• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জাৰ্মান চ্যান্সেলৰৰ ভাৰতীয় ভ্ৰমণকাৰীৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা, জানক সবিশেষ…

Nation NE by Nation NE
January 13, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
জাৰ্মান চ্যান্সেলৰৰ ভাৰতীয় ভ্ৰমণকাৰীৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা, জানক সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

ভাৰত ভ্ৰমণলৈ অহা জাৰ্মান চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জে ভাৰতীয় ভ্ৰমণকাৰীৰ বাবে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তেওঁ উল্লেখ কৰে যে, ভাৰতীয় নাগৰিকে জাৰ্মান বিমানবন্দৰৰ জৰিয়তে তৃতীয় দেশলৈ যাবলৈ আৰু ট্ৰেনজিট ভিছা লোৱাৰ প্ৰয়োজন নহ’ব।

এই সিদ্ধান্তই ইউৰোপ বা আমেৰিকা ভ্ৰমণৰ সময়ত জাৰ্মান বিমানবন্দৰত লেঅ’ভাৰৰ বাবে অতিৰিক্ত ভিছা প্ৰক্ৰিয়া গ্ৰহণ কৰিবলগীয়া হোৱা হাজাৰ হাজাৰ ভাৰতীয় ভ্ৰমণকাৰীক প্ৰত্যক্ষ সকাহ প্ৰদান কৰিব। এই সিদ্ধান্তৰ আনুষ্ঠানিক ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰেড্ৰিখ মেৰ্জৰ মাজত হোৱা দ্বিপাক্ষিক বৈঠকৰ সময়ত কৰা হয়।

এই পদক্ষেপক ভাৰত আৰু জাৰ্মানীৰ মাজত জনসাধাৰণৰ যোগাযোগ শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে। বিশেষজ্ঞসকলৰ মতে, ই দুয়োখন দেশৰ মাজত ভ্ৰমণ, শিক্ষা, বাণিজ্য, আৰু সাংস্কৃতিক আদান-প্ৰদানৰ প্ৰসাৰ ঘটাব।

ট্ৰেনজিট ভিছা হৈছে যেতিয়া কোনো ভ্ৰমণকাৰীয়ে নিজৰ চূড়ান্ত গন্তব্যস্থান পোৱাৰ আগতে আন দেশৰ বিমানবন্দৰত ৰৈ যায় তেতিয়া হ্ৰস্বম্যাদী অনুমতিৰ প্ৰয়োজন। এই ষ্টপ অভাৰক লেঅভাৰ বোলা হয়। এতিয়ালৈকে ভাৰতীয় নাগৰিকে জাৰ্মানী বা অন্যান্য শ্বেংগেন দেশৰ বিমানবন্দৰৰ মাজেৰে ট্ৰেনজিট কৰাৰ সময়ত শ্বেংগেন বিমানবন্দৰৰ ট্ৰেনজিট ভিছা লাভ কৰিব লাগিছিল, যদিও তেওঁলোকে বিমানবন্দৰৰ পৰা ওলাই নাযায়। ইয়াৰ বাবে ভ্ৰমণকাৰীসকলে অনৱাৰ্ড ট্ৰেভেল টিকটকে ধৰি অন্যান্য প্ৰয়োজনীয় নথি-পত্ৰ জমা দিব লাগিছিল, যাৰ ফলত সমগ্ৰ প্ৰক্ৰিয়াটো জটিল আৰু সময়সাপেক্ষ হৈ পৰিছিল। এই ঘোষণাৰ লগে লগে ভাৰতীয় নাগৰিকে এতিয়া ট্ৰেনজিট ভিছা অবিহনে জাৰ্মান বিমানবন্দৰৰ মাজেৰে যাত্ৰা কৰিব পাৰিব। ইয়াৰ ফলত ভিছা আবেদনৰ দীঘলীয়া প্ৰক্ৰিয়াটো লাঘৱ হ’ব। ইউৰোপ, আমেৰিকা, অন্যান্য দেশলৈ যাত্ৰা কৰাটো সহজ আৰু সুলভ হৈ পৰিব।

স্পষ্ট কৰা হৈছে যে জাৰ্মানীত প্ৰৱেশ কৰিবলৈ এতিয়াও পৰ্যটক, ব্যৱসায়িক, ছাত্ৰ, বা কৰ্ম ভিছাৰ প্ৰয়োজন হ’ব। এই ৰেহাই কেৱল ট্ৰেনজিট ভ্ৰমণত সীমাবদ্ধ। মুঠতে এই সিদ্ধান্তই সময়, ধন আৰু কাগজ-পত্ৰ ৰাহি কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জৰ মাজত হোৱা বৈঠকৰ পিছত ভাৰত আৰু জাৰ্মানীৰ মাজত প্ৰায় ১৯খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। এইবোৰৰ লগত মূলতঃ প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা জড়িত হৈ আছে। উচ্চ শিক্ষা আৰু গৱেষণাৰ সহযোগিতা বৃদ্ধি, দূৰসংযোগ খণ্ডত কাৰিকৰী সহযোগিতা, বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰিত কৰাৰ পৰিকল্পনাত দুয়োখন দেশৰ মাজত সহমতত উপনীত হয়। তদুপৰি দুয়োগৰাকী নেতাই ভাৰত-ইউৰোপীয় সংঘ (ইউৰোপীয় ইউনিয়ন)ৰ মুক্ত বাণিজ্য চুক্তিক শীঘ্ৰে চূড়ান্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

জাৰ্মানীৰ চ্যান্সেলৰ হোৱাৰ পিছত ফ্ৰেড্ৰিখ মেৰ্জৰ এছিয়া ভ্ৰমণৰ এইটোৱেই প্ৰথম। সোমবাৰে (১২ জানুৱাৰী, ২০২৬) পুৱা তেওঁ আহমেদাবাদত উপস্থিত হয় বৃহৎ ব্যৱসায়িক প্ৰতিনিধি দলৰ সৈতে। তেওঁৰ দুদিনীয়া ভ্ৰমণৰ কেন্দ্ৰবিন্দু হৈছে অৰ্থনৈতিক, কৌশলগত, আৰু সাংস্কৃতিক সহযোগিতাৰ নতুন দিশ প্ৰদান কৰা।

Tags: GermanyIndiaModi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025