• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অহা সপ্তাহত ঘোষণা হ’ব পাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ তাৰিখ!

Nation NE by Nation NE
January 3, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
অহা সপ্তাহত ঘোষণা হ’ব পাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ তাৰিখ!

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দিল্লী বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি, কেন্দ্ৰীয় নিৰ্বাচন আয়োগে ৭ বা ৮ জানুৱাৰীত দিল্লী নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব পাৰে।

লগতে উল্লেখ কৰিছে যে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত দিল্লীত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ১৫ ফেব্ৰুৱাৰীৰ পিছত ফলাফল প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে যে দিল্লীত ১১ৰ পৰা ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত এটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ’ব। ১৫ বা ১৬ ফেব্ৰুৱাৰীত ভোটগণনা হোৱাৰ সম্ভৱনা আছে। অৰ্থাৎ এক প্ৰকাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ প্ৰস্তুতি প্ৰায় চূড়ান্ত পৰ্যায়ত উপনীত হৈছে।

কেন্দ্ৰীয় নিৰ্বাচন আয়োগে অহা ৬ জানুৱাৰীৰ ভিতৰত দিল্লীত নতুন ভোটাৰ তালিকা প্ৰকাশ কৰিব। অৰ্থাৎ এই ক্ষেত্ৰত দিল্লীত নতুন চৰকাৰ গঠন সম্পৰ্কীয় ছবিখন ফেব্ৰুৱাৰীৰ তৃতীয় সপ্তাহৰ ভিতৰত স্পষ্ট হ’ব পাৰে।

Tags: #AAP#Congress#DelhiBJPDelhi Assembly Election

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025