ভাৰতৰ সৈতে শক্তিশালী বাণিজ্যিক চুক্তিৰ মত, প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প
ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত-আমেৰিকাৰ সম্পৰ্ক সন্দৰ্ভত এক বৃহৎ মন্তব্য আগবঢ়ায়। ভাৰতৰ সৈতে হোৱা ...













