰতক গতাই দিলে দ্বিতীয় ইঞ্জিন জিই-৪। এই ইঞ্জিন ...

ব্ৰাজিলৰ পিছত কানাডাৰ ওপৰত ক্ষোভ ট্ৰাম্পৰ! ৩৫ শতাংশ শুল্ক আৰোপ, কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ব্ৰাজিলৰ পিছত কানাডাৰ ওপৰত ক্ষোভ ট্ৰাম্পৰ! ৩৫ শতাংশ শুল্ক আৰোপ, কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ব্ৰাজিলৰ পিছতে কানাডাত শুল্ক আৰোপ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। ১০ জুলাইত ট্ৰাম্পে ঘোষণা কৰে যে কানাডাৰ পৰা আমদানি কৰা সামগ্ৰীৰ ...

তালিবান শাসনত ৰাছিয়াৰ অনুমোদন! আমেৰিকাৰ বিৰুদ্ধে পুটিনৰ মাষ্টাৰষ্ট্ৰ’ক

তালিবান শাসনত ৰাছিয়াৰ অনুমোদন! আমেৰিকাৰ বিৰুদ্ধে পুটিনৰ মাষ্টাৰষ্ট্ৰ’ক

ভাৰতৰ ঘনিষ্ঠ বন্ধু ৰাছিয়াৰ এক বৃহৎ সিদ্ধান্তই পাকিস্তানক স্তম্ভিত কৰি তুলিছে। আফগানিস্তানৰ তালিবান চৰকাৰে ৩ জুলাইত কয় যে ৰাছিয়াই তেওঁলোকৰ ...

ভাৰতে প্ৰেৰণ কৰা আম বিমান বন্দৰৰ পৰাই ওভতাই পঠিয়ালে আমেৰিকাই; কিন্তু কিয়?

‘ৱান বিগ বিউটিফুল বিল’লৈ অনুমোদন, ট্ৰাম্পৰ বৃহৎ জয়…

৩ জুলাইত নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিখ্যাত ‘ৱান বিগ বিউটিফুল বিল’ গৃহীত হয়। ট্ৰাম্পৰ অভিলাষী বিধেয়কখনে দেশৰ সংসদৰ চূড়ান্ত ...

আমেৰিকা-ইজৰাইলৰ বৃহৎ নেতাক শেষ কৰাৰ পৰিকল্পনা ইৰানৰ!

আমেৰিকা-ইজৰাইলৰ বৃহৎ নেতাক শেষ কৰাৰ পৰিকল্পনা ইৰানৰ!

ইৰাণ আৰু পশ্চিমীয়া দেশসমূহৰ মাজতো পাৰমাণৱিক নিৰীক্ষণ সন্দৰ্ভত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ইৰাণে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সৈতে সহযোগিতা ...

ইৰাণলৈ ট্ৰাম্পৰ সতৰ্কবাণী! আক্ৰমণ হ’লে প্ৰত্যাক্ৰমণ হোৱাটো নিশ্চিত

ইৰাণলৈ ট্ৰাম্পৰ সতৰ্কবাণী! আক্ৰমণ হ’লে প্ৰত্যাক্ৰমণ হোৱাটো নিশ্চিত

ইজৰাইল-ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক সকীয়নি দিয়ে। দেওবাৰে ট্ৰাম্পে কয় যে, ১৪ জুনৰ নিশা ইৰাণৰ ওপৰত হোৱা ...

ঘৰত প্ৰৱেশ কৰি দুই সাংসদক আক্ৰমণ দুৰ্বৃত্তৰ; এজনৰ মৃত্যু

ঘৰত প্ৰৱেশ কৰি দুই সাংসদক আক্ৰমণ দুৰ্বৃত্তৰ; এজনৰ মৃত্যু

আমেৰিকাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এটা দুৰ্বৃত্তৰ দলে দুগৰাকী সাংসদৰ ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ খবৰে স্তম্ভিত কৰি তুলিছে আমেৰিকাবাসীক। ...

নিয়ন্ত্ৰণৰ বাহিৰত লছ এঞ্জেলছৰ পৰিস্থিতি, এপলৰ ষ্টোৰত লুটপাত…

নিয়ন্ত্ৰণৰ বাহিৰত লছ এঞ্জেলছৰ পৰিস্থিতি, এপলৰ ষ্টোৰত লুটপাত…

আমেৰিকাৰ লছ এঞ্জেলছৰ পৰিস্থিতি অধিক বেয়া হৈ পৰিছে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ইমিগ্ৰেচন আদেশৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে, কোনবোৰ সক্ৰিয় কৰ্তব্যৰত ...

Page 6 of 14 1 5 6 7 14

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist