Monday, September 8, 2025
29 °c
Guwahati
29 ° Wed
28 ° Thu
Language -
অসমীয়া
  • English

Tag: Election

কিছুঘণ্টাৰ পিছতেই আমেৰিকাত লোৱা হ’ব আটাইতকৈ ডাঙৰ সিদ্ধান্ত, কি হ’ব ইয়াৰ প্ৰভাৱ?

কোনে জয়ী হ’ব হোয়াইট হাউছৰ দৌৰত? আমেৰিকাত আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে হ’ব ভোটদান

আজি আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে হ’ব ভোটগ্ৰহণ। ভাৰতীয় সময় অনুসৰি আজি বিয়লি ৪ বজাৰ পৰা আমেৰিকাত ভোটদান আৰম্ভ হ’ব। এই ...

কিছুঘণ্টাৰ পিছতেই আমেৰিকাত লোৱা হ’ব আটাইতকৈ ডাঙৰ সিদ্ধান্ত, কি হ’ব ইয়াৰ প্ৰভাৱ?

কিছুঘণ্টাৰ পিছতেই আমেৰিকাত লোৱা হ’ব আটাইতকৈ ডাঙৰ সিদ্ধান্ত, কি হ’ব ইয়াৰ প্ৰভাৱ?

৫ নৱেম্বৰ মঙলবাৰে আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ মুখামুখি হ’ব। এনে ...

বিহাৰৰ পৰা মহাকাশলৈ…. মোদী কেবিনেটে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ঝাৰখণ্ডত আজি প্ৰধানমন্ত্ৰী মোদী, অংশগ্ৰহণ কৰিব ২খনকৈ সমাৱেশত

সোমবাৰে ঝাৰখণ্ডত বিধানসভা নিৰ্বাচন সন্দৰ্ভত দুখন সভাত ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চৈবাছা আৰু গড়োৱাত অনুষ্ঠিত হ’ব এই সমাৱেশ। ভাৰতীয় ...

জম্মু-কাশ্মীৰ নিৰ্বাচন-২০২৪ৰ ফলাফল বিশেষ

উত্তৰ প্ৰদেশৰ বিধানসভাৰ উপ-নিৰ্বাচন: ৫ গৰাকী প্ৰাৰ্থীৰ নাম প্ৰত্যাহাৰ, এতিয়া ৯০ গৰাকী প্ৰাৰ্থীয়ে কৰিব নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা

উত্তৰ প্ৰদেশৰ বিধানসভাৰ উপ-নিৰ্বাচনত ৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে। মনোনয়ন প্ৰত্যাহাৰৰ পিছত এতিয়া নিৰ্বাচনত বাকী আছে মাত্ৰ ৯০ গৰাকী ...

“মই আপোনাক ভোট দিছো, গতিকে মোৰ বিবাহত আপুনি সহায় কৰক”, এগৰাকী ভোটাৰৰ দাবী শুনি আচৰিত হয় বিধায়ক

“মই আপোনাক ভোট দিছো, গতিকে মোৰ বিবাহত আপুনি সহায় কৰক”, এগৰাকী ভোটাৰৰ দাবী শুনি আচৰিত হয় বিধায়ক

উত্তৰ প্ৰদেশৰ বিধায়ক ব্ৰজ ভূষণ ৰাজপুত এক অস্বস্তিকৰ পৰিস্থিতিত সৃষ্টি হৈছে, যেতিয়া এগৰাকী ভোটাৰে তেওঁক বিবাহত সহায় কৰিবলৈ দাবী কৰে। ...

ঘোষণা কৰা হ’ল মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন

ঘোষণা কৰা হ’ল মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন

ঘোষণা কৰা হ'ল মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন। নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি মহাৰাষ্ট্ৰত এটা পৰ্যায়তে অনুষ্ঠিত হ'ব নিৰ্বাচন। ...

নির্বাচনত জয়ী হোৱাৰ পাছত বিনেশৰ প্রথম বক্তব্য, ব্রিজ ভূষণ শৰণ সিঙেও কৰে মন্তব্য

নির্বাচনত জয়ী হোৱাৰ পাছত বিনেশৰ প্রথম বক্তব্য, ব্রিজ ভূষণ শৰণ সিঙেও কৰে মন্তব্য

জুলানা বিধানসভাৰ আসনৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী বিনেশ ফ’গাটৰ জয়। ইয়াৰ পিছত প্ৰথম বক্তব্যত তেওঁ কয় যে, কংগ্ৰেছ দলৰ প্ৰতি তেওঁ ...

হাৰিয়ানা নিৰ্বাচন  ২০২৪: কোনে চৰকাৰ গঠন কৰিব হাৰিয়ানাত?

কাশ্মীৰত খুঁটা পুতিলে আম আদমি পাৰ্টিয়ে, ৪০০০ ভোটৰ ব্যৱধানত জয়লাভ কৰে মেহৰাজ মালিকে

উধমপুৰ জিলাত অৱস্থিত, ডোডা বিধান সভা সমষ্টি হৈছে উধমপুৰ লোকসভা সমষ্টিৰ এটা অংশ। সীমা নিৰ্ধাৰণৰ পিছত, ডোডা বিধানসভা সমষ্টিক দুখন ...

জম্মু-কাশ্মীৰ নিৰ্বাচন-২০২৪ৰ ফলাফল বিশেষ

জম্মু-কাশ্মীৰ নিৰ্বাচন-২০২৪ৰ ফলাফল বিশেষ

আগতীয়া ভোট গণনাৰ প্ৰৱণতাই জম্মু-কাশ্মীৰত কংগ্ৰেছ-এনচি মিত্ৰতাৰ বাবে স্পষ্ট নেতৃত্ব দেখুৱাইছে। ইফালে, নেচনেল কনফাৰেন্সৰ উপ-সভাপতি তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ ...

হাৰিয়ানা নিৰ্বাচন  ২০২৪: কোনে চৰকাৰ গঠন কৰিব হাৰিয়ানাত?

হাৰিয়ানা নিৰ্বাচন ২০২৪: কোনে চৰকাৰ গঠন কৰিব হাৰিয়ানাত?

ইলেক্ট্ৰনিক ভোটিং মেচিনৰ (ইভিএম) ভোট গণনা কৰা হৈছে। ৯০ জনীয়া ৰাজ্যিক বিধানসভাৰ দুটা পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ ৬৭.৯ শতাংশ। প্ৰাৰম্ভিক ...

Page 4 of 5 1 3 4 5

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist