নিশা গোৱালপাৰাত ভয়ংকৰ সংঘৰ্ষ; আৰক্ষীৰ এনকাউণ্টাৰত নিহত চাৰিজন দুৰ্ধৰ্ষ ডকাইত
শনিবাৰে নিশা গোৱালপাৰা জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত চাৰিজন দুৰ্ধৰ্ষ ডকাইত নিহত হয়। জিলাখনৰ ধূপধৰাৰ ঘিলাডুবিত সংঘটিত হৈছে এই ঘটনা। ...