Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Language -
অসমীয়া
  • English

Tag: BJP

চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত আপ-কংগ্ৰেছৰ বিপৰ্যয়, বিজেপিৰ প্ৰাৰ্থী মেয়ৰ নিৰ্বাচিত

চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত আপ-কংগ্ৰেছৰ বিপৰ্যয়, বিজেপিৰ প্ৰাৰ্থী মেয়ৰ নিৰ্বাচিত

চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত আম আদমী পাৰ্টি আৰু কংগ্ৰেছ ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ভাৰতীয় জনতা পাৰ্টিয়ে এই নিৰ্বাচনত জয়লাভ কৰিছে। এই ...

ভোটগ্ৰহণৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত; দলে-বলে আপত যোগদান জ্যেষ্ঠ নেতাৰ

ভোটগ্ৰহণৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত; দলে-বলে আপত যোগদান জ্যেষ্ঠ নেতাৰ

দিল্লী বিধানসভা নিৰ্বাচনৰ এসপ্তাহ পূৰ্বে আন এক মোক্ষম আঘাতৰ সন্মুখীন হৈছে বিজেপি। ৰাজেন্দ্ৰ নগৰ বিধানসভাৰ বিজেপিৰ জ্যেষ্ঠ নেতা তথা দিল্লী ...

সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বতে ‘২৬ৰ ৰণত নামিব বিজেপি

সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বতে ‘২৬ৰ ৰণত নামিব বিজেপি

সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বত ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিজেপি। আজি আনুষ্ঠানিকভাৱে দিলীপ শইকীয়াক অসম ৰাজ্যিক ...

ক’লা হীৰাৰ ছিণ্ডিকেটক লৈ কম্পন ডিমা হাছাওৰ ৰাজনীতি; ৰাজপথত নামিল বিজেপি

ক’লা হীৰাৰ ছিণ্ডিকেটক লৈ কম্পন ডিমা হাছাওৰ ৰাজনীতি; ৰাজপথত নামিল বিজেপি

উমৰাংছ’ৰ তিনি কিলোৰ কয়লাখনিত সংঘটিত ভয়ংকৰ ঘটনাক লৈ হঠাতে পাহাৰীয়া জিলা ডিমা হাছাওৰ ৰাজনীতিত উঠিছে কম্পন। ক’লা হীৰাৰ ছিণ্ডিকেটক কেন্দ্ৰ ...

ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ যুঁজ; নিৰ্ণয় হ’ব ৩৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য

ঘোষণা কৰা হ’ল দিল্লী বিধানসভা নিৰ্বাচনৰ দিন; জানক সবিশেষ…

বহু প্ৰতিক্ষীত দিল্লী বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ল। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ...

দুৰ্ঘটনা নে অন্য কিবা? নিশা কি হৈছিল বিজেপি নেতাৰ সৈতে?

দুৰ্ঘটনা নে অন্য কিবা? নিশা কি হৈছিল বিজেপি নেতাৰ সৈতে?

জালুকবাৰী জিলা মণ্ডলৰ সভাপতি কমল দে’ৰ কাণ্ডক লৈ ৰহস্য৷ নিশা পাণ্ডুৰ শংকৰ নগৰত দুৰ্ঘটনাত পতিত হৈছিল কমল দে’৷ স্কুটাৰত আহি ...

‘বিপদ’ নহয় দিল্লীবাসীয়ে বিচাৰে উন্নয়ন : AAPক ক্ষুৰধাৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

‘বিপদ’ নহয় দিল্লীবাসীয়ে বিচাৰে উন্নয়ন : AAPক ক্ষুৰধাৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

দিল্লী বিধানসভা নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ মাজত বৃদ্ধি পাইছে তপৰতা। এইবাৰৰ নিৰ্বাচনত শাসকীয় দল আপক ক্ষমতাচ্যুত কৰাৰ লক্ষ্যৰে আগ্ৰাসী প্ৰচাৰ অভিযান ...

বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা; কেজৰিৱালৰ বিৰুদ্ধে প্ৰৱেশ বাৰ্মাক টিকট

বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা; কেজৰিৱালৰ বিৰুদ্ধে প্ৰৱেশ বাৰ্মাক টিকট

আপ, কংগ্ৰেছৰ পিছত এইবাৰ বিজেপিয়ে প্ৰকাশ কৰিলে দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। বিজেপিৰ প্ৰথমখন তালিকাত ২৯টা সমষ্টিৰ বাবে ...

অহা সপ্তাহত ঘোষণা হ’ব পাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ তাৰিখ!

অহা সপ্তাহত ঘোষণা হ’ব পাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ তাৰিখ!

দিল্লী বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি, কেন্দ্ৰীয় নিৰ্বাচন আয়োগে ...

জে পি নাড্ডাৰ ঘৰত NDAৰ গুৰুত্বপূৰ্ণ বৈঠক; উপস্থিত নাথাকিল নীতিশ কুমাৰ

জে পি নাড্ডাৰ ঘৰত NDAৰ গুৰুত্বপূৰ্ণ বৈঠক; উপস্থিত নাথাকিল নীতিশ কুমাৰ

আজি বিজেপি অধ্যক্ষ জে পি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হৈছে বিজেপি মিত্ৰজোঁট (NDA)ৰ সহযোগী দলসমূহৰ এখন গুৰুত্বপূৰ্ণ বৈঠক। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল ...

Page 8 of 13 1 7 8 9 13

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist