Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Language -
অসমীয়া
  • English

Tag: Operation Sindoor

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে আৰম্ভ কৰা অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত প্ৰকাশ কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীকো গণৰাজ্য ...

হাফিজ ছাইদৰ সহযোগীয়ে ডাঙৰ স্বীকাৰ, অপাৰেচন সিন্দুৰেৰে ভাৰতেলৈ গভীৰ আঘাত

হাফিজ ছাইদৰ সহযোগীয়ে ডাঙৰ স্বীকাৰ, অপাৰেচন সিন্দুৰেৰে ভাৰতেলৈ গভীৰ আঘাত

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে বিগত মে’ মাহত অপাৰেচন সিন্দুৰৰ জৰিয়তে সন্ত্ৰাসবাদীক এক নিৰ্ণায়ক শিক্ষা প্ৰদান কৰিছিল। পাকিস্তানৰ ...

মানচিত্ৰৰ পৰা নোহোৱা কৰি দিম… পাকিস্তানক কঠোৰ সকীয়নি সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ

মানচিত্ৰৰ পৰা নোহোৱা কৰি দিম… পাকিস্তানক কঠোৰ সকীয়নি সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ

শুকুৰবাৰে ভাৰতীয় সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে ৰাজস্থানৰ শ্ৰী গংগানগৰৰ ঘড়ছানাৰ ২২ এমডি গাঁৱৰ সীমান্তৱৰ্তী অঞ্চলত উপস্থিত হৈ সেনা আৰু ...

‘ভাৰতে মানি লোৱা নাছিল মধ্যস্থতাকাৰীৰ প্ৰস্তাৱ’, অপাৰেশ্যন সেন্দূৰক লৈ ট্ৰাম্পৰ মিথ্যাচাৰ উদঙালে পাকিস্তানে

‘ভাৰতে মানি লোৱা নাছিল মধ্যস্থতাকাৰীৰ প্ৰস্তাৱ’, অপাৰেশ্যন সেন্দূৰক লৈ ট্ৰাম্পৰ মিথ্যাচাৰ উদঙালে পাকিস্তানে

অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বাৰে বাৰে কৰি অহা মধ্যস্থতাৰ দাবী যে মিছা আছিল সেই কথা উদঙাই দিলে ...

‘অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানী সেনাৰ সৈতে থিয় দিছিল কংগ্ৰেছে’ মঙলদৈৰ সভাত মোদীৰ ডাঙৰ মন্তব্য

‘অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানী সেনাৰ সৈতে থিয় দিছিল কংগ্ৰেছে’ মঙলদৈৰ সভাত মোদীৰ ডাঙৰ মন্তব্য

দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। ১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে মঙলদৈৰ সভাত অংশগ্ৰহণ ...

অপাৰেচন সিন্দুৰৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু শ্বাহবাজ শ্বৰীফৰ মুখামুখি

অপাৰেচন সিন্দুৰৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু শ্বাহবাজ শ্বৰীফৰ মুখামুখি

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে প্ৰতিশোধ লোৱাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত যথেষ্ট উত্তেজনা সৃষ্টি হৈছে। ইয়াৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী ...

অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানলৈ সহায় হাত ভাৰতৰ,  পাৰমাণৱিক বোমাৰ ভাবুকি দিয়া অসীম মুনীৰে কৰিলে লাজতে শিৰ নত

অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানলৈ সহায় হাত ভাৰতৰ, পাৰমাণৱিক বোমাৰ ভাবুকি দিয়া অসীম মুনীৰে কৰিলে লাজতে শিৰ নত

পাকিস্তানৰ ফিল্ড মাৰ্শ্বাল অসীম মুনীৰ আৰু প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টোৱে ভাৰতক পাৰমাণৱিক বোমা আক্ৰমণৰ ভাবুকি দি থাকে। এই ভাবুকিৰ ...

NCERTয়ে অপাৰেচন সিন্দুৰৰ ওপৰত বিশেষ অধ্যায়, ক্লাছ ৩ৰ পৰা ১২লৈ পঢ়োৱা হ’ব…

NCERTয়ে অপাৰেচন সিন্দুৰৰ ওপৰত বিশেষ অধ্যায়, ক্লাছ ৩ৰ পৰা ১২লৈ পঢ়োৱা হ’ব…

NCERTয়ে অপাৰেচন সিন্দুৰৰ ওপৰত এক বিশেষ মডিউল (module) মুকলি কৰিছে। এইদৰে এতিয়া ইয়াক NCERTৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াক তৃতীয় ...

অপাৰেশ্যন সেন্দূৰৰ ‘নায়ক’ক সন্মান; বায়ুসেনাৰ ৯ গৰাকী বীৰ জোৱানলৈ বীৰ চক্ৰ

অপাৰেশ্যন সেন্দূৰৰ ‘নায়ক’ক সন্মান; বায়ুসেনাৰ ৯ গৰাকী বীৰ জোৱানলৈ বীৰ চক্ৰ

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা নাৰকীয় সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে প্ৰত্যুত্তৰ হিচাপে অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে পাকিস্তানৰ ভূমিত থকা কেইবাটাও সন্ত্ৰাসবাদীৰ ঘাটি ...

অপাৰেচন সেন্দুৰৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত-পাকিস্তানৰ নৌসেনাৰ মুখামুখি, সমগ্ৰ বিশ্বই চকু ৰাখিব এই ড্ৰিলৰ ওপৰত

অপাৰেচন সেন্দুৰৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত-পাকিস্তানৰ নৌসেনাৰ মুখামুখি, সমগ্ৰ বিশ্বই চকু ৰাখিব এই ড্ৰিলৰ ওপৰত

অপাৰেচন সিন্দুৰৰ পিছত চলি থকা উত্তেজনাৰ মাজতে ভাৰত আৰু পাকিস্তানৰ নৌসেনাই আৰব সাগৰত চলি থকা ফায়াৰিং ড্ৰিল সন্দৰ্ভত জাননী জাৰি ...

Page 1 of 3 1 2 3

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist