• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কাৰ্যকৰী হ’ল ট্ৰাম্পৰ ৮৮ লাখ ভিছাৰ নিয়ম, কোনে ৰেহাই পাব? জানক সবিশেষ…

Nation NE by Nation NE
October 21, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাত H-1B ভিছাধাৰীৰ বাবে কিছু উল্লেখযোগ্য সকাহ। শেহতীয়াকৈ আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগে এক লাখ ডলাৰ (প্ৰায় ৮৩ লাখ টকা) আবেদন মাচুলৰ সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ ভিতৰত কেইবাটাও ৰেহাই আৰু ব্যতিক্ৰম অন্তৰ্ভুক্ত।

নতুন গাইডলাইন অনুসৰি F-1(ছাত্ৰ ভিছা)ৰ দৰে আন ভিছা শ্ৰেণীৰ পৰা H-1B ভিছালৈ সলনি হোৱা বিদেশী শ্ৰমিকসকলে এই বৃহৎ মাচুল দিব নালাগিব। একেদৰে ইতিমধ্যে আমেৰিকাত বাস কৰা আৰু H-1B ভিছাৰ সংশোধনী, মৰ্যাদা সলনি বা বৃদ্ধিৰ বাবে আবেদন কৰাসকলৰ পৰাও এই মাচুল লোৱা নহ’ব। বৰ্তমান বৈধ H-1B ভিছা থকাসকলে আমেৰিকালৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধাৰ সন্মুখীন নহ’ব।

এই ঘোষণা কেৱল আমেৰিকাৰ বাহিৰত থকা আৰু বৈধ H-1B ভিছা নথকা নতুন ভিছা আবেদনকাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য। ইয়াৰ উপৰিও নতুন এপ্লিকেচনৰ বাবে অনলাইন পেমেণ্ট লিংক প্ৰদান কৰা হৈছে।

দেশৰ সৰ্ববৃহৎ ব্যৱসায়িক সংস্থা আমেৰিকাৰ চেম্বাৰ অৱ কমাৰ্চে নতুন নিয়মক অবৈধ বুলি অভিহিত কৰি ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে মামলা কৰাৰ দুদিন পিছতে এই স্পষ্টীকৰণ দিয়া হৈছে। তেওঁলোকে কয় যে, এই নতুন মাচুলে আমেৰিকাৰ কোম্পানীসমূহৰ শ্ৰম ব্যয় বৃদ্ধি কৰি বা দক্ষ বিদেশী শ্ৰমিক নিযুক্তি হ্ৰাস কৰিবলৈ বাধ্য কৰি যথেষ্ট ক্ষতি কৰিব।

আবেদনখনত লগতে কোৱা হৈছে যে ১৯ ছেপ্টেম্বৰৰ ট্ৰাম্পৰ এই আদেশ “আইনীভাৱে ভুল” আৰু ইয়াৰ দ্বাৰা আমেৰিকাৰ অৰ্থনৈতিক প্ৰতিযোগীসকলৰ লাভ হ’ব। ইয়াৰ পূৰ্বে ৩ অক্টোবৰত শিক্ষক, সংঘ আৰু অন্যান্য সংগঠনৰ এটা দলে একে নিয়মৰ বিৰুদ্ধে গোচৰ তৰিছিল।

এই আদেশত স্বাক্ষৰ কৰাৰ সময়ত ট্ৰাম্পে কয় যে ইয়াৰ উদ্দেশ্য হৈছে “আমেৰিকাৰ নাগৰিকক চাকৰিৰ অগ্ৰাধিকাৰ দিয়া”। কিন্তু ইয়াৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হয় যে এই নিয়ম বৰ্তমানৰ ভিছাধাৰীসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব নেকি, যিসকলে আমেৰিকালৈ উভতি অহাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে।

২০ ছেপ্টেম্বৰত হোৱাইট হাউছে আইএএনএছক এক স্পষ্টীকৰণ জাৰি কৰি কয় যে এইটো “এককালীন মাচুল” যিটো কেৱল নতুন ভিছাৰ ক্ষেত্ৰতহে প্ৰযোজ্য আৰু নবীকৰণ বা বৰ্তমানৰ ভিছাধাৰীৰ ক্ষেত্ৰত নহয়।

উল্লেখযোগ্য যে ২০২৪ চনত মুঠ অনুমোদিত H-1B ভিছাৰ ৭০ শতাংশতকৈ অধিক ভাৰতীয় মূলৰ কৰ্মচাৰীক দিয়া হৈছিল, কিয়নো ভাৰতৰ পৰা অহা দক্ষ পেছাদাৰীৰ সংখ্যা সৰ্বাধিক আৰু বাকী থকা আবেদনৰ সংখ্যাও অতি বৃহৎ।

Tags: AmericaTrumpvisa

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025