• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৱায়ানাডৰ সাংসদ হিচাপে আজি প্ৰিয়ংকা গান্ধীৰ শপত গ্ৰহণ

Nation NE by Nation NE
November 28, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ৱায়ানাডৰ সাংসদ হিচাপে আজি প্ৰিয়ংকা গান্ধীৰ শপত গ্ৰহণ
Share on FacebookShare on TwitterWhatsApp

কেৰালাৰ ৱায়ানাডৰ পৰা উপ-নিৰ্বাচনত জয় লাভ কৰি আজি অৰ্থাৎ  ২৮ নৱেম্বৰত সাংসদ হিচাপে শপত গ্ৰহণ কৰিব প্ৰিয়ংকা গান্ধীয়ে। বুধবাৰে কেৰালা কংগ্ৰেছৰ নেতাসকলে প্ৰিয়ংকাক বিজয়ী প্ৰমাণ পত্ৰ প্ৰদান কৰে।

ৱায়ানাডত প্ৰিয়ংকা গান্ধীয়ে ৬ লাখ ২২ হাজাৰ ৩৩৮ ভোট লাভ কৰাৰ বিপৰীতে চিপিআইৰ প্ৰাৰ্থী সত্যম মোকেৰীয়ে ২ লাখ ১১৪০৭ ভোট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে। এই আসনত বিজেপি তৃতীয় স্থানত আছে। বিজেপি প্ৰাৰ্থী নব্য হৰিদাসে ১ লাখ ৯৯৯৩৯ টা ভোট লাভ কৰে।

শপতগ্ৰহণৰ অন্তত অহা ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত ৱায়ানাড ভ্ৰমণ কৰিব প্ৰিয়ংকা গান্ধীয়ে। সূত্ৰ অনুসৰি, এই সময়ছোৱাত প্ৰিয়ংকা গান্ধীৰ সৈতে ৰাহুল গান্ধীও উপস্থিত থাকিব পাৰে। দুদিনীয়া ভ্ৰমণৰ সময়ছোৱাত প্ৰিয়ংকা গান্ধীয়ে ৱায়ানাডত ৭টা ৰোড শ্ব’ অনুষ্ঠিত কৰিব।

নিজৰ বিজয়ক লৈ সুখ প্ৰকাশ কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে, সংসদত তেওঁ ৰাইজৰ কন্ঠ হ’ব। ৱায়ানাডৰ সকলো ভাই-ভগ্নীয়ে তেওঁৰ ওপৰত যি আস্থা দেখুৱাইছে, তাৰ বাবে চিৰকৃতজ্ঞ। সময়ত নিশ্চয় তেওঁ ৰাইজৰ হকে যুঁজ দিব। সংসদত ৰাইজৰ কণ্ঠ হ’বলৈ তেওঁ আগ্ৰহী।

২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। উত্তৰ প্ৰদেশৰ ৰায়-বৰেলী আৰু কেৰালাৰ ৱায়ানাড আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। দুয়োখন আসন জয় কৰাৰ পিছত ৰাহুল গান্ধীয়ে ৰাবাৰেলী আসনৰ পৰা সদস্যপদ অক্ষুণ্ণ ৰাখি ৱায়ানাডৰ পৰা পদত্যাগ কৰে। ইয়াৰ পিছত ইয়াত উপ-নিৰ্বাচন অনুষ্ঠিত হয়।

২০২৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই আসনত ৬ লাখ ৪৭ হাজাৰ ৪৪৫ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী এনি ৰাজাই একাউণ্টত মাত্ৰ ২,৮৩,০২৩ টা ভোট সংগ্ৰহ কৰিব পাৰিছিল। তৃতীয় স্থানত আছে বিজেপিৰ প্ৰাৰ্থী সুৰেন্দ্ৰনে ১৪১,০৪৫টা ভোট লাভ কৰি।

২০১৯ চনৰ লোকসভা নিৰ্বাচনতো এই আসনৰ পৰাই ৰাহুল গান্ধীয়ে জয় লাভ কৰিছিল। কংগ্ৰেছ নেতাগৰাকীয়ে লাভ কৰিছিল ৭,০৬,৩৬৭টা ভোট। একে সময়তে সেই সময়ত দ্বিতীয় স্থানত থকা চিপিআই (মাৰ্ক্সবাদী)ৰ পি পি সুনীৰে ২,৭৪,৫৯৭টা ভোট লাভ কৰিবলৈ সক্ষম হয়।

২০০৯ আৰু ২০১৪ চনতো এই আসনৰ পৰা কংগ্ৰেছৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। কংগ্ৰেছৰ প্ৰয়াত নেতা এম আই শনাভাছ সাংসদ জয়ী হৈছিল। ২০১৮ চনত মৃত্যুৰ পিছত ২০১৯ চনৰ নিৰ্বাচনত এই আসনৰ পৰা ৰাহুল গান্ধীয়ে মনোনয়ন দাখিল কৰিছিল। তেতিয়াৰ পৰা ২০১৯ আৰু ২০২৪ চনত ৰাহুল গান্ধীয়ে জয়লাভ কৰি এতিয়া উপ-নিৰ্বাচনত বিজয়ৰ পতাকা উত্তোলন কৰে প্ৰিয়ংকা গান্ধীয়ে।

Tags: ElectionOath TakingWayanad

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025