বহিঃৰাষ্ট্ৰত পাকিস্তানৰ কুৎসিত ষড়যন্ত্ৰ ওফৰাবলৈ যাব ভাৰতৰ ৭টা দল; তালিকাত নাম নাই গৌৰৱ গগৈৰ
পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে অপাৰেশ্যন সিন্দূৰৰ জৰিয়তে পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটি কেনেকৈ ধ্বংস কৰিলে? ভাৰতৰ এই কাৰ্যত ক্ষুব্ধ হৈ পাকিস্তানে ...
পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে অপাৰেশ্যন সিন্দূৰৰ জৰিয়তে পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটি কেনেকৈ ধ্বংস কৰিলে? ভাৰতৰ এই কাৰ্যত ক্ষুব্ধ হৈ পাকিস্তানে ...
কিছুদিন পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি দাবী কৰিছিল। এতিয়া ...
ইংলেণ্ড ভ্ৰমণৰ বাবে বিচিচিআইয়ে ঘোষণা কৰিলে ভাৰতীয় দল। ৫খন টি-২০ আৰু ৩খন এদিনীয়া মেচৰ শৃংখলাৰ বাবে অহা জুন-জুলাই মাহত ইংলেণ্ড ...
ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিক লৈ কৰা ডাঙৰ দাবী সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে ...
যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা ভয়ংকৰ কাণ্ডৰ পিছতে ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ...
বলীউডৰ অভিনেতা হৰ্ষবৰ্ধন ৰাণে পাকিস্তানী অভিনেত্ৰী মাৱৰা হোকানেক তীব্ৰ সমালোচনা কৰিছে। দৰাচলতে শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ ...
আজি কলম্বোত অনুষ্ঠিত হৈছে ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ ট্ৰাই নেশ্যন ছিৰিজৰ অন্তিমখন খেল। প্ৰথমে বেটিং কৰি ভাৰতীয় মহিলা দলটোৱে শ্ৰীলংকাক ...
ভাৰত- পাকিস্তানৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত জানো আহক কেইটামান ডাঙৰ আপডেট- মাজনিশা পাকিস্তানৰ ওপৰত ভাৰতৰ আৰম্ভ কৰিছে ভয়ানক ষ্ট্ৰাইক। জল-স্থল-বায়ু সকলো ...
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যক্ষ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে ৭ এপ্ৰিলৰ নিশা ১:৩০ বজাত বিমান আক্ৰমণৰ জৰিয়তে পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস ...
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লৈ ভাৰতে পাকিস্তানৰ ৯টা স্থানত বিমান আক্ৰমণ চলায়। শেহতীয়াকৈ সন্ত্ৰাসবাদীয়ে সদ্য বিবাহিত মহিলাৰ স্বামীক হত্যা কৰাৰ ...