Friday, October 24, 2025
26 °c
Guwahati
26 ° Sat
26 ° Sun
Language -
অসমীয়া
  • English

Tag: Jammu and Kashmir

যেতিয়া তেওঁলোকে তোমাৰ মাতৃক… বিলাৱল ভুট্টোক তীক্ষ্ণ সমালোচনা আছাদুদ্দিন ওৱেছিৰ

যেতিয়া তেওঁলোকে তোমাৰ মাতৃক… বিলাৱল ভুট্টোক তীক্ষ্ণ সমালোচনা আছাদুদ্দিন ওৱেছিৰ

পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টো জৰদাৰীৰ ‘তেজ বোৱাই’ দিম বুলি কৰা মন্তব্যক লৈ এআইএমআইএম প্ৰধান তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ...

জম্মু-কাশ্মীৰত পুনৰ নৃশংস কাণ্ড; ঘৰৰ ভিতৰত সোমাই সমাজ কৰ্মীক হত্যা অস্ত্ৰধাৰীৰ

জম্মু-কাশ্মীৰত পুনৰ নৃশংস কাণ্ড; ঘৰৰ ভিতৰত সোমাই সমাজ কৰ্মীক হত্যা অস্ত্ৰধাৰীৰ

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীয়ে চলাই থকা ব্যাপক অভিযানৰ মাজতে জম্মু-কাশ্মীৰৰ পৰা আহিছে আন এটা উদ্বেগজনক খবৰ। পেহেলগামৰ পিছত এইবাৰ কুপৱাড়া জিলাত ...

‘পাকিস্তানৰ নাম…’, পেহেলগাম কাণ্ডক লৈ প্ৰতিক্ৰিয়া শ্বাহিদ আফ্ৰিদীৰ

‘পাকিস্তানৰ নাম…’, পেহেলগাম কাণ্ডক লৈ প্ৰতিক্ৰিয়া শ্বাহিদ আফ্ৰিদীৰ

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীয়ে। এই নৃশংস ঘটনাক ...

অত্যাচাৰ কৰা সকলক শিক্ষা দিয়াটো আমাৰ প্ৰধান কৰ্তব্য : RSS প্ৰধান মোহন ভাগৱত

অত্যাচাৰ কৰা সকলক শিক্ষা দিয়াটো আমাৰ প্ৰধান কৰ্তব্য : RSS প্ৰধান মোহন ভাগৱত

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে ভাৰত। সন্ত্ৰাসবাদ নিঃশেষ কৰিবলৈ চুবুৰীয়া দেশ পাকিস্তানৰ বিৰুদ্ধে ...

পেহেলগাম কাণ্ডৰ পিছতে সেনাৰ ব্যাপক অভিযান; আটক ১৭৫জন লোক

পেহেলগাম কাণ্ডৰ পিছতে সেনাৰ ব্যাপক অভিযান; আটক ১৭৫জন লোক

পেহেলগাম আক্ৰমণৰ পিছৰে পৰা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ সন্ধানত অবিৰত অভিযান চলাই আছে ভাৰতীয় সেনাই। এন আই এ আৰু অন্যান্য তদন্তকাৰী সংস্থাৰ ...

পাকিস্তানী পতাকা দাহ কৰি হাজোত হিন্দু জাগৰণ মঞ্চৰ উত্তাল প্ৰতিবাদ

পাকিস্তানী পতাকা দাহ কৰি হাজোত হিন্দু জাগৰণ মঞ্চৰ উত্তাল প্ৰতিবাদ

জম্মু-কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা ভয়ংকৰ আক্ৰমণত ২৮ গৰাকীকৈ ভাৰতীয় পৰ্যটকে প্ৰাণ হেৰুওৱা ঘটনাক লৈ উত্তাল হৈ আছে দেশ। ...

পেহেলগাম কাণ্ডক লৈ কানেৰিয়াৰ পাছত আহিল আন এগৰাকী প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰ মন্তব্য…

পেহেলগাম কাণ্ডক লৈ কানেৰিয়াৰ পাছত আহিল আন এগৰাকী প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰ মন্তব্য…

জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ এটা দলে ২৮ গৰাকীকৈ ভাৰতীয় পৰ্যটকক নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ...

পেহেলগাম কাণ্ডৰ পিছতে ভাৰত চৰকাৰৰ কূটনৈতিক ষ্ট্ৰাইক! ল’লে কঠোৰ সিদ্ধান্ত

পেহেলগাম কাণ্ডৰ পিছতে ভাৰত চৰকাৰৰ কূটনৈতিক ষ্ট্ৰাইক! ল’লে কঠোৰ সিদ্ধান্ত

পেহেলগাম কাণ্ডৰ পিছতে ভাৰত চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত। নিৰাপত্তা সম্পৰ্কীয় কেবিনেট (চিচিএছ)ৰ দীঘলীয়া বৈঠকৰ পিছতে ভাৰত চৰকাৰৰ পৰা লোৱা হয় ...

ক’লা বেণ্ডৰ সৈতে মৌনতা… পেহেলগাম কাণ্ডৰ পিছত স্তম্ভিত আই পি এল

ক’লা বেণ্ডৰ সৈতে মৌনতা… পেহেলগাম কাণ্ডৰ পিছত স্তম্ভিত আই পি এল

চলিত আই পি এল ছিজনৰ ৪১ সংখ্যক মেচখনত মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলুৱৈসকলে ক’লা বেণ্ড পৰিধান কৰি খেলপথাৰত অৱতীৰ্ণ ...

পৰ্যটকৰ ওপৰত আক্ৰমণ পাক সেনাৰ কাম : জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী

পৰ্যটকৰ ওপৰত আক্ৰমণ পাক সেনাৰ কাম : জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী

মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলোৱা নৃশংশ ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে গুলাম নবী আজাদে। সন্ত্ৰাসবাদীৰ আক্ৰমণত কমেও ...

Page 2 of 3 1 2 3

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist