‘লস্কৰ-ই-তৈবাৰৰ সমৰ্থন অবিহনে পেহেলগাম আ*ক্ৰ*মণ সম্ভৱপৰ নহ’লহেঁতেন’, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনে উদঙালে পাকিস্তানক
২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশ কঁপাই তুলিছিল। এতিয়া এই বিষয়ত ৰাষ্ট্ৰসংঘৰ (UNSC) শেহতীয়া প্ৰতিবেদনে পাকিস্তানক পুনৰ ...